Friday, 13 November 2026
Latest
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰইকোৰাণৰ আয়াত লিখা পেণ্ডেণ্টক লৈ বিতৰ্ক! কৰীনা কাপুৰৰ সমৰ্থনত সাংসদ নাদৱী, কি ক’লে তেওঁ?৬ হাজাৰ বিদ্যালয়লৈ বো*মাৰ ভাবুকি! আতংকত ইউৰোপ, প্ৰধানমন্ত্ৰী মেল’নীৰ গাড়ীও আ*ক্ৰমণৰ লক্ষ্য…ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰইটয়লেটৰ আইনাত হাইজেকৰ ভাবুকি! উৰণৰ পূৰ্বেই হাহাকাৰ কলকাতা বিমানবন্দৰত, নিৰাপত্তাৰক্ষীৰ জালত এয়াৰ ইণ্ডিয়াৰ বিমানবগা হোৱাৰ হেঁপাহেই কাল হ’ব নেকি জীৱনৰ?ফেয়াৰনেছ ক্ৰীমত বিপজ্জনক পাৰা, বৃক্ক বিকল হোৱাৰ আশংকা…

Tag: vice president

Top News

উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়ৰ বাবে কিমান ভোটৰ প্ৰয়োজন? জানো আহক সবিশেষ

দেশত উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ দিন ওচৰ চাপিছে। ২১ জুলাইত জগদীপ ধনখড়ে স্বাস্থ্যজনিত কাৰণত উপ-ৰাষ্ট্ৰপতি পদৰ পৰা পদত্যাগ কৰিছিল। সেয়ে নতুন উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব। শাসকীয়…

2 min read
Top News

উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ তাৰিখ ঘোষণা

শুকুৰবাৰে ১৭ সংখ্যক উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰে নিৰ্বাচন আয়োগে। সূচী অনুসৰি, অহা ৯ ছেপ্টেম্বৰত উপ-ৰাষ্ট্ৰপতিৰ নিৰ্বাচনৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। নিৰ্বাচন আয়োগে প্ৰকাশ কৰা সূচী…

1 min read
Top News

কোন হ’ব দেশৰ পৰৱৰ্তী উপ-ৰাষ্ট্ৰপতি? জগদীপ ধনখড়ৰ পদত্যাগৰ পিছত এই নামসমূহক লৈ চৰ্চা…

জগদীপ ধনখড়ৰ হঠাৎ পদত্যাগৰ পিছতেই দেশৰ দ্বিতীয় বৃহত্তম সাংবিধানিক পদৰ বাবে নতুন দৌৰ আৰম্ভ হৈছে। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে পদত্যাগ মানি লোৱাৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁক…

2 min read
Top News

চলিত মাহত ভাৰত ভ্ৰমণলৈ আহিব আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্স

আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্সে চলিত মাহৰ শেষৰ ফালে ভাৰতলৈ আহিব। ভাৰতীয় মূলৰ পত্নী উষা ভেন্সৰ সৈতে উপ-ৰাষ্ট্ৰপতিগৰাকী ভাৰতলৈ অহাৰ সম্ভাৱনা আছে। বিভিন্ন সূত্ৰই প্ৰকাশ কৰা…

1 min read
Top News

“ঔপনিৱেশিক যুগৰ মানসিকতাৰ পৰা মুক্ত হৈছে ভাৰত”, মন্তব্য উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ

সোমবাৰে ভাৰতীয় জনপ্ৰশাসন প্ৰতিষ্ঠানৰ সাধাৰণ পৰিষদৰ ৭০ সংখ্যক বাৰ্ষিক বৈঠকত উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে কয় যে, ভাৰত দ্ৰুতগতিত ঔপনিৱেশিক মানসিকতাৰ ক্ষেত্ৰৰ পৰা ওলাই আহিছে। ভাৰতে বৰ্তমান পূৰ্ৱতে…

2 min read