• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, November 10, 2026
23 °c
Guwahati
22 ° Wed
22 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অসম
    • অৰুণাচল প্ৰদেশ
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কৰ্কট ৰোগীৰ বাবে ডাঙৰ সকাহ! অসমত ১৩৭বিধ কৰ্কট ৰোগৰ ঔষধৰ দাম হ্ৰাস, ৯ নৱেম্বৰৰ পৰা নতুন মূল্য

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home BIG BREAKING

ভয়ংকৰ ভূমিস্খলনৰ ফলত নদীত পৰিল দুখন বাছ, ৬৩জন যাত্ৰী নিৰুদ্দেশ

Nation NE by Nation NE
July 12, 2024
in BIG BREAKING, Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
ভয়ংকৰ ভূমিস্খলনৰ ফলত নদীত পৰিল দুখন বাছ, ৬৩জন যাত্ৰী নিৰুদ্দেশ

সংগৃহীত ফটো।

Share on FacebookShare on TwitterWhatsApp

শুকুৰবাৰে ৰাতিপুৱা নেপালত সংঘটিত হয় এক ভয়ংকৰ ভূমিস্খলনৰ ঘটনা। ভূমিস্খলনৰ ফলত দুখন যাত্ৰীবাহী বাছ নদীত পৰি যোৱাৰ ফলত কমেও ৬৩ জন যাত্ৰী নিৰুদ্দেশ হোৱা বুলি জানিব পৰা গৈছে।

তথ্য অনুসৰি চিতৱান জিলাৰ ছিমলতাল অঞ্চলৰ নাৰায়ণঘাট-মুগলিং পথত সংঘটিত হয় এই ঘটনা। অকস্মাতে হোৱা ভূমিস্খলনৰ ফলত বাছ দুখন ত্ৰিশূলী নদীত পৰি যোৱা বুলি জানিব পৰা গৈছে।

কিছু দিনৰ পৰা হৈ থকা ধাৰাসাৰ বৰষুণ ফলত ত্ৰিশূলী নদীৰ বক্ষ ওফন্দি উঠাৰ বাবে অনুসন্ধান আৰু উদ্ধাৰ অভিযান চলোৱাত যথেষ্ট বাধাৰ সন্মুখীন হৈছে উদ্ধাৰকাৰী দল।

চিতৱানৰ মুখ্য জিলা বিষয়া ইন্দ্ৰদেৱ যাদৱে সংবাদ মাধ্যমক কয়, ‘প্ৰাথমিক তথ্য অনুসৰি বাছ চালককে ধৰি দুয়োখন বাছতে মুঠ ৬৩জন লোক আছিল। পুৱতি নিশা প্ৰায় ৩:৩০ বজাত হোৱা ভূমিস্খলনত বাছ দুখন নদীত পৰি যায়। আমি ঘটনাস্থলত আছো আৰু অনুসন্ধান অভিযান অবিৰতভাৱে চলি আছে। ধাৰাসাৰ বৰষুণৰ বাবে বাছ দুখনৰ সন্ধান উলিওৱাত কিছু অসুবিধাৰ সন্মুখীন হৈছো’।

ইফালে এই ঘটনাত দুখ প্ৰকাশ কৰি নেপালৰ প্ৰধানমন্ত্ৰী পুষ্প কমল দাহালে এক্সযোগে কয় যে নাৰায়ণগড়-মুগলিং পথৰ অংশত হোৱা ভূমিস্খলনৰ ফলত দুখন বাছ নৈত পৰি যায়। এই ঘটনাত প্ৰায় পাঁচ ডজন যাত্ৰী নিৰুদ্দেশ হৈ পৰে। মই গভীৰ শোক প্ৰকাশ কৰিছো। যাত্ৰীসকলক বিচাৰি উলিয়াবলৈ গৃহ প্ৰশাসনকে ধৰি চৰকাৰৰ সকলো সংস্থাক নিৰ্দেশ প্ৰদান কৰিছো।

Tags: #Accident#Landslide#NepalBusMissing

Related Posts

নেতান্যেহুৰ পিছত ইজৰাইলৰ ক্ষমতাৰ দৌৰত গাডি আইজেনকোট! ভাৰতৰ সৈতে আছে বিশেষ নৌসেনাৰ সংযোগ…
Top News

ইজৰাইলত ক্ষমতাৰ মহাৰণ! নেতান্যাহুৰ নতুন ৰাজনৈতিক চালত বিপদত গাডি আইজেনকোটৰ প্ৰধানমন্ত্ৰী হোৱাৰ সপোন…

November 10, 2026
চীনৰ সহায়ত নিৰ্মাণ কৰা বান্ধত ভয়ংকৰ বিপৰ্যয়! খহি পৰিল নিৰ্মীয়মাণ অংশ, জলাশয়ত হাহাকাৰ, বন্ধ হ’ল কাম-কাজ

কিয় ভাৰতৰ প্ৰধানমন্ত্ৰী নহ’ল ছোনিয়া গান্ধী? ১৮ বছৰ পিছত নিজেই প্ৰকাশ কৰিলে সেই গোপন সিদ্ধান্তৰ আঁৰৰ কাহিনী…

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

November 10, 2026
কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

November 10, 2026
মন্দিৰত সোমাই তাণ্ডৱ! বজৰংবলীৰ ছবিত আ*ক্ৰ*মণৰ লগতে ক’লা ৰঙেৰে বিকৃত ধৰ্মীয় ফলক, চকীদাৰক হ*ত্যাৰ ভাবুকি…

November 9, 2026
Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In
No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025