Saturday, 14 November 2026
Latest
দিল্লীৰ বিষাক্ত বায়ুৱে শৰীৰৰ কোনটো অংগ প্ৰথমে আক্ৰমণ কৰে? শিশু-বৃদ্ধৰ বাবে কি কি ক্ষেত্ৰত অধিক বিপদজনক?ডিচেম্বৰত বাংলাদেশলৈ উভতিব নেকি শ্বেখ হাছিনা? ভাৰতৰ দুটা চৰ্তক লৈ ৰাজনীতিত নতুন ধুমুহা!আমেৰিকাৰ আকাশত পুনৰ উৰিল বিমান! ৪ ঘণ্টাৰ গ্ৰাউণ্ড ষ্টপ, ১৫ হাজাৰ বিমানত বিপৰ্যয়…ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰইমুখত চোবাই খোৱা ফটকাই কাঢ়িলে ২ বছৰীয়া শিশুৰ প্ৰাণ! পপ-পপ ফটকা কিমান ভয়ংকৰ?এইবাৰ আমেৰিকাৰ সামৰিক ৰাডাৰত আক্ৰমণ ইৰাণৰ! ট্ৰাম্পৰ নীৰৱতা, যুদ্ধৰ মাজতে জাহাজৰ কমাণ্ডাৰক আঁতৰালে আমেৰিকাই…নেতান্যেহুৰ পত্নীৰ সৈতে সংসদতে তুমুল বাকযুদ্ধ! কাৰ সৈতে কাজিয়াত লিপ্ত হ’ল ছাৰা নেতান্যেহু? স্বামীয়ে চাই ৰ’ল সকলো…
Top News

প্ৰায় ৫০০ বছৰৰ অন্তত ভগৱান ৰামৰ মন্দিৰত উদযাপন হ’ব দীপাৱলী, ধনতেৰাচৰ শুভেচ্ছা জনাই প্ৰধানমন্ত্ৰী মোদীয়ে

আজি অৰ্থাৎ ২৯ অক্টোবৰ মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে, এইবাৰৰ দীপাৱলী উৎসৱ প্ৰায় ৫০০ বছৰৰ পাছত প্ৰথমবাৰৰ বাবে ভগৱান ৰামৰ অযোধ্যা মন্দিৰত অন্তত পালন কৰা হ’ব।

ধনতেৰাচ উপলক্ষে দেশবাসীক শুভেচ্ছা জনাই প্ৰধানমন্ত্ৰী মোদীয়ে ৱদেশৰ সকলো নাগৰিককে সম্বন্ধি ধনতেৰাচৰ আন্তৰিক শুভেচ্ছা জনায়।

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, প্ৰায় ৫০০ বছৰৰ পাছত দেশৱাসীয়ে এইবাৰ বিশেষ দীপাৱলীৰ সাক্ষী হৈ ৰ’ব। ২০১৯ চনত উচ্চতম ন্যায়ালয়ে বিবাদিত ভূমিত মন্দিৰ নিৰ্মাণৰ অনুমতি দিছিল, আৰু একে সময়তে চৰকাৰক মছজিদ নিৰ্মাণৰ বাবে বৃহৎ মাটি আবণ্টন দিবলৈ নিৰ্দেশ দিছিল। চলিত বৰ্ষৰ জানুৱাৰী মাহত অযোধ্যা ৰাম মন্দিৰ উদ্বোধন কৰা হৈছিল।

এই বিশেষ উপলক্ষে প্ৰধানমন্ত্ৰী মোদীয়ে নিয়োগ মেলাত চৰকাৰী চাকৰিৰ বাবে নিযুক্তি পত্ৰ লাভ কৰা যুৱক-যুৱতীসকলকো অভিনন্দন জনায়। তেওঁ কয় যে, এই উৎসৱমুখৰ পৰিৱেশত আজি এই শুভ দিনটোত ৫১ হাজাৰ যুৱক-যুৱতীক চৰকাৰী চাকৰিৰ বাবে নিযুক্তি পত্ৰ দিয়া হৈছে। নিযুক্তি পত্ৰ লাভ কৰা যুৱক-যুৱতীসকলক প্ৰধানমন্ত্ৰীয়ে অভিনন্দন জনায়।

Leave a Reply

Your email address will not be published. Required fields are marked *

Get the day’s biggest stories first

One beautiful briefing every morning. No spam, unsubscribe anytime.