Friday, 13 November 2026
Latest Updates
মুখত চোবাই খোৱা ফটকাই কাঢ়িলে ২ বছৰীয়া শিশুৰ প্ৰাণ! পপ-পপ ফটকা কিমান ভয়ংকৰ?এইবাৰ আমেৰিকাৰ সামৰিক ৰাডাৰত আক্ৰমণ ইৰাণৰ! ট্ৰাম্পৰ নীৰৱতা, যুদ্ধৰ মাজতে জাহাজৰ কমাণ্ডাৰক আঁতৰালে আমেৰিকাই…নেতান্যেহুৰ পত্নীৰ সৈতে সংসদতে তুমুল বাকযুদ্ধ! কাৰ সৈতে কাজিয়াত লিপ্ত হ’ল ছাৰা নেতান্যেহু? স্বামীয়ে চাই ৰ’ল সকলো…মাত্ৰ ৫খন গাড়ীৰেই আৰম্ভ কৰিব পাৰিব ৰেণ্টেল কেবৰ ব্যৱসায়! চৰকাৰৰ নতুন প্ৰস্তাৱত সলনি হ’ব ব্যৱসায়ৰ নিয়ম…এখন হাজাৰ বছৰ পুৰণি কিতাপ, ৩৭০০ বছৰ পুৰণি ভাইৰাছ আৰু বিজ্ঞানীৰ হাতত ওলাল অতীতৰ এক ভয়ংকৰ ৰহস্য…ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰইকোৰাণৰ আয়াত লিখা পেণ্ডেণ্টক লৈ বিতৰ্ক! কৰীনা কাপুৰৰ সমৰ্থনত সাংসদ নাদৱী, কি ক’লে তেওঁ?
Top News

যোৰহাটত ভয়ংকৰ ঘটনা, কেইবা লক্ষাধিক টকাৰ সামগ্ৰী নষ্ট…

যোৰহাটৰ সংঘটিত হয় এক অগ্নিকাণ্ডৰ ঘটনা। যোৰহাটৰ এলেংমৰা নামৰ ঠাইত এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়।

পুৱতি নিশা সংঘটিত এই অগ্নিকাণ্ডত জাঁহ যায় ৩খন কৈ দোকান। ট্ৰিদিপ ষ্ট’ৰ নামৰ এখন গেলামালৰ দোকান, ধনটি ষ্ট’ৰ নামৰ এখন হাৰ্ডৱেৰ দোকান সহ সামগ্ৰী মজুত ৰখা এটা গুদাম সম্পূৰ্ণৰূপে জুইত জাঁহ যায়।

এই ভয়ংকৰ অগ্নিত ভস্মীভূত হয় কেইবা লক্ষাধিক টকাৰ সামগ্ৰী। অৱশ্যে এই অগ্নিকাণ্ডৰ কাৰণ বৰ্তমানেও জানিব পৰা হোৱা নাই।

উল্লেখ্য যে, ৩খন কৈ অগ্নি নিৰ্বাপক বাহিনীৰ  বাহনে কেইবাঘণ্টাযোৰা প্ৰচেষ্টা অন্তত এই জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *