• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, November 9, 2026
24 °c
Guwahati
22 ° Wed
21 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অসম
    • অৰুণাচল প্ৰদেশ
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কৰ্কট ৰোগীৰ বাবে ডাঙৰ সকাহ! অসমত ১৩৭বিধ কৰ্কট ৰোগৰ ঔষধৰ দাম হ্ৰাস, ৯ নৱেম্বৰৰ পৰা নতুন মূল্য

    অসমৰ ১১৫ জোপা গছত বাদুলিৰ অদ্ভুত সংসাৰ! ২৩ প্ৰজাতিৰ গছ চিনাক্ত কৰি চৰ্চাত গৱেষক…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

‘Situationship’ ৰ পৰা ‘Soulmate’ লৈ, আপোনাৰো হয় নেকি FOMO? Gen Z ৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰত কি ক’লে গুৰু শ্ৰীশ্ৰী ৰবি শংকৰে?

Nation NE by Nation NE
August 27, 2026
in Top News, বিনোদন
0 0
‘Situationship’ ৰ পৰা ‘Soulmate’ লৈ, আপোনাৰো হয় নেকি FOMO? Gen Z ৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰত কি ক’লে গুৰু শ্ৰীশ্ৰী ৰবি শংকৰে?
Share on FacebookShare on TwitterWhatsApp

এক অন্তৰংগ আৰু সজীৱ বাৰ্তালাপত ভাৰতৰ ১৩০০ৰো অধিক উচ্চ শিক্ষানুষ্ঠানৰ হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে বিশ্ব মানৱতাবাদী তথা আধ্যাত্মিক নেতা গুৰু শ্ৰীশ্ৰী ৰবি শংকৰৰ সৈতে মত বিনিময় কৰে।

ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ বহু প্ৰশ্ন মুকলিকৈ সোধে গুৰুদেৱক। জনপ্ৰিয় কোৰিয়ান Heart ইমোজিৰ অৰ্থৰ পৰা আৰম্ভ কৰি যুৱপ্ৰজন্ম চিন্তাৰ অন্তহীন প্ৰশ্নৰ সকলো উত্তৰ দিয়ে গুৰু ৰবি শংকৰে।

এজন ছাত্ৰই যেতিয়া তেওঁক প্ৰশ্ন কৰিছিল যে, জীৱনত Situationship নে Soulmate বাছনি কৰাটো দৰকাৰ, তেতিয়া গুৰুদেৱে প্ৰশ্নটোৰ ওপৰত এক নতুন দৃষ্টিভংগী আগবঢ়াইছিল। তেওঁ কয় যে, সেই সময়ত আমি সদায় নিজকে আনজনৰ স্থানৰ ৰাখি চাব লাগে। যদি আমি কাৰোবাক নিজৰ জীৱন সংগী হিচাপে বাছি লওঁ আৰু তেওঁলোকে আমাৰ এই সম্পৰ্কক কেৱল ‘Situationship’ হিচাপেহে চাব বিচাৰে, তেন্তে আমি কেনে অনুভৱ কৰিম? তেতিয়া আমি কি বাছি ল’ম?

এই কাৰ্যসূচীয়ে এনে এক প্ৰজন্মক একত্ৰিত কৰিলে, যিয়ে প্ৰযুক্তিৰ বাবে পূৰ্বতকৈ অধিক সংযুক্ত হ’লেও এতিয়াও ভিতৰত অন্তৰ্নিহিততা, জীৱনৰ অৰ্থ আৰু মানসিক স্থিৰতাৰ সন্ধান কৰে।

ছাত্ৰ-ছাত্ৰীক “এই পৃথিৱীৰ প্ৰকৃত সম্পদ” বুলি অভিহিত কৰি গুৰুদেৱে তেওঁলোকৰ অসাধাৰণ সম্ভাৱনাৰ কথা সোঁৱৰাই দিয়ে। তেওঁ কয় যে, পৃথিৱীত য’তেই অসাধাৰণ প্ৰতিভা দেখা যায় তাতেই সদায় অন্ততঃ এজন ভাৰতীয় থাকে। অভিযান্ত্ৰিক, চিকিৎসা, কম্পিউটাৰ বিজ্ঞান, ফেশ্বন, আৰু আতিথ্যৰ দৰে বিভিন্ন ক্ষেত্ৰত বিশ্বজুৰি নিজৰ স্থান দখল কৰা ভাৰতীয় যুৱক-যুৱতীসকলৰ কথা উল্লেখ কৰি তেওঁ কয় যে কৃতিত্বতকৈ অধিক গুৰুত্বপূৰ্ণ এটা গুণ হ’ল “বাহিৰৰ পৰা শক্তিশালী আৰু ভিতৰৰ পৰা স্থিতিস্থাপক ব্যক্তিত্ব”।

তেওঁৰ মতে অধ্যৱসায়ৰ অৰ্থ এইটো নহয় যে জীৱনত কেতিয়াও বিফলতা বা সন্দেহৰ সন্মুখীন নহ’ব; বৰঞ্চ ইয়াৰ অৰ্থ হ’ল বিপৰ্যয় আৰু অনিশ্চয়তাৰ মাজতো অহৰহ আগবাঢ়ি যোৱা।

আজিৰ যুৱক-যুৱতীসকলৰ জীৱনতো মনোযোগ আৰু একাগ্ৰতাৰ বিষয়টোও সমানেই গুৰুত্বপূৰ্ণ। তেওঁ কয় যে, খং হৈছে নিজৰ ওপৰত দিয়া শাস্তি। সকলোৱে জীৱনত অলপ হাস্যৰস ৰাখিব লাগে। তেওঁ কয় যে, খং উঠিলে দীঘলকৈ উশাহ লৈ নিজকে কিছুপৰ নিৰীক্ষণ কৰিব লাগে আৰু সম্ভৱ হ’লে পৰিস্থিতিটোক হাস্যৰসলৈ ৰূপান্তৰিত কৰিব লাগে।

ছ’চিয়েল মিডিয়া আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ এই যুগত তেওঁ যুৱক-যুৱতীসকলক বিবেচনাশীল দৃষ্টিভংগী গ্ৰহণ কৰিবলৈ পৰামৰ্শ দিছিল। তেওঁ কয় যে, ছ’চিয়েল মিডিয়াত অহা সকলো কথাকে সত্য বুলি ভাবিব নালাগে। লগতে কয় যে, এজন ভাল বন্ধু হ’ল এনেকুৱা এজন ব্যক্তি যাৰ লগত আমি মন খুলি কথা পাতিব পাৰো আৰু FOMOক জয় কৰিব পাৰো।

Tags: GENZMeetingsadhguru

Related Posts

মন্দিৰত সোমাই তাণ্ডৱ! বজৰংবলীৰ ছবিত আ*ক্ৰ*মণৰ লগতে ক’লা ৰঙেৰে বিকৃত ধৰ্মীয় ফলক, চকীদাৰক হ*ত্যাৰ ভাবুকি…
Top News

November 9, 2026
ভাৰতৰ আটাইতকৈ ধনী গাঁওখন ক’ত? ১৭টা বেংকত জমা ৭ হাজাৰ কোটি টকা, বিদেশত থাকে হাজাৰ হাজাৰ গাঁওবাসী…

নেতান্যেহুৰ পিছত ইজৰাইলৰ ক্ষমতাৰ দৌৰত গাডি আইজেনকোট! ভাৰতৰ সৈতে আছে বিশেষ নৌসেনাৰ সংযোগ…

চাৰিওফালে পানীৰে আগুৰি থকা এক আশ্চৰ্যকৰ ধাম! ১০০৮ কলহেৰে কৰা হয় মহাদেৱৰ অভিষেক, দাম্পত্য জীৱনৰ সুখ বিচাৰি ভিৰ কৰে ভক্তই…

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

November 9, 2026
কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

November 9, 2026
Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In
No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025