হত্যাৰ পৰিকল্পনাত ChatGPT-ৰ সহায়! পত্নীৰ বিৰুদ্ধে বিস্ফোৰক দাবী, OpenAIৰ বিৰুদ্ধে আদালতৰ দ্বাৰস্থ স্বামী…
কৃত্ৰিম বুদ্ধিমত্তা বা AI এতিয়া মানুহৰ দৈনন্দিন জীৱনৰ এক অবিচ্ছেদ্য অংশ। পঢ়া-শুনাৰ পৰা আৰম্ভ কৰি কৰ্মক্ষেত্ৰলৈকে সকলোতে ব্যৱহাৰ হৈছে ChatGPT। ...











