• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, November 11, 2026
22 °c
Guwahati
21 ° Thu
21 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অসম
    • অৰুণাচল প্ৰদেশ
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কৰ্কট ৰোগীৰ বাবে ডাঙৰ সকাহ! অসমত ১৩৭বিধ কৰ্কট ৰোগৰ ঔষধৰ দাম হ্ৰাস, ৯ নৱেম্বৰৰ পৰা নতুন মূল্য

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ৰাজঘাটলৈ যাব ৰাষ্ট্ৰপতি পুটিন, জানক ৰাছিয়াৰ পুটিনৰ আজিৰ সম্পূৰ্ণ কাৰ্যসূচী…

Nation NE by Nation NE
December 5, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
ডিচেম্বৰত ভাৰত ভ্ৰমণলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন
Share on FacebookShare on TwitterWhatsApp

দুদিনীয়া কাৰ্যসূচীৰে ভাৰতলৈ আহিছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন। ২৩ সংখ্যক ভাৰত-ৰাছিয়া বাৰ্ষিক সন্মিলনত অংশগ্ৰহণৰ বাবে ভাৰতলৈ আহিছে পুটিন।

ভাৰত ভ্ৰমণৰ সময়ত ৰাষ্ট্ৰপতি পুটিনে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ সৈতেও সাক্ষাৎ কৰিব। খবৰ অনুসৰি, প্ৰায় ২৮ ঘণ্টীয়া ভ্ৰমণ সম্পূৰ্ণ কৰি শুকুৰবাৰে সন্ধিয়া ভাৰত এৰিব পুটিনে।

৫ ডিচেম্বৰত হায়দৰাবাদ হাউচত অনুষ্ঠিত হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ মাজত ভাৰত-ৰাছিয়াৰ বাৰ্ষিক সন্মিলন। ইয়াত দুয়োগৰাকী নেতাই কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় আৰু দ্বিপাক্ষিক অংশীদাৰিত্ব শক্তিশালী কৰাৰ উপায়ৰ ওপৰত আলোচনা কৰিব। আজি সন্ধিয়া পুটিনে ৰাছিয়াৰ ৰাজ্যিক সম্প্ৰচাৰক আৰ টি টিভিৰ নতুন ইণ্ডিয়া চেনেলটোও মুকলি কৰিব।

দিনটোৰ আৰম্ভণিতে পুৱা ১১ বজাত ৰাষ্ট্ৰপতি ভৱনত ভাৰতৰ ৰাষ্ট্ৰপতিৰ সৈতে বৈঠক অনুষ্ঠিত হ’ব। ৰাষ্ট্ৰপতি ভৱনৰ পৰা পুটিনে পোনপটীয়াকৈ ৰাজঘাটলৈ যাব, য’ত তেওঁ মহাত্মা গান্ধী স্মাৰকত শ্ৰদ্ধাঞ্জলি জনাব। ইয়াৰ পিছত পুটিন হায়দৰাবাদ হাউছলৈ আগবাঢ়িব, য’ত ভাৰত আৰু ৰাছিয়াৰ মাজত অধিকাংশ গুৰুত্বপূৰ্ণ কূটনৈতিক বৈঠক আৰু আলোচনা হ’ব।

Tags: ModiPUTINRussia

Related Posts

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই
Top News

November 11, 2026
নেতান্যেহুৰ পিছত ইজৰাইলৰ ক্ষমতাৰ দৌৰত গাডি আইজেনকোট! ভাৰতৰ সৈতে আছে বিশেষ নৌসেনাৰ সংযোগ…
Top News

ইজৰাইলত ক্ষমতাৰ মহাৰণ! নেতান্যাহুৰ নতুন ৰাজনৈতিক চালত বিপদত গাডি আইজেনকোটৰ প্ৰধানমন্ত্ৰী হোৱাৰ সপোন…

November 10, 2026
চীনৰ সহায়ত নিৰ্মাণ কৰা বান্ধত ভয়ংকৰ বিপৰ্যয়! খহি পৰিল নিৰ্মীয়মাণ অংশ, জলাশয়ত হাহাকাৰ, বন্ধ হ’ল কাম-কাজ

কিয় ভাৰতৰ প্ৰধানমন্ত্ৰী নহ’ল ছোনিয়া গান্ধী? ১৮ বছৰ পিছত নিজেই প্ৰকাশ কৰিলে সেই গোপন সিদ্ধান্তৰ আঁৰৰ কাহিনী…

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

November 10, 2026
কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

November 10, 2026
Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In
No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025