• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, November 10, 2026
23 °c
Guwahati
22 ° Wed
21 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অসম
    • অৰুণাচল প্ৰদেশ
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কৰ্কট ৰোগীৰ বাবে ডাঙৰ সকাহ! অসমত ১৩৭বিধ কৰ্কট ৰোগৰ ঔষধৰ দাম হ্ৰাস, ৯ নৱেম্বৰৰ পৰা নতুন মূল্য

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

৩০ দিনীয়া প্লেনক লৈ নতুন নিৰ্দেশ!‘চৰকাৰে দাবী মানি লৈছে’-ৰিচাৰ্জ ব্যৱস্থাত ডাঙৰ পৰিৱৰ্তন…

Nation NE by Nation NE
September 28, 2026
in Top News, ৰাষ্ট্ৰীয়
0 0
৩০ দিনীয়া প্লেনক লৈ নতুন নিৰ্দেশ!‘চৰকাৰে দাবী মানি লৈছে’-ৰিচাৰ্জ ব্যৱস্থাত ডাঙৰ পৰিৱৰ্তন…
Share on FacebookShare on TwitterWhatsApp
দেশৰ প্ৰিপেইড মোবাইল গ্ৰাহকৰ বাবে টেলিকম খণ্ডত নতুন পৰিৱৰ্তন আহিছে। টেলিকম ৰেগুলেটৰী অথৰিটি অৱ ইণ্ডিয়া (TRAI)-এ ২২ ছেপ্টেম্বৰত Telecom Consumers Protection (13th Amendment) Regulations, 2026 জাননী জাৰি কৰিছে। নতুন নিয়মৰ অধীনত টেলিকম কোম্পানীসমূহে ৩০ দিন বা তাতকৈ কম বৈধতাৰ ভইচ আৰু SMS-অনলি স্পেচিয়েল টেৰিফ ভাউচাৰ আগবঢ়াব লাগিব। একে তাৰিখত প্ৰতিমাহে পুনৰ নবীকৰণ কৰিব পৰা বিকল্পো থাকিব।
ইয়াৰ ফলত ২৮ দিনীয়া ৰিচাৰ্জৰ বাবে বছৰত ১৩ বাৰ ৰিচাৰ্জ কৰাৰ প্ৰয়োজন হোৱা গ্ৰাহকসকলে ৩০ দিনীয়া বিকল্প বাছি লোৱাৰ সুযোগ পাব। ৰাজহুৱা বিতৰ্কৰ কেন্দ্ৰত থকা এই বিষয়টো ৰাজ্যসভাৰ সাংসদ ৰাঘৱ চাধাই ১১ মাৰ্চত সংসদতো উত্থাপন কৰিছিল। তেওঁৰ মতে, ১২ মাহৰ বিপৰীতে ২৮ দিনীয়া চক্ৰৰ বাবে বহু গ্ৰাহকে বছৰত ১৩ বাৰ ৰিচাৰ্জ কৰিবলগীয়া হয়।
নতুন নিয়মৰ আন এটা গুৰুত্বপূৰ্ণ দিশ হৈছে কেৱল কল আৰু SMSৰ বাবে সুলভ ৰিচাৰ্জ প্লেন। যিসকল গ্ৰাহকক মোবাইল ডাটাৰ প্ৰয়োজন নাই, তেওঁলোকৰ বাবে এনে বিকল্প আগবঢ়োৱা হ’ব। বিশেষকৈ ফিচাৰ ফোন ব্যৱহাৰকাৰী আৰু কেৱল ভইচ সেৱাৰ ওপৰত নিৰ্ভৰশীল গ্ৰাহকৰ বাবে এই পৰিকল্পনাই অধিক বিকল্প সৃষ্টি কৰিব পাৰে।
টেলিকম ৰেগুলেটৰী অথৰিটি অৱ ইণ্ডিয়াৰ মতে, এই নতুন ব্যৱস্থাৰ লক্ষ্য হৈছে গ্ৰাহকক নিজৰ প্ৰয়োজন আৰু আৰ্থিক সামৰ্থ্য অনুসৰি ৰিচাৰ্জ বাছনি কৰাৰ অধিক সুবিধা দিয়া। নতুন নিয়মে ৩০ দিনীয়া বৈধতা আৰু ভইচ-SMS-অনলি সেৱাৰ ক্ষেত্ৰত অধিক বিকল্পৰ পথ মুকলি কৰিছে।
Tags: mobile rechargeplanpre-paid

Related Posts

চীনৰ সহায়ত নিৰ্মাণ কৰা বান্ধত ভয়ংকৰ বিপৰ্যয়! খহি পৰিল নিৰ্মীয়মাণ অংশ, জলাশয়ত হাহাকাৰ, বন্ধ হ’ল কাম-কাজ
Top News

November 10, 2026
কিয় ভাৰতৰ প্ৰধানমন্ত্ৰী নহ’ল ছোনিয়া গান্ধী? ১৮ বছৰ পিছত নিজেই প্ৰকাশ কৰিলে সেই গোপন সিদ্ধান্তৰ আঁৰৰ কাহিনী…

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

November 10, 2026
কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

November 10, 2026
মন্দিৰত সোমাই তাণ্ডৱ! বজৰংবলীৰ ছবিত আ*ক্ৰ*মণৰ লগতে ক’লা ৰঙেৰে বিকৃত ধৰ্মীয় ফলক, চকীদাৰক হ*ত্যাৰ ভাবুকি…

November 9, 2026
ভাৰতৰ আটাইতকৈ ধনী গাঁওখন ক’ত? ১৭টা বেংকত জমা ৭ হাজাৰ কোটি টকা, বিদেশত থাকে হাজাৰ হাজাৰ গাঁওবাসী…

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In
No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025