Thursday, 12 November 2026
Latest
কোৰাণৰ আয়াত লিখা পেণ্ডেণ্টক লৈ বিতৰ্ক! কৰীনা কাপুৰৰ সমৰ্থনত সাংসদ নাদৱী, কি ক’লে তেওঁ?৬ হাজাৰ বিদ্যালয়লৈ বো*মাৰ ভাবুকি! আতংকত ইউৰোপ, প্ৰধানমন্ত্ৰী মেল’নীৰ গাড়ীও আ*ক্ৰমণৰ লক্ষ্য…ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰইটয়লেটৰ আইনাত হাইজেকৰ ভাবুকি! উৰণৰ পূৰ্বেই হাহাকাৰ কলকাতা বিমানবন্দৰত, নিৰাপত্তাৰক্ষীৰ জালত এয়াৰ ইণ্ডিয়াৰ বিমানবগা হোৱাৰ হেঁপাহেই কাল হ’ব নেকি জীৱনৰ?ফেয়াৰনেছ ক্ৰীমত বিপজ্জনক পাৰা, বৃক্ক বিকল হোৱাৰ আশংকা…প্ৰথমে বিকট শব্দ, ছিগিল ৰে’ললাইন, খাৱৈত সোমাল ইঞ্জিন! মৃত্যুৰ মুখৰ পৰা কথমপি প্ৰাণ ৰক্ষা যাত্ৰীৰ, ডিগাৰুত কেনেকৈ ঘটিল ভয়ংকৰ ৰে’ল দুৰ্ঘটনা?ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

কাইলৈ ঘোষণা কৰা হ’ব উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল

  • কাইলৈ অৰ্থাৎ বুধবাৰে ঘোষণা কৰা হ’ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ফলাফল।
  • আজি শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে আনুষ্ঠানিকভাৱে ঘোষণা কৰে।
  • সামাজিক মাধ্যমযোগে এই তথ্য সদৰী কৰে শিক্ষামন্ত্ৰীয়ে।
  • অসম ৰাজ্যিক বিদ্যালয় শিক্ষা ব’ৰ্ডে আজি জাননী প্ৰকাশ কৰিব।
  • কেইবাটাও ৱেৱচাইটত প্ৰকাশ পাব এই ফলাফল।
  • এইবাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সৰ্বমুঠ ৩,০২,৪২০ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে।
  • ইয়াৰ ভিতৰত আছে ১ লাখ ৪৪ হাজাৰতকৈও অধিক ছাত্র আৰু প্ৰায ১ লাখ ৬৩ হাজাৰ গৰাকী ছাত্রী।
  • কলা শাখাত প্ৰায় ২ লাখ ৩১ হাজাৰ, বিজ্ঞান শাখাত প্ৰায় ৫৮ হাজাৰ,  বাণিজ্য শাখাত প্ৰায় ১৮ হাজাৰ আৰু বৃত্তিমূলক শাখাত প্ৰায় ১,৩০০ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *