Top News
২৪ ঘণ্টাৰ ভিতৰত ২টকৈ ভয়ংকৰ ভূমিকম্প, ভাৰতৰ সহায় প্ৰেৰণ, ১২০০ জনৰ প্ৰাণহানি
১ ছেপ্টেম্বৰত আফগানিস্তানত হোৱা প্ৰবল ভূমিকম্পৰ মাত্ৰ ২৪ ঘণ্টাৰ ভিতৰতে দ্বিতীয়বাৰৰ বাবে কঁপিছে আফগানিস্তান। ২ ছেপ্টেম্বৰত দেশখনৰ দক্ষিণ-পূব অংশত ৫.৫ প্ৰাবল্যৰ ভূমিকম্পৰ সৃষ্টি হয়। এদিন পূৰ্বে…
