Top News
মুছলমানৰ জাকাতৰ দৰে হিন্দু বা অমুছলমানে দিব লাগিব জিজিয়া কৰ
বাংলাদেশত মহম্মদ ইউনুছৰ অন্তৱৰ্তীকালীন চৰকাৰৰ দিনত দেশখনক ইছলামিক জাতি হিচাপে গঢ়ি তোলাৰ দিশত পদক্ষেপ ত্বৰান্বিত কৰা হৈছে। বৃহত্তম ইছলামিক দল জামাত-ই-ইছলামীয়ে এতিয়া দেশত শ্বৰীয়ত আইন কাৰ্যকৰী…
