Top News
ঘন কুঁৱলীৰ বাবে ৭খন বাছৰ মাজত তীব্ৰ সংঘৰ্ষ, ৪ জনৰ প্ৰাণহানি, গুৰুতৰভাৱে আহত বহুলোক…
উত্তৰ প্ৰদেশৰ মথুৰাত দিল্লী-আগ্ৰা এক্সপ্ৰেছৱে’ত সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা। মঙলবাৰে পুৱা ৪ বজাত ঘন কুঁৱলীৰ বাবে দ্ৰুতগতিত একেৰাহে সাতখন বাছৰ সংঘৰ্ষৰ ফলত বাছসমূহত জুই লাগে।…
