এজনী মেকুৰীৰ সম্পত্তি প্ৰায় ৯০০ কোটি! ৪২ লাখ Followers, কোটি কোটি টকাৰ সাম্ৰাজ্য, মেকুৰীৰ নামত কোটি কোটি টকাৰ ব্যৱসায়…
মেকুৰীৰ পৃথিৱীখন সঁচাকৈয়ে অনন্য। কোনোবাই দিনটোৰ বেছিভাগ সময় শুই কটায়, কোনোবাই আকৌ ঘৰৰ ইফালৰ পৰা সিফাললৈ ঘূৰি ফুৰি সকলোৰে মনোযোগ ...





