Saturday, 14 November 2026
Latest
আমেৰিকাৰ আকাশত পুনৰ উৰিল বিমান! ৪ ঘণ্টাৰ গ্ৰাউণ্ড ষ্টপ, ১৫ হাজাৰ বিমানত বিপৰ্যয়…ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰইমুখত চোবাই খোৱা ফটকাই কাঢ়িলে ২ বছৰীয়া শিশুৰ প্ৰাণ! পপ-পপ ফটকা কিমান ভয়ংকৰ?এইবাৰ আমেৰিকাৰ সামৰিক ৰাডাৰত আক্ৰমণ ইৰাণৰ! ট্ৰাম্পৰ নীৰৱতা, যুদ্ধৰ মাজতে জাহাজৰ কমাণ্ডাৰক আঁতৰালে আমেৰিকাই…নেতান্যেহুৰ পত্নীৰ সৈতে সংসদতে তুমুল বাকযুদ্ধ! কাৰ সৈতে কাজিয়াত লিপ্ত হ’ল ছাৰা নেতান্যেহু? স্বামীয়ে চাই ৰ’ল সকলো…মাত্ৰ ৫খন গাড়ীৰেই আৰম্ভ কৰিব পাৰিব ৰেণ্টেল কেবৰ ব্যৱসায়! চৰকাৰৰ নতুন প্ৰস্তাৱত সলনি হ’ব ব্যৱসায়ৰ নিয়ম…এখন হাজাৰ বছৰ পুৰণি কিতাপ, ৩৭০০ বছৰ পুৰণি ভাইৰাছ আৰু বিজ্ঞানীৰ হাতত ওলাল অতীতৰ এক ভয়ংকৰ ৰহস্য…

Tag: Africa

Top News

দ্বিতীয়বাৰৰ বাবে তাঞ্জানিয়াৰ ৰাষ্ট্ৰপতি ছামিয়া চুলুহু হাছান, নিৰ্বাচনী হিংসাৰ পিছত প্ৰায় ৭০০ লোকৰ প্ৰাণহানিৰ দাবী

আফ্ৰিকাৰ দেশ তাঞ্জানিয়াত অনুষ্ঠিত ৰাষ্ট্ৰপতি নিৰ্বাচনত বিজয় সামিয়া চুলুহু হাছানৰ। অৱশ্যে এই বিজয়ৰ লগে লগে তীব্ৰ হিংসাত্মক পৰিস্থিতিও ঘটে। এই ৰাষ্ট্ৰপতি নিৰ্বাচন সোনকালে ৰক্তস্থানলৈ পৰিণত হয়।…

2 min read
Top News

সোণৰ খনিত প্ৰাণ হেৰুৱালে ৯ জনে, সেনাবাহিনীৰ ওপৰত অভিযোগ

পশ্চিম আফ্ৰিকাৰ দেশ ঘানা এতিয়াও শিৰোনামত আছে। শেহতীয়াকৈ এই দেশখনৰ এটা সোণৰ খনিত এক ঘটনা সংঘটিত হৈছিল, য’ত ৯ জনকৈ লোকে প্ৰাণ হেৰুৱায়। ঘানাৰ ক্ষুদ্ৰ খনিকৰ…

2 min read
Top News

আফ্ৰিকাত ডিংগা ডিংগা ৰোগ, নাচিবলৈ আৰম্ভ কৰে ৰোগীয়ে

আফ্ৰিকাৰ উগাণ্ডাত প্ৰায় ৩০০ লোক এক ৰহস্যজনক ৰোগৰ বলি হৈছে। এই ৰোগক “ডিংগা ডিংগা” নাম দিয়া হৈছে। এক প্ৰতিবেদন অনুসৰি, এই ৰোগে মূলতঃ মহিলা আৰু ছোৱালীক…

2 min read
Top News

পৃথিৱীৰ কোনটো কোণক হাতীৰ মহাদেশ বুলি কোৱা হয়, আপুনি জানেনে?

হাতী হৈছে পৃথিৱীৰ সৰ্ববৃহৎ স্থলজ প্ৰাণী। হাতীৰ বিশালকায় উপস্থিতি আৰু বুদ্ধিমত্তাই সকলোকে আকৰ্ষিত কৰি আহিছে। কিন্তু আপুনি জানেনে পৃথিৱীৰ বেছিভাগ হাতী ক’ত পোৱা যায়? আফ্ৰিকা যেতিয়া…

2 min read

Get the day’s biggest stories first

One beautiful briefing every morning. No spam, unsubscribe anytime.