• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, November 10, 2026
23 °c
Guwahati
22 ° Wed
21 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অসম
    • অৰুণাচল প্ৰদেশ
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কৰ্কট ৰোগীৰ বাবে ডাঙৰ সকাহ! অসমত ১৩৭বিধ কৰ্কট ৰোগৰ ঔষধৰ দাম হ্ৰাস, ৯ নৱেম্বৰৰ পৰা নতুন মূল্য

    কৰ্কট ৰোগীৰ বাবে ডাঙৰ সকাহ! অসমত ১৩৭বিধ কৰ্কট ৰোগৰ ঔষধৰ দাম হ্ৰাস, ৯ নৱেম্বৰৰ পৰা নতুন মূল্য

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

এইসকল জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; জানিবলৈ পঢ়ক ৰাশিফল

Nation NE by Nation NE
April 20, 2025
in Top News, অসম
0 0
ৰাশিফল অনুসৰি আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক…
Share on FacebookShare on TwitterWhatsApp

মেষ ৰাশি : আজি আপুনি সফল হʼব ৷ আপোনাৰ প্ৰায় ভাল হʼব ৷ আপুনি কম সময়ত অধিক ধন উপাৰ্জন কৰিব ৷ কার্য-কর্ম বন্ধ কৰি আৰাম কৰিব পাৰে ৷ কৰ্মত বেছি মনোযোগ দিবলগীয়া হʼব, লক্ষ্য সফল হʼব ৷ কৰ্ম ভাল কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব, সফল হʼব ৷

বৃষ ৰাশি : আজি আপুনি নিজৰ সৌন্দৰ্যৰ ওপৰত মনোযোগ দিব ৷ সৌন্দৰ্যতা বৃদ্ধি কৰিবলৈ খৰচ হʼব ৷ ভালপোৱা, প্ৰেমৰ সম্পর্ক ভাল হʼব ৷ পৰিয়ালৰ লগত সৰু যাত্রা হʼব পাৰে ৷ পৰিয়ালৰ লগত ৰাতিৰ আহাৰ আনন্দময় হʼব ৷ পৰিয়ালৰ লগত ড্ৰাইভ আনন্দৰে সুস্থিৰে কৰিব ৷ আপোনাৰ প্ৰায় ভাল আনন্দময় দিন হʼব ৷

মিথুন ৰাশি : আপুনি এলেহুৱা-নিৰুৎসাহিত হৈ পৰিব পাৰে ৷ দিনটো পৰিয়ালৰ লগত প্ৰেমৰ সম্পর্ক ভাল হʼব ৷ আত্মগুৰুত্বপূৰ্ণ হৈ পৰিব, এই সাৰ্বভৌমত্বক প্ৰতিষ্ঠা জমা কৰক ৷ প্রিয় দিন হʼব ৷ প্ৰেমৰ সম্পর্ক ভাল হʼব ৷ নিজৰ ওপৰত আশ্বাস, ভাৰসা আৰু নিশ্চয়তা ৰাখক, লক্ষ্য সফল হ’ব ৷

কৰ্কট ৰাশি : আবেগপূৰ্ণৰ দ্বাৰা প্ৰভাৱিত কৰ্মত বেছি মনোযোগ দিব হʼব, লক্ষ্য সফল হʼব ৷ আবেগপূৰ্ণৰ কৰ্মক ভাল কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব, সফল হʼব ৷ কিন্তু ঈশ্বৰে আবেগপূৰ্ণৰ দ্বাৰা প্ৰভাৱিত নহয় । কৰ্ম জীৱন ভাল বন্ধুত্বপূৰ্ণ হʼব ৷

সিংহ ৰাশি : আপুনি জ্যেষ্ঠৰ পৰা পৰামৰ্শ লোৱা ভাল হʼব ৷ ধৈৰ্যশীল হওক লাভৱান হ’ব ৷ আপুনি দৃঢ় নিশ্চয়তা, নিজৰ ওপৰত সম্পূৰ্ণ ভাৰসা ৰখা উচিত । দিন বিপদাশংকা নহয়, তথাপিও নতুন ব্যৱসায় কৰাত সতৰ্কতা অৱলম্বন কৰা উচিত ৷

কন্যা ৰাশি : কর্মত ব্যস্ত থকাৰ ফলত ব্যক্তিগত জীৱন প্ৰভাৱান্বিত হʼব ৷ আপোনাৰ ব্যস্তৰ বাবে সম্পর্কত প্ৰভাৱ পৰিব পাৰে ৷ শান্ত হৈ থাকিবলৈ পৰামৰ্শ দিয়া হৈছে ৷ আপুনি আপোনাৰ নিজৰ প্ৰেম সম্পর্ক মনোযোগ দিব ৷ পৰিয়ালৰ লগত সম্পর্ক ভাল হʼব পাৰে ৷ সন্ধিয়া মানসিক চিন্তা হʼব পাৰে, মনোযোগ দিব সকলো অশান্তিৰ কাৰণ দূৰ হʼব ৷

তুলা ৰাশি : আজি আপুনি নিৰুৎসাহিত হৈ পৰিব পাৰে ৷ কাৰ্য কৰিবলৈ ভাগৰি পৰিব ৷ আপোনাৰ শান্ত বা মধুৰ বাক্যই শুনোতাসকলক উৎসাহিত কৰিব ৷ আজি ধ্যান বা যোগ কৰাৰ ভাল ৷ তেতিয়া প্ৰেমৰ সম্পর্ক ভাল হʼব ৷ কাৰ্য্য-ব্যৱসায় সতৰ্কতাৰে, সাৱধানে আৰু সুস্থিৰে কৰিব ৷ ব্যৱসায়ত সতৰ্কতা অৱলম্বন কৰা উচিত ৷

বৃশ্চিক ৰাশি : এইটো দিন ভাল, সফলতা লাভ হʼব ৷ কৰ্ম-ব্যৱসায়ত লক্ষ্য সফল হʼব ৷ আপোনাৰ বিচাৰধাৰা আৰু আলোচনাৰ বহুত লাভ হʼব, বিঘিনিবোৰ আঁতৰ হʼব ৷ আপোনাৰ কঠোৰ পৰিশ্ৰমৰ আনন্দিত ফল লাভ হʼব ৷

ধনু ৰাশি : আজি আপোনাৰ প্ৰেমৰ সম্পর্ক ভাল হʼব ৷ বিয়া আৰু সংযোগত সফলতা লাভ হʼব ৷ বিবাহিত জীৱন আনন্দৰ হʼব ৷ ভাগ্য ভাল হʼব ৷ প্রিয় দিন হʼব ৷ পৰিয়ালৰ লগত, বন্ধুবৰ্গৰ লগত দিন ভাল হʼব ৷ তথাপিও সতৰ্কতা অৱলম্বন কৰা উচিত৷

মকৰ ৰাশি : আজি আপুনি ব্যৱসায় বিধিত অধিক ব্যস্ত হʼব পাৰে ৷ বিপদাশংকা কৰ্মক সহজে সম্পন্ন কৰিব ৷ কর্মত ব্যস্ত থকাৰ ফলত ব্যক্তিগত জীৱন প্ৰভাৱান্বিত হʼব ৷ সন্ধিয়ালৈ আপোনাৰ আশাৰ আৰু আনন্দৰ দিন হʼব ৷ কর্মৰ প্ৰবল হেঁচা আৰু কঠোৰ পৰিশ্ৰম কৰিব লাগিব । তথাপিও আপুনি প্ৰায় সফল হʼব ৷

কুম্ভ ৰাশি : বিপদাশংকা নাই ৷ কার্য-ব্যৱসায়, পৰিয়াল আৰু প্ৰেমৰ সম্পর্ক তথা বন্ধুবৰ্গৰ লগত দিন ভাল হʼব ৷

মীন ৰাশি : মনটোক জীৱনৰ অনাৱশ্যকীয় চিন্তাধাৰাৰ পৰা আঁতৰাই ৰাখক, দিন ভাল হʼব ৷ এক ৰোমাঞ্চকৰ আৰু আনন্দপূৰ্ণ জীৱন লাভ কৰিব ৷ আপোনাৰ আজি ভাগ্য ভাল ৷ ধন-সম্পত্তিৰ পৰা সময়ত অধিক ধন উপাৰ্জন কৰিব ৷

Tags: #AssamDaily HororscopeHoroscopeSunday

Related Posts

চীনৰ সহায়ত নিৰ্মাণ কৰা বান্ধত ভয়ংকৰ বিপৰ্যয়! খহি পৰিল নিৰ্মীয়মাণ অংশ, জলাশয়ত হাহাকাৰ, বন্ধ হ’ল কাম-কাজ
Top News

চীনৰ সহায়ত নিৰ্মাণ কৰা বান্ধত ভয়ংকৰ বিপৰ্যয়! খহি পৰিল নিৰ্মীয়মাণ অংশ, জলাশয়ত হাহাকাৰ, বন্ধ হ’ল কাম-কাজ

November 10, 2026
কিয় ভাৰতৰ প্ৰধানমন্ত্ৰী নহ’ল ছোনিয়া গান্ধী? ১৮ বছৰ পিছত নিজেই প্ৰকাশ কৰিলে সেই গোপন সিদ্ধান্তৰ আঁৰৰ কাহিনী…
Top News

কিয় ভাৰতৰ প্ৰধানমন্ত্ৰী নহ’ল ছোনিয়া গান্ধী? ১৮ বছৰ পিছত নিজেই প্ৰকাশ কৰিলে সেই গোপন সিদ্ধান্তৰ আঁৰৰ কাহিনী…

November 10, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

November 10, 2026
কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

November 10, 2026
মন্দিৰত সোমাই তাণ্ডৱ! বজৰংবলীৰ ছবিত আ*ক্ৰ*মণৰ লগতে ক’লা ৰঙেৰে বিকৃত ধৰ্মীয় ফলক, চকীদাৰক হ*ত্যাৰ ভাবুকি…
Top News

মন্দিৰত সোমাই তাণ্ডৱ! বজৰংবলীৰ ছবিত আ*ক্ৰ*মণৰ লগতে ক’লা ৰঙেৰে বিকৃত ধৰ্মীয় ফলক, চকীদাৰক হ*ত্যাৰ ভাবুকি…

November 9, 2026
ভাৰতৰ আটাইতকৈ ধনী গাঁওখন ক’ত? ১৭টা বেংকত জমা ৭ হাজাৰ কোটি টকা, বিদেশত থাকে হাজাৰ হাজাৰ গাঁওবাসী…
Top News

ভাৰতৰ আটাইতকৈ ধনী গাঁওখন ক’ত? ১৭টা বেংকত জমা ৭ হাজাৰ কোটি টকা, বিদেশত থাকে হাজাৰ হাজাৰ গাঁওবাসী…

November 9, 2026
Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In
No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025