মহালয়াৰ পুৱতি নিশাৰ সেই গম্ভীৰ কণ্ঠ, মন্ত্ৰৰ ধ্বনি আৰু ৰহস্যময় পৰিৱেশ- সঁচাকৈয়ে পৃথিৱীলৈ নামি আহে নেকি পিতৃপুৰুষৰ আত্মা? ইয়াৰ আঁৰত লুকাই আছে শতিকাজোৰা এক কাহিনী…
মহালয়া মানেই এক বিশেষ অনুভূতি। আকাশত শাৰদীয় বতাহ, চৌদিশে পূজাৰ আগজাননী আৰু পুৱতি নিশা বিৰেন্দ্ৰ কৃষ্ণ ভদ্ৰৰ কণ্ঠত চণ্ডীপাঠ। কিন্তু ...



