• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, November 10, 2026
23 °c
Guwahati
22 ° Wed
21 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অসম
    • অৰুণাচল প্ৰদেশ
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কৰ্কট ৰোগীৰ বাবে ডাঙৰ সকাহ! অসমত ১৩৭বিধ কৰ্কট ৰোগৰ ঔষধৰ দাম হ্ৰাস, ৯ নৱেম্বৰৰ পৰা নতুন মূল্য

    কৰ্কট ৰোগীৰ বাবে ডাঙৰ সকাহ! অসমত ১৩৭বিধ কৰ্কট ৰোগৰ ঔষধৰ দাম হ্ৰাস, ৯ নৱেম্বৰৰ পৰা নতুন মূল্য

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

১০ দিন পূৰ্বে হামাছৰ আক্ৰমণৰ আগজাননী পাইছিল নেকি ইজৰাইলে? ৭ অক্টোবৰত কিয় হ’ল মহাবিপৰ্যয়? কিয় ব্যৰ্থ হ’ল নিৰাপত্তা?

Nation NE by Nation NE
September 10, 2026
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
১০ দিন পূৰ্বে হামাছৰ আক্ৰমণৰ আগজাননী পাইছিল নেকি ইজৰাইলে? ৭ অক্টোবৰত কিয় হ’ল মহাবিপৰ্যয়? কিয় ব্যৰ্থ হ’ল নিৰাপত্তা?
Share on FacebookShare on TwitterWhatsApp

২০২৩ চনৰ ৭ অক্টোবৰত ইজৰাইলৰ ওপৰত হামাছে চলোৱা আক্ৰমণক লৈ পুনৰ এক চাঞ্চল্যকৰ দাবী পোহৰলৈ আহিছে। ইজৰাইলী সংবাদপত্ৰত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি, আক্ৰমণৰ প্ৰায় ১০ দিন পূৰ্বে সংযুক্ত আৰব আমিৰশ্বাহীৰ ৰাষ্ট্ৰপতি শ্বেইখ মহম্মদ বিন জায়েদ আল নাহিয়ানে ব্যক্তিগতভাৱে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্য়ায়াহুক ফোন কৰি হামাছে বৃহৎ সামৰিক অভিযান চলাবলৈ প্ৰস্তুতি চলোৱাৰ বিষয়ে সতৰ্ক কৰি দিছিল।

প্ৰতিবেদন অনুসৰি, ২০২৩ চনৰ ছেপ্টেম্বৰৰ শেষৰ ফালে দুয়োগৰাকী নেতাৰ মাজত প্ৰায় ৪৫ মিনিট ধৰি ফোনত কথা-বতৰা হৈছিল। সেই আলোচনাৰ সময়ত UAE ৰাষ্ট্ৰপতিয়ে তেতিয়াৰ হামাছ নেতা ইয়াহিয়া সিনৱাৰৰ নেতৃত্বত ইজৰাইলৰ বিৰুদ্ধে বৃহৎ আক্ৰমণৰ প্ৰস্তুতি চলি থকাৰ তথ্য নেতান্য়ায়াহুক জনাইছিল বুলি দাবী কৰা হৈছে। এই আক্ৰমণ সংঘটিত হ’লে ব্যাপক ৰক্তপাতৰ লগতে সমগ্ৰ মধ্যপ্ৰাচ্যৰ শান্তি প্ৰক্ৰিয়াত গুৰুতৰ প্ৰভাৱ পৰিব পাৰে বুলিও UAE ৰাষ্ট্ৰপতিয়ে আশংকা প্ৰকাশ কৰা বুলি প্ৰতিবেদনটোত উল্লেখ কৰা হৈছে।

প্ৰতিবেদনৰ মতে, এই ফোন বাৰ্তালাপৰ বিষয়ে তিনিজন জ্যেষ্ঠ বিদেশী বিষয়াকো অৱগত কৰা হৈছিল। প্ৰতিবেদনটোৰ তথ্যৰ এটা গুৰুত্বপূৰ্ণ উৎস হিচাপে UAE ৰাষ্ট্ৰপতিৰ কিন্তু এই সতৰ্কবাণীৰ প্ৰতি নেতান্য়ায়াহুৰ সঁহাৰি যথেষ্ট শান্ত আছিল বুলি প্ৰতিবেদনটোত দাবী কৰা হৈছে। নেতান্য়ায়াহুৱে UAE ৰাষ্ট্ৰপতিক ইজৰাইলে গাজাৰ পৰিস্থিতি অতি ঘনিষ্ঠভাৱে নিৰীক্ষণ কৰি থকাৰ কথা জনাইছিল বুলি কোৱা হৈছে। লগতে হামাছে যদি কোনো সামৰিক পদক্ষেপ গ্ৰহণ কৰে, তেন্তে সেয়া গাজাৰ পৰিৱৰ্তে পশ্চিম পাৰক কেন্দ্ৰ কৰি হোৱাৰ সম্ভাৱনা অধিক বুলি নেতানিয়াহুৱে মন্তব্য কৰা বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে।

ইজৰাইল যিকোনো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ সাজু বুলিও নেতানিয়াহুৱে আশ্বাস দিছিল বুলি দাবী কৰা হৈছে। কিন্তু ইয়াৰ মাত্ৰ প্ৰায় ১০ দিন পিছতেই ৭ অক্টোবৰত হামাছে ইজৰাইলৰ ওপৰত আকস্মিক আৰু বৃহৎ আক্ৰমণ চলায়। আক্ৰমণত বহু ইজৰাইলী লোকৰ মৃত্যু হোৱাৰ লগতে বহু লোকক পণবন্দী কৰি গাজালৈ লৈ যোৱা হয়। ইয়াৰ পিছতে ইজৰাইলে গাজাত বৃহৎ সামৰিক অভিযান আৰম্ভ কৰে আৰু সংঘাতটোৱে এক ব্যাপক যুদ্ধৰ ৰূপ লয়।

হামাছৰ সম্ভাৱ্য আক্ৰমণৰ বিষয়ে UAE ৰাষ্ট্ৰপতিয়ে কেনেকৈ তথ্য লাভ কৰিছিল, সেই সন্দৰ্ভতো প্ৰতিবেদনত দাবী কৰা হৈছে যে ইয়াহিয়া সিনৱাৰৰ পৰা অহা তথ্যৰ ভিত্তিত UAE নেতৃত্বই এই আশংকাৰ বিষয়ে অৱগত হৈছিল। এই প্ৰতিবেদনখন সাংবাদিক শ্লোমি এলডাৰ আৰু ৰুথ ইউভালৰ এখন নতুন কিতাপৰ আধাৰত প্ৰস্তুত কৰা হৈছে। কিতাপখনৰ বাবে কেইবাজনো উচ্চপদস্থ বিষয়াকে ধৰি কেইবা ডজন ব্যক্তিৰ সাক্ষাৎকাৰ লোৱা হৈছিল বুলি জানিব পৰা গৈছে।

যদিহে এই দাবীসমূহ সঠিক হয়, তেন্তে ৭ অক্টোবৰৰ আক্ৰমণৰ পূৰ্বে ইজৰাইলৰ ওচৰলৈ সম্ভাব্য আক্ৰমণৰ বিষয়ে সতৰ্কবাণী আহিছিল নেকি আৰু সেই তথ্যক নিৰাপত্তা সংস্থাসমূহে কিমান গুৰুত্বসহকাৰে লৈছিল—এই প্ৰশ্নসমূহ পুনৰ গুৰুত্বসহকাৰে উত্থাপিত হ’ব।

Tags: AttackHamasIsrael

Related Posts

চীনৰ সহায়ত নিৰ্মাণ কৰা বান্ধত ভয়ংকৰ বিপৰ্যয়! খহি পৰিল নিৰ্মীয়মাণ অংশ, জলাশয়ত হাহাকাৰ, বন্ধ হ’ল কাম-কাজ
Top News

চীনৰ সহায়ত নিৰ্মাণ কৰা বান্ধত ভয়ংকৰ বিপৰ্যয়! খহি পৰিল নিৰ্মীয়মাণ অংশ, জলাশয়ত হাহাকাৰ, বন্ধ হ’ল কাম-কাজ

November 10, 2026
কিয় ভাৰতৰ প্ৰধানমন্ত্ৰী নহ’ল ছোনিয়া গান্ধী? ১৮ বছৰ পিছত নিজেই প্ৰকাশ কৰিলে সেই গোপন সিদ্ধান্তৰ আঁৰৰ কাহিনী…
Top News

কিয় ভাৰতৰ প্ৰধানমন্ত্ৰী নহ’ল ছোনিয়া গান্ধী? ১৮ বছৰ পিছত নিজেই প্ৰকাশ কৰিলে সেই গোপন সিদ্ধান্তৰ আঁৰৰ কাহিনী…

November 10, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

November 10, 2026
কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

November 10, 2026
মন্দিৰত সোমাই তাণ্ডৱ! বজৰংবলীৰ ছবিত আ*ক্ৰ*মণৰ লগতে ক’লা ৰঙেৰে বিকৃত ধৰ্মীয় ফলক, চকীদাৰক হ*ত্যাৰ ভাবুকি…
Top News

মন্দিৰত সোমাই তাণ্ডৱ! বজৰংবলীৰ ছবিত আ*ক্ৰ*মণৰ লগতে ক’লা ৰঙেৰে বিকৃত ধৰ্মীয় ফলক, চকীদাৰক হ*ত্যাৰ ভাবুকি…

November 9, 2026
ভাৰতৰ আটাইতকৈ ধনী গাঁওখন ক’ত? ১৭টা বেংকত জমা ৭ হাজাৰ কোটি টকা, বিদেশত থাকে হাজাৰ হাজাৰ গাঁওবাসী…
Top News

ভাৰতৰ আটাইতকৈ ধনী গাঁওখন ক’ত? ১৭টা বেংকত জমা ৭ হাজাৰ কোটি টকা, বিদেশত থাকে হাজাৰ হাজাৰ গাঁওবাসী…

November 9, 2026
Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In
No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025