Thursday, 12 November 2026
Latest
কোৰাণৰ আয়াত লিখা পেণ্ডেণ্টক লৈ বিতৰ্ক! কৰীনা কাপুৰৰ সমৰ্থনত সাংসদ নাদৱী, কি ক’লে তেওঁ?৬ হাজাৰ বিদ্যালয়লৈ বো*মাৰ ভাবুকি! আতংকত ইউৰোপ, প্ৰধানমন্ত্ৰী মেল’নীৰ গাড়ীও আ*ক্ৰমণৰ লক্ষ্য…ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰইটয়লেটৰ আইনাত হাইজেকৰ ভাবুকি! উৰণৰ পূৰ্বেই হাহাকাৰ কলকাতা বিমানবন্দৰত, নিৰাপত্তাৰক্ষীৰ জালত এয়াৰ ইণ্ডিয়াৰ বিমানবগা হোৱাৰ হেঁপাহেই কাল হ’ব নেকি জীৱনৰ?ফেয়াৰনেছ ক্ৰীমত বিপজ্জনক পাৰা, বৃক্ক বিকল হোৱাৰ আশংকা…প্ৰথমে বিকট শব্দ, ছিগিল ৰে’ললাইন, খাৱৈত সোমাল ইঞ্জিন! মৃত্যুৰ মুখৰ পৰা কথমপি প্ৰাণ ৰক্ষা যাত্ৰীৰ, ডিগাৰুত কেনেকৈ ঘটিল ভয়ংকৰ ৰে’ল দুৰ্ঘটনা?ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

Tag: LPG

Top News

১ অক্টোবৰৰ পৰা গেছ বুকিঙত নতুন নিয়ম! দুৰ্গাপূজাৰ পূৰ্বে LPG গ্ৰাহকলৈ ডাঙৰ ঘোষণা চৰকাৰৰ…

দুৰ্গাপূজাৰ পূৰ্বে ঘৰুৱা LPG গ্ৰাহকৰ বাবে কেন্দ্ৰীয় চৰকাৰে গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে। পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে ১৯ ছেপ্টেম্বৰত জনোৱা অনুসৰি, ১ অক্টোবৰৰ পৰা ৰাজসাহায্যযুক্ত ঘৰুৱা LPG…

2 min read
Top News

ছেপ্টেম্বৰৰ প্ৰথম দিনটোতে মুদ্ৰাস্ফীতিৰ জোকাৰণি, চিলিণ্ডাৰৰ মূল্যৰ পৰা গাড়ীৰ মূল্যলৈ সকলোতে বৃহৎ পৰিৱৰ্তন; জানক ক’ত-কিমান বৃদ্ধি হ’ল মূল্য?

ছেপ্টেম্বৰ মাহৰ আৰম্ভণিৰ লগে লগে বহু পৰিৱৰ্তন ঘটিছে। এইবাৰো ছেপ্টেম্বৰ মাহৰ আৰম্ভণিৰ লগে লগে সমগ্ৰ দেশতে কেইবাটাও বৃহৎ পৰিৱৰ্তন হৈছে। এই পৰিৱৰ্তনে আপোনাৰ পাকঘৰৰ পৰা আৰম্ভ…

2 min read
Top News

LPG e-KYC ৰ সময়সীমা: ৫ মিনিট সময় লৈ আজিয়েই কৰক এই কাম, অন্যথা আপোনাৰ বাবে কঠিন হৈ পৰিব চিলিণ্ডাৰ পোৱাটো!

ঘৰুৱা LPG ব্যৱহাৰকাৰীসকলৰ বাবে আজিৰ দিনটোৱেই হৈছে LPG সম্পৰ্কীয় এই গুৰুত্বপূৰ্ণ কাম কৰাৰ অন্তিমটো দিন। এই সময়সীমা হেৰুৱাৰ অৰ্থ হ’ব পাৰে LPG চিলিণ্ডাৰ লাভ কৰাত অসুবিধা…

2 min read
Top News

ধ্বংস হ’ব ড্ৰোন-মিছাইল! এই মুছলমান দেশত আৱদ্ধ বৃহৎ তেলৰ টেংক, স্তম্ভিত সমগ্ৰ বিশ্ব

পশ্চিম এছিয়াত বৃদ্ধি পোৱা উত্তেজনাৰ মাজতে সংযুক্ত আৰব আমিৰশ্বাহীয়ে এক বৃহৎ প্ৰতিৰক্ষামূলক পদক্ষেপ গ্ৰহণ কৰিছে। আবুধাবিত ইন্ধন সংৰক্ষণ টেংকৰ চাৰিওফালে ইউ এ ইয়ে ধাতুৰ গ্ৰীডৰ দৰে…

2 min read
Top News

‘ভাৰতত LPGৰ মূল্য বিশ্বৰ ভিতৰতে সৰ্বনিম্ন’, এইক্ষেত্ৰত কি ক’লে চৰকাৰে?

ঘৰুৱা ৰন্ধন গেছৰ মূল্য প্ৰতি চিলিণ্ডাৰত ২৯ টকা বৃদ্ধি হোৱাৰ পিছতো ভাৰতীয় পৰিয়ালৰ বাবে ৰন্ধন গেছৰ ব্যয় বিশ্বৰ ভিতৰতে সৰ্বনিম্ন গেছৰ ভিতৰত আছে বুলি ঘোষণা কৰিছে…

3 min read
Top News

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ মাজতে ভাৰতলৈ ভাল খবৰ! ভাৰতীয় বন্দৰত উপস্থিত LPG কঢ়িয়াই অনা জাহাজ

মধ্যপ্ৰাচ্যত চলি থকা ইৰাণ-ইজৰাইলৰ উত্তেজনাৰ মাজতে ভাৰতলৈ ভাল খবৰ। বিশ্ব শক্তিৰ যোগান অনিশ্চিত হৈ থকাৰ সময়তে ভাৰতৰ নিউ মংগালুৰু বন্দৰত উপস্থিত হৈছে LPGৰ বৃহৎ চালান কঢ়িয়াই…

2 min read
Top News

চিলিণ্ডাৰ বুকিঙৰ বাবে নতুন নম্বৰ মুকলি, আজিয়েই SAVE কৰক এই নম্বৰ

ৰন্ধন গেছৰ গ্ৰাহকসকলৰ বাবে ডাঙৰ খবৰ। চিলিণ্ডাৰ বুকিঙৰ বাবে মুকলি কৰিছে দুটাকৈ নতুন নম্বৰ। ইণ্ডিয়ান অইল কৰ্পৰেশ্যন লিমিটেড (IOCL)এ ৰন্ধন গেছ চিলিণ্ডাৰ বুকিঙৰ বাবে দুটা নতুন…

1 min read
Top News

ভাল খবৰ! আজিৰ পৰা হ্ৰাস পালে গেছ চিলিণ্ডাৰৰ মূল্য

আজিৰ পৰা সমগ্ৰ দেশতে এল পি জি চিলিণ্ডাৰৰ মূল্য হ্ৰাস পাইছে। তেল বিপণন কোম্পানীয়ে গেছ চিলিণ্ডাৰৰ মূল্য হ্ৰাস কৰিছে। অৰ্থাৎ আজিৰ পৰা ১৯ কেজিৰ বাণিজ্যিক এল…

1 min read
Top News

সাধাৰণ জনতাক মাধমাৰ! ৫০ টকাকৈ বৃদ্ধি পালে ৰন্ধন গেছৰ মূল্য

পেট্ৰ’ল-ডিজেলৰ পিছত এইবাৰ বৃদ্ধি পালে ৰন্ধন গেছৰ মূল্য। প্ৰতিটো ৰন্ধন গেছৰ মূল্য ৫০ টকাকৈ বৃদ্ধি পাব বুলি ঘোষণা কৰিছে কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদীপ…

1 min read
Top News

আজিৰ পৰা সালসলনি হ’ব কেইবাটাও নিয়ম, আহিব পৰিৱৰ্তন…

আজিৰ পৰা সালসলনি হ’ব কেইবাটাও নিয়ম। আহিব কেইবাটাও উল্লেখযোগ্য পৰিৱৰ্তন। যিয়ে দৈনন্দিন জীৱনৰ অসংখ্য দিশত প্ৰভাৱ পেলাব। এলপিজি চিলিণ্ডাৰৰ দাম, এফ ডি হাৰ, ইউ পি আই…

1 min read