Tuesday, November 10, 2026
23 °c
Guwahati
22 ° Wed
22 ° Thu
Language -
অসমীয়া
  • English

Tag: Health

আতচবাজীৰ জুইত ছাল পুৰিলে ভুলতো নকৰিব এই কাম! চিকিৎসকৰ পৰামৰ্শ, তৎক্ষণাত কৰক মাত্ৰ এটা কাম…

আতচবাজীৰ জুইত ছাল পুৰিলে ভুলতো নকৰিব এই কাম! চিকিৎসকৰ পৰামৰ্শ, তৎক্ষণাত কৰক মাত্ৰ এটা কাম…

দীপাৱলীৰ আনন্দৰ মাজতে আতচবাজীৰ সামান্য অসাৱধানতাই মাতি আনিব পাৰে ভয়ংকৰ বিপদ। ফটকা ফুটাওঁতে হাত, মুখ অথবা শৰীৰৰ আন অংশৰ ছাল ...

কৰ্কট ৰোগীৰ বাবে ডাঙৰ সকাহ! অসমত ১৩৭বিধ কৰ্কট ৰোগৰ ঔষধৰ দাম হ্ৰাস, ৯ নৱেম্বৰৰ পৰা নতুন মূল্য

কৰ্কট ৰোগীৰ বাবে ডাঙৰ সকাহ! অসমত ১৩৭বিধ কৰ্কট ৰোগৰ ঔষধৰ দাম হ্ৰাস, ৯ নৱেম্বৰৰ পৰা নতুন মূল্য

মৃত্যুৰ সৈতে যুঁজ দিয়াৰ লগতে চিকিৎসাৰ বিপুল খৰচৰ সৈতেও যুঁজিবলগীয়া হয় কৰ্কট ৰোগীয়ে। বহু পৰিয়ালৰ বাবে কেঞ্চাৰৰ চিকিৎসা কেৱল শাৰীৰিক ...

ৰাতিপুৱা বিচনাৰ পৰা উঠিয়েই ভৰিৰ তলুৱাত বিষ হয় নেকি? আওকাণ নকৰিব এই ৫টা কাৰণ…

ৰাতিপুৱা বিচনাৰ পৰা উঠিয়েই ভৰিৰ তলুৱাত বিষ হয় নেকি? আওকাণ নকৰিব এই ৫টা কাৰণ…

ৰাতিপুৱা টোপনিৰ পৰা উঠি প্ৰথমটো খোজ দিয়াৰ লগে লগে গোৰোহাত বিন্ধি যোৱাৰ দৰে বিষ অনুভৱ কৰে নেকি? কেইখোজমান খোজ কঢ়াৰ ...

৪টা ভুল অভ্যাসে দুৰ্বল কৰিব পাৰে মগজু!  মগজু সুস্থ ৰাখিব বিচাৰে যদি, আজিয়েই এৰক এই  অভ্যাস…

৪টা ভুল অভ্যাসে দুৰ্বল কৰিব পাৰে মগজু! মগজু সুস্থ ৰাখিব বিচাৰে যদি, আজিয়েই এৰক এই অভ্যাস…

শৰীৰটো সুস্থ আৰু ফিট কৰি ৰাখিবলৈ কেৱল ব্যায়াম বা খাদ্যৰ যত্ন ল’লেই নহয়, মগজুৰ স্বাস্থ্যৰ প্ৰতিও সমানেই গুৰুত্ব দিয়া প্ৰয়োজন। ...

সুৰা সেৱন কৰি ঔষধ খোৱাটো কিমান বিপজ্জনক? শৰীৰত হ’ব পাৰে ভয়ংকৰ প্ৰতিক্ৰিয়া…

সুৰা সেৱন কৰি ঔষধ খোৱাটো কিমান বিপজ্জনক? শৰীৰত হ’ব পাৰে ভয়ংকৰ প্ৰতিক্ৰিয়া…

পাৰ্টি বা সামাজিক অনুষ্ঠানৰ পিছত বহু লোকৰ মূৰৰ বিষ, বদহজম, বমি ভাব অথবা অনিদ্ৰাৰ দৰে সমস্যাই দেখা দিয়ে। এনে সময়ত ...

মানৱ শৰীৰত গাহৰিৰ বৃক্ক! ২৭১ দিনৰ সফল পৰীক্ষা, চিকিৎসা বিজ্ঞানত তীব্ৰ চাঞ্চল্য…

মানৱ শৰীৰত গাহৰিৰ বৃক্ক! ২৭১ দিনৰ সফল পৰীক্ষা, চিকিৎসা বিজ্ঞানত তীব্ৰ চাঞ্চল্য…

বৃক্ক বিকল হোৱাৰ পিছত জীৱন ৰক্ষাৰ বাবে প্ৰয়োজন হৈছিল কিডনী ট্ৰান্সপ্লাণ্টৰ। কিন্তু উপযুক্ত দাতা নোপোৱাৰ বাবে অপেক্ষা কৰাৰ সময় নাছিল। ...

স্লিম হ’বলৈ গৈ তপাহে হৈছে নেকি আপুনি? টকলা হোৱাৰ জিনীয় আশংকা বঢ়াইছে নেকি ওজন কমোৱা ঔষধে? গৱেষণাত চাঞ্চল্যকৰ ইংগিত…

স্লিম হ’বলৈ গৈ তপাহে হৈছে নেকি আপুনি? টকলা হোৱাৰ জিনীয় আশংকা বঢ়াইছে নেকি ওজন কমোৱা ঔষধে? গৱেষণাত চাঞ্চল্যকৰ ইংগিত…

বৰ্তমানৰ ব্যস্ত জীৱনশৈলীত ওজন নিয়ন্ত্ৰণ কৰাটো বহু লোকৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান হৈ উঠিছে। বহুতে ব্যায়াম, খাদ্যাভ্যাস আৰু জীৱনশৈলীৰ পৰিৱৰ্তনৰ ...

মাত্ৰ ৪ মাহতে হাজাৰ হাজাৰ লোকৰ মৃত্যু! কিয় ইমান ভয়ংকৰ হৈ পৰিছে সংক্ৰমণ? পুনৰ মহামাৰীৰ দিশে আগবাঢ়িছে নেকি বিশ্ব?

মাত্ৰ ৪ মাহতে হাজাৰ হাজাৰ লোকৰ মৃত্যু! কিয় ইমান ভয়ংকৰ হৈ পৰিছে সংক্ৰমণ? পুনৰ মহামাৰীৰ দিশে আগবাঢ়িছে নেকি বিশ্ব?

আফ্ৰিকা মহাদেশৰ কিছুমান দেশত ইব’লা মহামাৰীয়ে ভয়ংকৰ ৰূপ লৈ বহুলোকক মৃত্যুৰ মুখলৈ ঠেলি দিছে বুলি দাবী কৰা হৈছে। চৰকাৰী তথ্য ...

টোপনিৰ অভাৱত বৃদ্ধি উচ্চ ৰক্তচাপৰ সম্ভাৱনা!জানক কি কয় বিশেষজ্ঞই…

টোপনিৰ অভাৱত বৃদ্ধি উচ্চ ৰক্তচাপৰ সম্ভাৱনা!জানক কি কয় বিশেষজ্ঞই…

বৰ্তমান সময়ত দ্ৰুতগতিত চলি থকা জীৱনটোত মোবাইল ফোন ব্যৱহাৰ কৰা বা গভীৰ নিশালৈকে কাম কৰাটো মানুহৰ দৈনন্দিন কাম-কাজৰ এটা অংশ ...

ধ্বংসৰ দিশলৈ মগজুৰ কাৰ্যক্ষমতা; টোপনি আৰু ক্লান্তিৰ বিষয়ে ভয়ংকৰ সত্য উদঙালে বিশেষজ্ঞই

ধ্বংসৰ দিশলৈ মগজুৰ কাৰ্যক্ষমতা; টোপনি আৰু ক্লান্তিৰ বিষয়ে ভয়ংকৰ সত্য উদঙালে বিশেষজ্ঞই

আজিৰ পৃথিৱীত মানুহে সঁচা অৰ্থত নিজৰ বাবে খুব কম সময়হে পায়। আজিকালি আমাৰ দৈনন্দিন কাম-কাজ বহুলাংশে আমাৰ স্মাৰ্টফোনৰ আশে-পাশে ঘূৰি ...

Page 1 of 16 1 2 … 16