• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, November 9, 2026
24 °c
Guwahati
22 ° Wed
21 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অসম
    • অৰুণাচল প্ৰদেশ
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কৰ্কট ৰোগীৰ বাবে ডাঙৰ সকাহ! অসমত ১৩৭বিধ কৰ্কট ৰোগৰ ঔষধৰ দাম হ্ৰাস, ৯ নৱেম্বৰৰ পৰা নতুন মূল্য

    অসমৰ ১১৫ জোপা গছত বাদুলিৰ অদ্ভুত সংসাৰ! ২৩ প্ৰজাতিৰ গছ চিনাক্ত কৰি চৰ্চাত গৱেষক…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

‘চীন নহয়, তিব্বতৰ সৈতেহে সীমা ভাগ বতৰা কৰো’, চীনক উভতি ধৰিলে অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে

Nation NE by Nation NE
July 10, 2025
in Top News, উত্তৰ পূৱ, ৰাষ্ট্ৰীয়
0 0
‘চীন নহয়, তিব্বতৰ সৈতেহে সীমা ভাগ বতৰা কৰো’, চীনক উভতি ধৰিলে অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে
Share on FacebookShare on TwitterWhatsApp

অৰুণাচল প্ৰদেশক লৈ বিভিন্ন সময়ত বিভিন্ন অদ্ভুট আৰু অযুক্তিকৰ মন্তব্য আগবঢ়াই অহা চুবুৰীয়া ৰাষ্ট্ৰ চীনক এইবাৰ উভতি ধৰিছে অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে। মুখ্যমন্ত্ৰী খাণ্ডুৱে কয় যে অৰুণাচল প্ৰদেশে চীনৰ সৈতে নহয় তিব্বতৰ সৈতেহে সীমা ভাগ বতৰা কৰে।

বেইজিঙে বিভিন্ন সময়ত অৰুণাচল প্ৰদেশক নিজৰ বুলি কৰি অহা দাবীক ভুল আখ্যা দি খাণ্ডুৱে কয় যে যদি ঐতিহাসিক মেপ চোৱা যায় তেন্তে ভাৰতৰ কোনো এখন ৰাজ্যই পোনপটীয়াকৈ চীনৰ সৈতে সীমান্ত ভাগ বতৰা নকৰে।

মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে লগতে কয় যে বৰ্তমান তিব্বত চীনৰ দখলত যদিও ঐতিহাসিকভাৱে আমি তিব্বতৰ সৈতেহে সীমান্ত ভাগ বতৰা কৰো। অৰুণাচলে তিনিখন দেশৰ সৈতে সীমা ভাগ বতৰা কৰে, য’ত ভূটানৰ সৈতে ১৫০ কিলোমিটাৰ, তীব্বত আৰু ম্যানমাৰৰ সৈতে প্ৰায় ৫৫০ কিলোমিটাৰ।

উল্লেখ্য যে, ধৰমশালাত অনুষ্ঠিত হোৱা দালাই লামাৰ ৯০ সংখ্যাক জন্মদিন সমাৰোহত অংশ লৈ গৃহ ৰাজ্যলৈ উভতি অহাৰ পিছতেই এই গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে।

Tags: ArunachalChinaPema KhanduTibet

Related Posts

মন্দিৰত সোমাই তাণ্ডৱ! বজৰংবলীৰ ছবিত আ*ক্ৰ*মণৰ লগতে ক’লা ৰঙেৰে বিকৃত ধৰ্মীয় ফলক, চকীদাৰক হ*ত্যাৰ ভাবুকি…
Top News

November 9, 2026
ভাৰতৰ আটাইতকৈ ধনী গাঁওখন ক’ত? ১৭টা বেংকত জমা ৭ হাজাৰ কোটি টকা, বিদেশত থাকে হাজাৰ হাজাৰ গাঁওবাসী…

নেতান্যেহুৰ পিছত ইজৰাইলৰ ক্ষমতাৰ দৌৰত গাডি আইজেনকোট! ভাৰতৰ সৈতে আছে বিশেষ নৌসেনাৰ সংযোগ…

চাৰিওফালে পানীৰে আগুৰি থকা এক আশ্চৰ্যকৰ ধাম! ১০০৮ কলহেৰে কৰা হয় মহাদেৱৰ অভিষেক, দাম্পত্য জীৱনৰ সুখ বিচাৰি ভিৰ কৰে ভক্তই…

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

November 9, 2026
কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

November 9, 2026
Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In
No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025