• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, November 11, 2026
22 °c
Guwahati
22 ° Thu
22 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অসম
    • অৰুণাচল প্ৰদেশ
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    প্ৰথমে বিকট শব্দ, ছিগিল ৰে’ললাইন, খাৱৈত সোমাল ইঞ্জিন! মৃত্যুৰ মুখৰ পৰা কথমপি প্ৰাণ ৰক্ষা যাত্ৰীৰ, ডিগাৰুত কেনেকৈ ঘটিল ভয়ংকৰ ৰে’ল দুৰ্ঘটনা?

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

পুনৰ শীৰ্ষ ২০ত প্ৰৱেশ আদানীৰ, তালিকাৰ পৰা বাহিৰ হোৱাৰ সম্ভাৱনা আম্বানীৰ

Nation NE by Nation NE
September 10, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
পুনৰ শীৰ্ষ ২০ত প্ৰৱেশ আদানীৰ, তালিকাৰ পৰা বাহিৰ হোৱাৰ সম্ভাৱনা আম্বানীৰ
Share on FacebookShare on TwitterWhatsApp

এই সময়ত বিশ্বৰ কোটিপতিৰ তালিকাত অশান্তিৰ সৃষ্টি হৈছে। আদানী গ্ৰুপৰ অধ্যক্ষ গৌতম আদানীয়ে পুনৰবাৰ বিশ্বৰ ধনীসকলৰ শীৰ্ষ ২০ তালিকাত স্থান লাভ কৰিছে।

আনহাতে, ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ অধ্যক্ষ মুকেশ আম্বানী এই তালিকাৰ বাহিৰত থকাৰ সম্ভৱনা আছে। অৱশ্যে ই ইমান সহজ নহয়। আম্বানিক শীৰ্ষ ২০ৰ পৰা উৎখাত কৰিবলৈ আদানীয়ে নিজৰ সম্পত্তিত ১৭ বিলিয়ন ডলাৰতকৈ অধিক ধন যোগ কৰিব লাগিব।

এক সূচকাংকৰ শেহতীয়া ৰেংকিঙত আম্বানীয়ে ৯৭.৭ বিলিয়ন ডলাৰেৰে ১৯ নম্বৰ স্থানত আছে। আদানী তেওঁৰ পিছত আৰু তেওঁৰ মুঠ সম্পত্তি ৮০.৩ বিলিয়ন ডলাৰ। সূত্ৰৰ মতে, এছিয়াৰ দ্বিতীয় ধনী ব্যক্তি আদানী। অৱশ্যে বিগত ২৪ ঘন্টাত আদানীৰ সম্পত্তি ১.২৪ বিলিয়ন ডলাৰ বৃদ্ধি পাইছে। আনহাতে, আম্বানীৰ সম্পত্তি ৮৯.৭ মিলিয়ন ডলাৰ হ্ৰাস পাইছে।

খবৰ অনুসৰি, বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি ইলন মাস্কৰ ধন মাত্ৰ ৪২০ মিলিয়ন ডলাৰ বৃদ্ধি পোৱাৰ বিপৰীতে মাৰ্ক জুকাৰবাৰ্গ, লেৰী পেজ আৰু চাৰ্জী ব্ৰিনৰ সম্পত্তি ৪ বিলিয়ন ডলাৰতকৈ অধিক বৃদ্ধি পাইছে। বিশ্বৰ দ্বিতীয় ধনী লেৰী এলিছনৰ সম্পত্তি ৩.৩৪ বিলিয়ন ডলাৰ আৰু জেফ বেজোছৰ সম্পত্তি ২.১৯ বিলিয়ন ডলাৰ বৃদ্ধি পাইছে। জেনচেন হুয়াঙেও ২.০৮ বিলিয়ন ডলাৰ উপাৰ্জন কৰিবলৈ সক্ষম হয়।

বিশ্বৰ শীৰ্ষ ১০ জন ধনী ব্যক্তিৰ নাম–

  • ইলন মাস্ক ৩৮৪ বিলিয়ন ডলাৰ
  • লেৰী এলিছনে ২৯৫ বিলিয়ন ডলাৰ
  • মাৰ্ক জুকাৰবাৰ্গ ২৬৯ বিলিয়ন ডলাৰ
  • জেফ বেজোছে ২৫৮ বিলিয়ন ডলাৰ
  • লেৰী পেজ ২১০ বিলিয়ন ডলাৰ
  • চাৰ্জী ব্ৰিন ১৯৬ বিলিয়ন ডলাৰ
  • ষ্টিভ বালমাৰে ১৭১ বিলিয়ন ডলাৰ
  • বাৰ্নাৰ্ড আৰ্নল্ট ১৬৩ বিলিয়ন ডলাৰ
  • জেনচেন হুয়াঙে ১৪৯ বিলিয়ন ডলাৰ
  • ৱাৰেন বাফে ১৪৮ বিলিয়ন ডলাৰ
Tags: ADANIPropertyrich

Related Posts

টয়লেটৰ আইনাত হাইজেকৰ ভাবুকি! উৰণৰ পূৰ্বেই হাহাকাৰ কলকাতা বিমানবন্দৰত, নিৰাপত্তাৰক্ষীৰ জালত এয়াৰ ইণ্ডিয়াৰ বিমান
Top News

November 11, 2026
বগা হোৱাৰ হেঁপাহেই কাল হ’ব নেকি জীৱনৰ?ফেয়াৰনেছ ক্ৰীমত বিপজ্জনক পাৰা, বৃক্ক বিকল হোৱাৰ আশংকা…
Top News

বগা হোৱাৰ হেঁপাহেই কাল হ’ব নেকি জীৱনৰ?ফেয়াৰনেছ ক্ৰীমত বিপজ্জনক পাৰা, বৃক্ক বিকল হোৱাৰ আশংকা…

November 11, 2026
প্ৰথমে বিকট শব্দ, ছিগিল ৰে’ললাইন, খাৱৈত সোমাল ইঞ্জিন! মৃত্যুৰ মুখৰ পৰা কথমপি প্ৰাণ ৰক্ষা যাত্ৰীৰ, ডিগাৰুত কেনেকৈ ঘটিল ভয়ংকৰ ৰে’ল দুৰ্ঘটনা?
Top News

প্ৰথমে বিকট শব্দ, ছিগিল ৰে’ললাইন, খাৱৈত সোমাল ইঞ্জিন! মৃত্যুৰ মুখৰ পৰা কথমপি প্ৰাণ ৰক্ষা যাত্ৰীৰ, ডিগাৰুত কেনেকৈ ঘটিল ভয়ংকৰ ৰে’ল দুৰ্ঘটনা?

November 11, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

November 11, 2026
কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

November 11, 2026
নেতান্যেহুৰ পিছত ইজৰাইলৰ ক্ষমতাৰ দৌৰত গাডি আইজেনকোট! ভাৰতৰ সৈতে আছে বিশেষ নৌসেনাৰ সংযোগ…
Top News

ইজৰাইলত ক্ষমতাৰ মহাৰণ! নেতান্যাহুৰ নতুন ৰাজনৈতিক চালত বিপদত গাডি আইজেনকোটৰ প্ৰধানমন্ত্ৰী হোৱাৰ সপোন…

November 10, 2026
Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In
No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025