নতুন ৰূপ, নতুন আশা! নৱেম্বৰত মুকলি হ’ব MMCHৰ অত্যাধুনিক ভৱন, ৰোগীৰ বাবে সাজু ৯০০খন বিচনাৰ চিকিৎসালয়…
ৰাজ্যৰ স্বাস্থ্যখণ্ডত আহিব এক নতুন পৰিৱৰ্তন। গুৱাহাটীৰ স্বাস্থ্যসেৱা ব্যৱস্থাক লৈ থকা প্ৰশ্নবোৰৰ মাজতে নতুন আশাৰ বতৰা কঢ়িয়াই আনিছে মহেন্দ্ৰ মোহন ...












