• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, November 12, 2026
22 °c
Guwahati
22 ° Fri
22 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অসম
    • অৰুণাচল প্ৰদেশ
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    প্ৰথমে বিকট শব্দ, ছিগিল ৰে’ললাইন, খাৱৈত সোমাল ইঞ্জিন! মৃত্যুৰ মুখৰ পৰা কথমপি প্ৰাণ ৰক্ষা যাত্ৰীৰ, ডিগাৰুত কেনেকৈ ঘটিল ভয়ংকৰ ৰে’ল দুৰ্ঘটনা?

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ৰাজ কেৱল অস্ত্ৰহে, সোণমৰ প্ৰেমিক আছিল…., ৰাজা ৰঘুবংশী গোচৰত নতুন চৰিত্ৰৰ আগমন

Nation NE by Nation NE
June 12, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
ৰাজ কেৱল অস্ত্ৰহে, সোণমৰ প্ৰেমিক আছিল…., ৰাজা ৰঘুবংশী গোচৰত নতুন চৰিত্ৰৰ আগমন
Share on FacebookShare on TwitterWhatsApp

মেঘালয়ৰ ইন্দোৰৰ ৰাজা ৰঘুবংশী হত্যাকাণ্ডৰ ঘটনাত প্ৰতিদিনে নতুন নতুন তথ্য প্ৰকাশ পাইছে। পত্নী সোণমকে ধৰি ৰাজাক হত্যা কৰা আটাইকেইজন অভিযুক্ত বৰ্তমান আৰক্ষীৰ জিম্মাত।

কিন্তু এই হত্যাকাণ্ডৰ গোচৰটোৱে পুনৰ নতুন ৰূপ লৈছে। এতিয়ালৈকে চলি থকা তদন্তত স্পষ্ট হৈ পৰিছে, যে সোণম ৰঘুবংশীয়ে ৰাজ কুশৱাহ আৰু তিনিজন অভিযুক্তৰ সৈতে ৰাজাক হত্যা কৰিছিল। সেইটোও কেৱল যাতে তেওঁ প্ৰথমে বিধৱা হৈ পিছত ৰাজৰ সৈতে বিয়াত বহিব পাৰে।

কিন্তু এতিয়া আৰক্ষীয়ে আন এটা সন্দেহ কৰে। আৰক্ষীৰ মতে, ৰাজ কুশৱাহ আছিল মাথোঁ পণ্য। সোণমে মাত্ৰ ৰাজাক হত্যাৰ বাবেহে ৰাজক ব্যৱহাৰ কৰিছিল। আনহাতে এফালে সোণমে ৰাজকেই হত্যাকাণ্ডৰ মাষ্টাৰমাইণ্ড আখ্যা দিছে।

এক প্ৰতিবেদন অনুসৰি, এই সমগ্ৰ গোচৰৰ প্ৰকৃত মাষ্টাৰমাইণ্ড হৈছে সোণম। ৰাজক পণ্য হিচাপে ব্যৱহাৰ কৰা হৈছে বুলি ধাৰণা কৰা হৈছে। আটাইকেইজন অভিযুক্তৰ জেৰা কৰি থকা জ্যেষ্ঠ বিষয়াসকলে কয় যে- সোণমে সকলোকে প্ৰতাৰণা কৰি ৰাজাক হত্যা কৰিবলৈহে তেওঁলোকক ব্যৱহাৰ কৰিছিল।

সূত্ৰৰ উদ্ধৃতিৰে প্ৰতিবেদনত কোৱা হৈছে যে, এই গোচৰত হয়তো আৰু ডাঙৰ খেল প্ৰকাশ পাব পাৰে। আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে যে, সোণমে তৃতীয় ব্যক্তি এগৰাকীৰ লগতহে পলাবলৈ চেষ্টা কৰিছিল। অৱশ্যে এই তৃতীয় ব্যক্তি কোন সেয়া এতিয়াও প্ৰকাশ হোৱা নাই।

একে সময়তে সোণমৰ পৰিয়াল আৰু প্লাইউড কোম্পানীত কৰ্মৰত লোকসকলে বাৰে বাৰে কৈছে যে সোণম আৰু ৰাজৰ মাজত কোনো প্ৰেমৰ সম্পৰ্ক নাছিল। সোণামৰ ভায়েক গোবিন্দেও কয় যে- ৰাজে সোণমক বাইদেউ বুলি মাতিছিল আৰু তিনিবছৰ ধৰি সোণমে ৰাজৰ হাতত ৰাখী বান্ধি আহিছিল। এনে পৰিস্থিতিত এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে যদি সঁচাকৈ সোণম আৰু ৰাজৰ মাজত তেনে কোনো সম্পৰ্ক নাছিল, তেন্তে কাৰ কাৰণে সোণমে গিৰিয়েকক হত্যা কৰিছিল?

শ্বিলং আৰক্ষীয়ে এতিয়া সোণম আৰু অন্যান্য অভিযুক্তক অপৰাধস্থলীলৈ লৈ যাব। তাৰ পিছত তেওঁলোকে অপৰাধস্থলী পুনৰ সৃষ্টি কৰি প্ৰমাণ সংগ্ৰহ কৰিব। ইয়াৰ পিছত অভিযুক্তক ইন্দোৰলৈও নিয়াৰ পৰিকল্পনা কৰা হৈছে। ৰাজাৰ হত্যাকাণ্ডৰ পিছত সোণম ইন্দোৰত ক’ত আছিল আৰু কাক লগ পাইছিল তদন্ত কৰাৰ পিছত হয়তো নতুন নতুন দিশ পোহৰলৈ আহিব পাৰে। বৰ্তমান আটাইকেইজন অভিযুক্তৰ জেৰা চলি আছে।

Tags: RAJrajasonam

Related Posts

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

November 12, 2026
কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

November 12, 2026
টয়লেটৰ আইনাত হাইজেকৰ ভাবুকি! উৰণৰ পূৰ্বেই হাহাকাৰ কলকাতা বিমানবন্দৰত, নিৰাপত্তাৰক্ষীৰ জালত এয়াৰ ইণ্ডিয়াৰ বিমান

November 11, 2026
বগা হোৱাৰ হেঁপাহেই কাল হ’ব নেকি জীৱনৰ?ফেয়াৰনেছ ক্ৰীমত বিপজ্জনক পাৰা, বৃক্ক বিকল হোৱাৰ আশংকা…
Top News

বগা হোৱাৰ হেঁপাহেই কাল হ’ব নেকি জীৱনৰ?ফেয়াৰনেছ ক্ৰীমত বিপজ্জনক পাৰা, বৃক্ক বিকল হোৱাৰ আশংকা…

November 11, 2026
প্ৰথমে বিকট শব্দ, ছিগিল ৰে’ললাইন, খাৱৈত সোমাল ইঞ্জিন! মৃত্যুৰ মুখৰ পৰা কথমপি প্ৰাণ ৰক্ষা যাত্ৰীৰ, ডিগাৰুত কেনেকৈ ঘটিল ভয়ংকৰ ৰে’ল দুৰ্ঘটনা?
Top News

প্ৰথমে বিকট শব্দ, ছিগিল ৰে’ললাইন, খাৱৈত সোমাল ইঞ্জিন! মৃত্যুৰ মুখৰ পৰা কথমপি প্ৰাণ ৰক্ষা যাত্ৰীৰ, ডিগাৰুত কেনেকৈ ঘটিল ভয়ংকৰ ৰে’ল দুৰ্ঘটনা?

November 11, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

November 11, 2026
Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In
No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025