Top News
সুৰা বিপণীত ভয়ংকৰ ঘটনা; মটৰ চাইকেলেৰে অহা দুৰ্বৃত্তৰ আক্ৰমণত প্ৰাণ গ’ল ৩ জন যুৱকৰ
হাৰিয়ানাৰ ৰোহটকত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। বৃহস্পতিবাৰে নিশা ৰোহটকৰ শোণিপত ৰোডস্থিত এখন সুৰা বিপণীত হোৱা ভয়ংকৰ গুলীচালনাত তিনিজন যুৱকৰ মৃত্যু হোৱাৰ লগতে আন দুজন যুৱক…
