• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, November 11, 2026
22 °c
Guwahati
21 ° Thu
21 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অসম
    • অৰুণাচল প্ৰদেশ
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কৰ্কট ৰোগীৰ বাবে ডাঙৰ সকাহ! অসমত ১৩৭বিধ কৰ্কট ৰোগৰ ঔষধৰ দাম হ্ৰাস, ৯ নৱেম্বৰৰ পৰা নতুন মূল্য

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ধুবুৰীত নিশা ভয়ংকৰ পথ দুৰ্ঘটনাত তিনিজন লোকৰ মৃত্যু, এজনৰ অৱস্থা সংকটজনক

Nation NE by Nation NE
November 23, 2024
in Top News, অসম
0 0
ধুবুৰীত নিশা ভয়ংকৰ পথ দুৰ্ঘটনাত তিনিজন লোকৰ মৃত্যু, এজনৰ অৱস্থা সংকটজনক
Share on FacebookShare on TwitterWhatsApp

ধুবুৰী জিলাৰ গোলকগঞ্জত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। মাজ নিশা ধুবুৰীৰ আগমনীৰ গড়েৰহাটত সংঘটিত এই ভয়ংকৰ পথ দুৰ্ঘটনাত তিনিগৰাকী লোকৰ মৃত্যু হয়।

জানিব পৰা অনুসৰি, চাৰি বন্ধুৱে মটেৰঝাৰৰ পৰা AS-01AE-8360 নম্বৰৰ এখন ৱেগনাৰ বাহনেৰে পশ্চিম বংগ অভিমুখে যোৱাৰ পথত গড়েৰহাট বজাৰতে AS 01-QC-0519 নম্বৰৰ ধুবুৰী অভিমুখে ৰখাই থোৱা এখন আল্ট্ৰা ট্ৰাকত খুন্দা মাৰে।

এই দুৰ্ঘটনাত থিতাতে বাহনখনৰ চালকসহ তিনিগৰাকীৰ মৃত্যু হয় যদিও এজন গুৰুতৰভাৱে আহত হয়। আহত জনৰ অৱস্থা অতি সংকটজনক হোৱাত ধুবুৰী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে।

ইয়াৰে মৃত চালক জনৰ নাম বিকাশ কলিতা বুলি জানিব পৰা গৈছে। আন তিনিগৰাকীক চিনাক্ত কৰিব পৰা নাই।

দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলত আগমনী আৰক্ষী উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত মৃতদেহ কেইটা উদ্ধাৰ কৰি আগমনী সমূহীয়া স্বাস্থ্য কেন্দ্ৰলৈ লৈ যায়।

Tags: #AccidentDhuburiTragic Accident

Related Posts

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই
Top News

November 11, 2026
নেতান্যেহুৰ পিছত ইজৰাইলৰ ক্ষমতাৰ দৌৰত গাডি আইজেনকোট! ভাৰতৰ সৈতে আছে বিশেষ নৌসেনাৰ সংযোগ…
Top News

ইজৰাইলত ক্ষমতাৰ মহাৰণ! নেতান্যাহুৰ নতুন ৰাজনৈতিক চালত বিপদত গাডি আইজেনকোটৰ প্ৰধানমন্ত্ৰী হোৱাৰ সপোন…

November 10, 2026
চীনৰ সহায়ত নিৰ্মাণ কৰা বান্ধত ভয়ংকৰ বিপৰ্যয়! খহি পৰিল নিৰ্মীয়মাণ অংশ, জলাশয়ত হাহাকাৰ, বন্ধ হ’ল কাম-কাজ

কিয় ভাৰতৰ প্ৰধানমন্ত্ৰী নহ’ল ছোনিয়া গান্ধী? ১৮ বছৰ পিছত নিজেই প্ৰকাশ কৰিলে সেই গোপন সিদ্ধান্তৰ আঁৰৰ কাহিনী…

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

November 10, 2026
কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

November 10, 2026
Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In
No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025