Friday, 13 November 2026
Latest
এইবাৰ আমেৰিকাৰ সামৰিক ৰাডাৰত আক্ৰমণ ইৰাণৰ! ট্ৰাম্পৰ নীৰৱতা, যুদ্ধৰ মাজতে জাহাজৰ কমাণ্ডাৰক আঁতৰালে আমেৰিকাই…নেতান্যেহুৰ পত্নীৰ সৈতে সংসদতে তুমুল বাকযুদ্ধ! কাৰ সৈতে কাজিয়াত লিপ্ত হ’ল ছাৰা নেতান্যেহু? স্বামীয়ে চাই ৰ’ল সকলো…মাত্ৰ ৫খন গাড়ীৰেই আৰম্ভ কৰিব পাৰিব ৰেণ্টেল কেবৰ ব্যৱসায়! চৰকাৰৰ নতুন প্ৰস্তাৱত সলনি হ’ব ব্যৱসায়ৰ নিয়ম…এখন হাজাৰ বছৰ পুৰণি কিতাপ, ৩৭০০ বছৰ পুৰণি ভাইৰাছ আৰু বিজ্ঞানীৰ হাতত ওলাল অতীতৰ এক ভয়ংকৰ ৰহস্য…ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰইকোৰাণৰ আয়াত লিখা পেণ্ডেণ্টক লৈ বিতৰ্ক! কৰীনা কাপুৰৰ সমৰ্থনত সাংসদ নাদৱী, কি ক’লে তেওঁ?৬ হাজাৰ বিদ্যালয়লৈ বো*মাৰ ভাবুকি! আতংকত ইউৰোপ, প্ৰধানমন্ত্ৰী মেল’নীৰ গাড়ীও আ*ক্ৰমণৰ লক্ষ্য…
Top News

মায়া আৰু নাই। জুবিন দাৰ দেশলৈ গুচি গ’ল মায়া…..

মায়া আৰু নাই।  জুবিন দাৰ কাষলৈ গুচি গ’ল মায়া। ২৪ ঘন্টাই জুবিনৰ শেষ শয়নস্থলীত থকা কুকুৰটোও অৱশেষত গ’লগৈ।

অৱশেষত মৃত্যু হ’ল জুবিন দাৰ সমাধিৰ এক মাত্ৰ প্ৰহৰি কুকুৰটোৰ। জুবিন গাৰ্গৰ শেষকৃত্য হোৱাৰে পৰা সমাধিৰ প্ৰহৰি হিচাপে নিজে আহিছিল এই কুকুৰটো। ১৭ অক্টোৱৰৰ নিশা গৰিমা বৌয়ে জুবিন দাৰ এই প্ৰহৰিটোক মায়া নাম দি থৈ গৈছিল।

পিছে জুবিন গাৰ্গৰ মৃ*ৰ এমাহ সম্পূৰ্ণ হোৱাৰ এদিন পূৰ্বে এই পৃথিৱীৰ পৰা বিদায় মাগিলে মায়াই। এমাহ ধৰি একোৱেই খোৱা নাছিল মায়াই। ঈশ্বৰ পুত্ৰ জুবিনৰ জীৱ জন্তুৰ প্ৰতি থকা মৰমৰ বাবে এই জীৱটোৱে এমাহ প্ৰহৰি হিচাপে থাকি মৃত্যুৰ সাৱতি লয়।

Leave a Reply

Your email address will not be published. Required fields are marked *