Top News
কোৰাণৰ আয়াত লিখা পেণ্ডেণ্টক লৈ বিতৰ্ক! কৰীনা কাপুৰৰ সমৰ্থনত সাংসদ নাদৱী, কি ক’লে তেওঁ?
বলিউডৰ অভিনেত্ৰী কৰীনা কাপুৰ খানৰ ডিঙিত জিলিকি থকা এটা পেণ্ডেণ্টক লৈ এতিয়া দেশজুৰি চৰ্চা। ফেশ্বন নে ধৰ্মীয় পৰম্পৰা? এই প্ৰশ্নক কেন্দ্ৰ কৰিয়েই সৃষ্টি হৈছে নতুন বিতৰ্ক।…
