• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, November 11, 2026
22 °c
Guwahati
22 ° Thu
22 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অসম
    • অৰুণাচল প্ৰদেশ
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    প্ৰথমে বিকট শব্দ, ছিগিল ৰে’ললাইন, খাৱৈত সোমাল ইঞ্জিন! মৃত্যুৰ মুখৰ পৰা কথমপি প্ৰাণ ৰক্ষা যাত্ৰীৰ, ডিগাৰুত কেনেকৈ ঘটিল ভয়ংকৰ ৰে’ল দুৰ্ঘটনা?

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home বিনোদন

বক্স অফিচত ‘কল্কি’ৰ ছুনামী; মুক্তিৰ ষষ্ঠ দিনাই ভাঙিলে অভিলেখ, বহু পিছ পৰি ৰ’ল ‘পাঠান-জৱান-এনিমেল’

Nation NE by Nation NE
July 3, 2024
in বিনোদন
0 0
বক্স অফিচত ‘কল্কি’ৰ ছুনামী; মুক্তিৰ ষষ্ঠ দিনাই ভাঙিলে অভিলেখ, বহু পিছ পৰি ৰ’ল ‘পাঠান-জৱান-এনিমেল’
Share on FacebookShare on TwitterWhatsApp

বৰ্তমান চৌদিশে চলিছে “কল্কি ২৮৯৮ এডি”ৰ চৰ্চা। প্ৰভাস, দীপিকা পাডুকন, অমিতাভ বচ্চন অভিনীত এই চিনেমাখনে দৰ্শকৰ পৰা বুটলিছে অযুত মৰম। ছবিখনে কৰিছে কোটি কোটি টকাৰ ব্যৱসায়। নাগ অশ্বিন পৰিচালিত এই ছবিখনে গঢ়িছে নতুন অভিলেখ।

পেন ইণ্ডিয়াৰ তাৰকা প্ৰভাস অভিনীত এই ছবিখনে দৰ্শকৰ পৰা লাভ কৰিছে সুন্দৰ সঁহাৰি। সকলোৱে কৰিছে ৮১ বছৰীয়া অমিতাভ বচ্চনৰ কামৰ প্ৰসংশা। বয়সেও যে ম্লান কৰিব পৰা নাই তেওঁৰ চমকপ্ৰদ অভিনয়ৰ যাদু। অভিনেত্ৰী দীপিকা পাডুকনৰ চৰিত্ৰটোৱেও দৰ্শকৰ পৰা পাইছে যথেষ্ট মৰম।

দক্ষিণৰ জনপ্ৰিয় অভিনেতা কমল হাছানৰ অতি সৰু চৰিত্ৰটোৱেও সকলোৰে মনত লৈছে থিতাপি। ছবিখনত বহুতো আমোদজনক কাৰকো অন্তৰ্ভুক্ত কৰা হৈছে।

মুক্তিৰ প্ৰথমদিনাৰ পৰাই “কল্কি ২৮৯৮ এডি” চাবলৈ চিনেমা হ’লৰ সন্মুখনত হৈছে মানুহৰ ভিৰ। ৬০০ কোটিৰে নিৰ্মিত এই ছবিখনে প্ৰতিদিনে সমগ্ৰ দেশতেই উপাৰ্জনৰ ক্ষেত্ৰত গঢ়িছে নতুন অভিলেখ।

“চেকনিল্ক”ৰ শেহতীয়া প্ৰতিবেদন অনুসৰি মুক্তিৰ ষষ্ঠ দিনাই অৰ্থাৎ মঙলবাৰে ছবিখনে উৰ্পাজন কৰে ২৭.৮৫ কোটি টকা। ইয়াৰে তেলেগুত ১১.২ কোটি, তামিলত ১.২ কোটি, হিন্দীত ১৪ কোটি, কানাড়া ০.২৫ কোটি আৰু মালায়ালমত ১.২ কোটিৰ ব্যৱসায় কৰে।

ভাৰতত ছবিখনৰ মুঠ সংগ্ৰহ ৩৭১ কোটিত উপনীত হয়। এইক্ষেত্ৰত ছবিখনে বিগত বৰ্ষত বক্স অফিচত খলকনি লগোৱা পাঠান, জৱান আৰু এনিমেলকো অতিক্ৰম কৰিবলৈ সক্ষম হয়। ইয়াৰ দ্বাৰা “কল্কি ২৮৯৮ এডি”য়ে মুক্তিৰ ষষ্ঠ দিনাই অধিক উৰ্পাজিত ছবিৰূপে পৰিগণিত হয়।

Tags: #Cinema#Kalki2898AD

Related Posts

দুৰ্গা পূজাত মহিলাসকলে কেনেকৈ নিজৰ সৌন্দৰ্য দুগুণ কৰিব? জানক গ্ল’য়িং ছালৰ গোপন ৰহস্য…
Top News

October 18, 2026
দুৰ্গা পূজাত হ’ব লাগিব ষ্টাইলিছ! পূজাৰ বাবে ট্ৰেণ্ডিং আউটফিট আইডিয়া…
Top News

দুৰ্গা পূজাত হ’ব লাগিব ষ্টাইলিছ! পূজাৰ বাবে ট্ৰেণ্ডিং আউটফিট আইডিয়া…

October 17, 2026
PRANK বুলি ভাবিছিল পত্নীয়ে, কিন্তু সেয়াই আছিল জীৱনৰ শেষ হাঁহি! তাৰ পিছত যি ঘটিল, সেয়া আছিল কল্পনাৰো অতীত…

October 13, 2026
“Smart Glasses নে Smart Surveillance”, চশমা স্মাৰ্ট হ’ল, কিন্তু আপোনাৰ Privacy কিমান সুৰক্ষিত?

October 7, 2026
11:11- ভাগ্যৰ সংকেত নে অন্য কিবা? ঘড়ী, মোবাইল, গাড়ী- সকলোতে একেই সংখ্যা! আচল ৰহস্যটো কি?

October 6, 2026
নীলা, সেউজীয়া, স্বচ্ছ-কিয় বেলেগ প্ৰাণীৰ তে*জৰ ৰং? তে*জৰ ৰং সলনি হোৱাৰ আঁৰত ডাঙৰ ৰহস্য…

September 30, 2026
Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In
No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025