Thursday, 12 November 2026
Latest
কোৰাণৰ আয়াত লিখা পেণ্ডেণ্টক লৈ বিতৰ্ক! কৰীনা কাপুৰৰ সমৰ্থনত সাংসদ নাদৱী, কি ক’লে তেওঁ?৬ হাজাৰ বিদ্যালয়লৈ বো*মাৰ ভাবুকি! আতংকত ইউৰোপ, প্ৰধানমন্ত্ৰী মেল’নীৰ গাড়ীও আ*ক্ৰমণৰ লক্ষ্য…ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰইটয়লেটৰ আইনাত হাইজেকৰ ভাবুকি! উৰণৰ পূৰ্বেই হাহাকাৰ কলকাতা বিমানবন্দৰত, নিৰাপত্তাৰক্ষীৰ জালত এয়াৰ ইণ্ডিয়াৰ বিমানবগা হোৱাৰ হেঁপাহেই কাল হ’ব নেকি জীৱনৰ?ফেয়াৰনেছ ক্ৰীমত বিপজ্জনক পাৰা, বৃক্ক বিকল হোৱাৰ আশংকা…প্ৰথমে বিকট শব্দ, ছিগিল ৰে’ললাইন, খাৱৈত সোমাল ইঞ্জিন! মৃত্যুৰ মুখৰ পৰা কথমপি প্ৰাণ ৰক্ষা যাত্ৰীৰ, ডিগাৰুত কেনেকৈ ঘটিল ভয়ংকৰ ৰে’ল দুৰ্ঘটনা?ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

Tag: Kangana Ranaut

Top News

‘আপোনাৰ দৰে কোনো নাই…’ জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি অভিনেত্ৰী কংগনাৰ

যোৱা শুকুৰবাৰে সুৰৰ সম্ৰাট তথা হাৰ্টথ্ৰব জুবিন গাৰ্গৰ আকস্মিক দেহাৱসান ঘটে। কণ্ঠশিল্পীগৰাকীৰ আকস্মিক মৃত্যুত সকলো স্তম্ভিত আৰু শোকত ম্ৰিয়মান হৈ আছে। অসমৰ প্ৰিয় শিল্পীগৰাকীক ২৩ ছেপ্তেম্বৰত…

1 min read
Top News

ৱাকফ সংশোধনী বিধেয়ক সন্দৰ্ভত কি কয় সাংসদ কংগনা ৰনৌতে?

ৱাকফ সংশোধনী বিধেয়কক লৈ চলি থকা বিতৰ্কৰ মাজতে অভিনেত্ৰীৰ পৰা সাংসদ হোৱা কংগনা ৰনৌতে আজি সংসদ ভৱনৰ বাহিৰত এই বিধেয়কখনক লৈ সাংবাদিকৰ আগত নিজৰ মত ব্যক্ত…

1 min read
Top News

‘ইমাৰ্জেন্সি’ উপভোগ কৰিবলৈ প্ৰিয়ংকা গান্ধীক আমন্ত্ৰণ অভিনেত্ৰী কংগনাৰ

বলিউদৰ জনপ্ৰিয় অভিনেত্ৰী তথা বিজেপিৰ সাংসদ কংগনা ৰনৌতৰ আহিবলগীয়া ছবি ‘ইমাৰ্জেন্সি’ মুক্তিৰ বাবে সাজু। প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ চৰিত্ৰত অভিনয় কৰিছে কংগনাই। ছবিখন মুক্তিৰ পূৰ্বে অভিনেত্ৰীগৰাকীয়ে…

1 min read
Top News

কংগনাৰ ‘ইমাৰ্জেন্সি’ ছবিলৈ চেঞ্চৰ ব’ৰ্ডৰ পৰা সেউজ সংকেত; শীঘ্ৰে পাব মুক্তি..

বলীউডৰ অভিনেত্ৰী তথা বিজেপি সাংসদ কংগনা ৰনৌতৰ ছবি ‘ইমাৰ্জেন্সি’য়ে অৱশেষত চেঞ্চৰ ব’ৰ্ডৰ পৰা লাভ কৰিলে প্ৰমাণ পত্ৰ। এই তথ্য নিজেই দিছে অভিনেত্ৰী তথা সাংসদগৰাকীয়ে। অৰ্থাৎ এতিয়া…

1 min read
Top News

তিনিওখন কৃষি আইন পুনৰ কাৰ্যকৰী কৰিব লাগে : সাংসদ কংগনাৰ মন্তব্যত সৰৱ কংগ্ৰেছ

হিমাচলৰ মাণ্ডীৰ সাংসদ তথা অভিনেত্ৰী কংগনা ৰনৌত পুনৰ এবাৰ বাতৰিৰ শিৰোণামলৈ আহিছে। নিজ মন্তব্যৰ বাবে চৰ্চাত থকা কংগনাই এইবাৰ কৃষকৰ স্বাৰ্থত এই তিনিখন কৃষি আইন পুনৰ…

2 min read
Top News

বিজেপি সাংসদ কংগনাৰ দূৰৱস্থা, ইমাৰ্জেন্সিৰ বাবে বিক্ৰী গ’ল সম্পত্তি

কংগনা ৰানাৱটে তেওঁৰ ছবি ‘ইমাৰ্জেন্সি’ৰ মুক্তিত পলম হোৱাত আৰ্থিক চাপৰ বাবে নিজৰ মুম্বাইস্থিত বাংলোটো ৩২ কোটি টকাত বিক্ৰী কৰে। চেঞ্চৰৰ প্ৰমাণ পত্ৰৰ সমস্যাৰ বাবে এই ছবিখনৰ…

2 min read