Saturday, 14 November 2026
Latest
দিল্লীৰ বিষাক্ত বায়ুৱে শৰীৰৰ কোনটো অংগ প্ৰথমে আক্ৰমণ কৰে? শিশু-বৃদ্ধৰ বাবে কি কি ক্ষেত্ৰত অধিক বিপদজনক?ডিচেম্বৰত বাংলাদেশলৈ উভতিব নেকি শ্বেখ হাছিনা? ভাৰতৰ দুটা চৰ্তক লৈ ৰাজনীতিত নতুন ধুমুহা!আমেৰিকাৰ আকাশত পুনৰ উৰিল বিমান! ৪ ঘণ্টাৰ গ্ৰাউণ্ড ষ্টপ, ১৫ হাজাৰ বিমানত বিপৰ্যয়…ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰইমুখত চোবাই খোৱা ফটকাই কাঢ়িলে ২ বছৰীয়া শিশুৰ প্ৰাণ! পপ-পপ ফটকা কিমান ভয়ংকৰ?এইবাৰ আমেৰিকাৰ সামৰিক ৰাডাৰত আক্ৰমণ ইৰাণৰ! ট্ৰাম্পৰ নীৰৱতা, যুদ্ধৰ মাজতে জাহাজৰ কমাণ্ডাৰক আঁতৰালে আমেৰিকাই…নেতান্যেহুৰ পত্নীৰ সৈতে সংসদতে তুমুল বাকযুদ্ধ! কাৰ সৈতে কাজিয়াত লিপ্ত হ’ল ছাৰা নেতান্যেহু? স্বামীয়ে চাই ৰ’ল সকলো…

Tag: Jagdeep Dhankhar

Top News

চৰকাৰী বাসগৃহ খালী কৰিব জগদীপ ধনখড়ে, ক’ত হ’ব প্ৰাক্তন উপ-ৰাষ্ট্ৰপতিৰ নতুন ঠিকনা?

প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ক লৈ ওলাইছে এক ডাঙৰ খবৰ। শীঘ্ৰে উপ-ৰাষ্ট্ৰপতি হিচাপে দিয়া চৰকাৰী বাসগৃহ এৰি যাব প্ৰাক্তন উপ-ৰাষ্ট্ৰপতিয়ে। ৰাজস্থান বিধানসভাত নিজৰ বাবে পেঞ্চনৰ বাবে আবেদন…

1 min read
Top News

কোন হ’ব দেশৰ পৰৱৰ্তী উপ-ৰাষ্ট্ৰপতি? জগদীপ ধনখড়ৰ পদত্যাগৰ পিছত এই নামসমূহক লৈ চৰ্চা…

জগদীপ ধনখড়ৰ হঠাৎ পদত্যাগৰ পিছতেই দেশৰ দ্বিতীয় বৃহত্তম সাংবিধানিক পদৰ বাবে নতুন দৌৰ আৰম্ভ হৈছে। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে পদত্যাগ মানি লোৱাৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁক…

2 min read
Top News

ধনখড়ৰ পদত্যাগৰ ২৪ ঘণ্টাৰ ভিতৰতে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূক সাক্ষাৎ হৰিবংশ নাৰায়ণৰ

মঙলবাৰে ৰাজ্যসভাৰ উপ-অধ্যক্ষ হৰিবংশ নাৰায়ণ সিঙে সাক্ষাত কৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূক। জগদীপ ধনখড়ে উপ-ৰাষ্ট্ৰপতি পদৰ পৰা পদত্যাগ কৰাৰ ২৪ ঘণ্টাৰ ভিতৰতে উপ-অধ্যক্ষই ৰাষ্ট্ৰপতিক সাক্ষাত কৰা ঘটনাটোৱে…

1 min read
Top News

সাংসদৰ আসনৰ পৰা উদ্ধাৰ টকাৰ বান্দিল; আইন অনুসৰি তদন্ত কৰাৰ আশ্বাস জগদীপ ধনখড়ৰ

ৰাজ্যসভাৰ সাংসদ অভিষেক মনু সিংভিয়ে বহা আসনৰ তলৰ পৰা টকাৰ বান্দিল উদ্ধাৰ হোৱা ঘটনাই সম্প্ৰতি দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। জানিব পৰা অনুসৰি, কালি নিৰাপত্তাৰক্ষীয়ে তদন্তৰ…

2 min read

Get the day’s biggest stories first

One beautiful briefing every morning. No spam, unsubscribe anytime.