Top News
ইলন মাস্কক চেৰ পেলাই বিশ্বৰ ধনাঢ্য ব্যক্তি হ’ল লেৰী এলিছন
আমেৰিকাৰ ছফ্টৱেৰ কোম্পানী অৰেকলৰ সহ-প্ৰতিষ্ঠাপক লেৰী এলিছন বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি হিচাপে পৰিগণিত হৈছে। টেছলাৰ চিইঅ’ ইলন মাস্কক চেৰ পেলাই প্ৰথমবাৰৰ বাবে বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি…
