• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, November 10, 2026
23 °c
Guwahati
22 ° Wed
22 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অসম
    • অৰুণাচল প্ৰদেশ
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কৰ্কট ৰোগীৰ বাবে ডাঙৰ সকাহ! অসমত ১৩৭বিধ কৰ্কট ৰোগৰ ঔষধৰ দাম হ্ৰাস, ৯ নৱেম্বৰৰ পৰা নতুন মূল্য

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ভাৰতত ধৰ্ণা-প্ৰতিবাদৰ নিয়ম, কেতিয়া ল’ব লগা হয় আৰক্ষীৰ অনুমতি? সংবিধানে কেনেধৰণৰ অধিকাৰ দিছে জনসাধাৰণক?

Nation NE by Nation NE
August 26, 2026
in Top News, ৰাষ্ট্ৰীয়
0 0
ভাৰতত ধৰ্ণা-প্ৰতিবাদৰ নিয়ম, কেতিয়া ল’ব লগা হয় আৰক্ষীৰ অনুমতি? সংবিধানে কেনেধৰণৰ অধিকাৰ দিছে জনসাধাৰণক?
Share on FacebookShare on TwitterWhatsApp

যিকোনো গণতান্ত্ৰিক ব্যৱস্থাত শান্তিপূৰ্ণ প্ৰতিবাদক নাগৰিকৰ এক অতি প্ৰয়োজনীয় অধিকাৰ বুলি গণ্য কৰা হয়। ভাৰতৰ সংবিধানে জনসাধাৰণক নিজৰ মতামত প্ৰকাশ আৰু শান্তিপূৰ্ণভাৱে একত্ৰিত হোৱাৰ স্বাধীনতাও নিশ্চিত কৰিছে। অৱশ্যে এই অধিকাৰ সম্পূৰ্ণ সীমাহীন নহয়। ৰাজহুৱা শৃংখলা, নিৰাপত্তা আৰু আইন-শৃংখলা বজাই ৰাখিবলৈ বহু ক্ষেত্ৰত সমাৱেশ বা পদযাত্ৰা কৰাৰ পূৰ্বে প্ৰশাসনিক অনুমতিৰো প্ৰয়োজন হয়।

শেহতীয়াকৈ সংসদৰ পদযাত্ৰা আৰু প্ৰতিবাদক লৈ সৃষ্টি হোৱা বিতৰ্কৰ পিছতেই ভাৰতত প্ৰতিবাদৰ নিয়ম কি আৰু কি পৰিস্থিতিত আৰক্ষীৰ অনুমতি প্ৰদান বা নিষেধাজ্ঞাৰ কৰ্তৃত্ব আছে সেই প্ৰশ্নটো পুনৰ চৰ্চালৈ আহিছে। ভাৰতীয় সংবিধানৰ ১৯(১)(ক) অনুচ্ছেদত প্ৰতিজন নাগৰিকক নিজৰ মত প্ৰকাশৰ স্বাধীনতাৰ অধিকাৰ প্ৰদান কৰা হৈছে। ১৯(১)(খ) অনুচ্ছেদত নাগৰিকৰ শান্তিপূৰ্ণভাৱে আৰু অস্ত্ৰ অবিহনে একত্ৰিত হোৱাৰ অধিকাৰ নিশ্চিত কৰা হৈছে। কিন্তু ১৯(২) আৰু ১৯(৩) অনুচ্ছেদৰ অধীনত চৰকাৰে ৰাজহুৱা শৃংখলা, সুৰক্ষা, সাৰ্বভৌমত্ব, অখণ্ডতা আৰু অন্যান্য আইনী কাৰণত এই অধিকাৰসমূহৰ ওপৰত যুক্তিসংগত আৰু বৈধ বাধা আৰোপ কৰিব পাৰে।

ৰাজহুৱা স্থানত প্ৰতিবাদ, ৰেলী, শোভাযাত্ৰা বা বৃহৎ সমাৱেশ অনুষ্ঠিত কৰিবলৈ সাধাৰণতে সংশ্লিষ্ট আৰক্ষী বা জিলা প্ৰশাসনৰ অনুমতিৰ প্ৰয়োজন হয়। যদিহে এই প্ৰতিবাদ একাধিক আৰক্ষী থানাৰ অধিকাৰক্ষেত্ৰৰ মাজেৰে পাৰ হয়, তেন্তে সংশ্লিষ্ট আৰক্ষী আয়ুক্ত বা উপ আৰক্ষী আয়ুক্তৰ (ডিচিপি) কাৰ্যালয়ৰ পৰাও অনুমোদনৰ প্ৰয়োজন হ’ব পাৰে।

এই অনুমতিৰ উদ্দেশ্য বিক্ষোভ বন্ধ কৰা নহয়, বৰঞ্চ যান-বাহন, নিৰাপত্তা আৰু আইন-শৃংখলাৰ সঠিক ব্যৱস্থাপনা নিশ্চিত কৰা লগতে জনসাধাৰণৰ সুৰক্ষা আৰু শান্তি বজাই ৰখা।যদি কোনো অঞ্চলত আইন-শৃংখলাৰ পৰিস্থিতিৰ অৱনতি ঘটাৰ সম্ভাৱনা থাকে, তেন্তে প্ৰশাসনে ভাৰতীয় দণ্ডবিধিৰ ১৬৩ নং ধাৰা আৰোপ কৰিব পাৰে। এনে পৰিস্থিতিত প্ৰতিবাদ, সমাৱেশ বা বিক্ষোভৰ ওপৰত সাময়িক নিষেধাজ্ঞা আৰোপ কৰিব পাৰি।

উচ্চতম ন্যায়ালয়ে বিভিন্ন সিদ্ধান্তত স্পষ্ট কৰি দিছে যে, শান্তিপূৰ্ণ প্ৰতিবাদৰে নাগৰিকে নিজৰ মতানৈক্য প্ৰকাশ কৰাৰ অধিকাৰ আছে। আদালতে এইটোও উল্লেখ কৰিছে যে প্ৰতিবাদ এইদৰেও কৰিব নোৱাৰি, যিয়ে ৰাজহুৱা পথ, যান-বাহন বা আইন-শৃংখলাৰ অধিকাৰত অযথা বিৰূপ প্ৰভাৱ পেলায়।

Tags: CONSTITUTIONIndiaProtest

Related Posts

নেতান্যেহুৰ পিছত ইজৰাইলৰ ক্ষমতাৰ দৌৰত গাডি আইজেনকোট! ভাৰতৰ সৈতে আছে বিশেষ নৌসেনাৰ সংযোগ…
Top News

ইজৰাইলত ক্ষমতাৰ মহাৰণ! নেতান্যাহুৰ নতুন ৰাজনৈতিক চালত বিপদত গাডি আইজেনকোটৰ প্ৰধানমন্ত্ৰী হোৱাৰ সপোন…

November 10, 2026
চীনৰ সহায়ত নিৰ্মাণ কৰা বান্ধত ভয়ংকৰ বিপৰ্যয়! খহি পৰিল নিৰ্মীয়মাণ অংশ, জলাশয়ত হাহাকাৰ, বন্ধ হ’ল কাম-কাজ

কিয় ভাৰতৰ প্ৰধানমন্ত্ৰী নহ’ল ছোনিয়া গান্ধী? ১৮ বছৰ পিছত নিজেই প্ৰকাশ কৰিলে সেই গোপন সিদ্ধান্তৰ আঁৰৰ কাহিনী…

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

November 10, 2026
কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

November 10, 2026
মন্দিৰত সোমাই তাণ্ডৱ! বজৰংবলীৰ ছবিত আ*ক্ৰ*মণৰ লগতে ক’লা ৰঙেৰে বিকৃত ধৰ্মীয় ফলক, চকীদাৰক হ*ত্যাৰ ভাবুকি…

November 9, 2026
Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In
No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025