• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, November 9, 2026
24 °c
Guwahati
22 ° Wed
21 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অসম
    • অৰুণাচল প্ৰদেশ
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কৰ্কট ৰোগীৰ বাবে ডাঙৰ সকাহ! অসমত ১৩৭বিধ কৰ্কট ৰোগৰ ঔষধৰ দাম হ্ৰাস, ৯ নৱেম্বৰৰ পৰা নতুন মূল্য

    অসমৰ ১১৫ জোপা গছত বাদুলিৰ অদ্ভুত সংসাৰ! ২৩ প্ৰজাতিৰ গছ চিনাক্ত কৰি চৰ্চাত গৱেষক…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

মুছলমানৰ বাবে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিলে নীতিশ কুমাৰ চৰকাৰে

Nation NE by Nation NE
March 11, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
মুছলমানৰ বাবে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিলে নীতিশ কুমাৰ চৰকাৰে
Share on FacebookShare on TwitterWhatsApp

বিহাৰৰ নীতিশ কুমাৰ নেতৃত্বাধীন চৰকাৰে লৈছে এক ডাঙৰ সিদ্ধান্ত। এতিয়াৰে পৰা ৰাজ্যখনৰ চৰকাৰী বিভাগসমূহত হিন্দী আৰু ইংৰাজীৰ লগতে উৰ্দু ভাষাতো হ’ব কাম-কাজ। সূচাৰুৰূপে কাম-কাজবোৰ যাতে কৰিব পৰা যায় তাৰ বাবে চৰকাৰে এতিয়া বিভাগসমূহৰ কৰ্মচাৰী আৰু বিষয়াসকলক উৰ্দুৰ প্ৰশিক্ষণ প্ৰদান কৰিব। ৮ এপ্ৰিলৰ পৰা আৰম্ভ হ’ব উৰ্দু শিকাৰ প্ৰশিক্ষণ।

বিভাগসমূহৰ সৈতে জড়িত লোকসকলে শিকিব লাগিব উৰ্দু

চৰকাৰে সিদ্ধান্ত লৈছে যে বিষয়াকে ধৰি বিভিন্ন বিভাগৰ সৈতে জড়িত লোকসকলে উৰ্দু শিকিব লাগিব। নীতিশ চৰকাৰৰ কেবিনেট সচিবালয়ে চৰকাৰী কৰ্মচাৰী আৰু বিষয়াসকলৰ লগতে সাহিত্য, পোষকতা, শিক্ষা, সমাজসেৱা আৰু সাংবাদিকতাৰ সৈতে জড়িত লোকসকলক উৰ্দু শিকিবলৈ আহ্বান জনাইছে। অহা ৮ এপ্ৰিলৰ পৰা আৰম্ভ হ’ব এই প্ৰশিক্ষণ। ৭০ দিনৰ বাবে দৈনিক দুঘণ্টাকৈ উৰ্দু ভাষাৰ পাঠদান কৰা হ’ব।

কেবিনেট সচিবালয় বিভাগৰ উৰ্দু সঞ্চালকালয়ে জনাইছে যে কেন্দ্ৰীয় বা ৰাজ্যিক কাৰ্যালয়ত কৰ্মৰত কৰ্মচাৰী আৰু বিষয়াসকলে যিসকলে উৰ্দু নাজানে আৰু এই ভাষা শিকিব বিচাৰে, তেওঁলোক সাজু হ’ব লাগে। উৰ্দু ভাষাৰ জ্ঞানৰ বাবে তেওঁলোকক প্ৰশিক্ষণ দিয়া হ’ব।

উৰ্দু প্ৰশিক্ষণৰ বাবে ৮ এপ্ৰিলৰ পৰা আৰম্ভ হৈছে প্ৰশিক্ষণ। চৰকাৰৰ এই পদক্ষেপে কেৱল উৰ্দু ভাষা জনা সাধাৰণ লোকসকলক তেওঁলোকৰ চৰকাৰী কাম সহজে সম্পন্ন কৰাত সহায় কৰিব।

এই প্ৰশিক্ষণ বন্ধৰ দিন বাদ দি প্ৰতি সোমবাৰ, মঙলবাৰ, বুধবাৰ আৰু বৃহস্পতিবাৰে দুপৰীয়া ১ বজাৰ পৰা বিয়লি ৩ বজালৈ দিয়া হ’ব। উৰ্দু ভাষাত প্ৰশিক্ষণ ল’ব বিচৰা চৰকাৰী কৰ্মচাৰীসকলে অনলাইন আবেদন কৰাৰ উপৰি উৰ্দু সঞ্চালকালয় হিন্দী ভৱনৰ ঠিকনালৈও আবেদন প্ৰেৰণ কৰিব পাৰে।

বেচৰকাৰী লোকে পোনপটীয়াকৈ মেইল ​​বা ডাক ঠিকনাৰ জৰিয়তে আবেদন প্ৰেৰণ কৰিব পাৰিব। উল্লেখ্য যে উৰ্দু হৈছে ৰাজ্যখনৰ দ্বিতীয় চৰকাৰী ভাষা।

Tags: BiharBihar GovtNitish KumarUrdu language

Related Posts

মন্দিৰত সোমাই তাণ্ডৱ! বজৰংবলীৰ ছবিত আ*ক্ৰ*মণৰ লগতে ক’লা ৰঙেৰে বিকৃত ধৰ্মীয় ফলক, চকীদাৰক হ*ত্যাৰ ভাবুকি…
Top News

November 9, 2026
ভাৰতৰ আটাইতকৈ ধনী গাঁওখন ক’ত? ১৭টা বেংকত জমা ৭ হাজাৰ কোটি টকা, বিদেশত থাকে হাজাৰ হাজাৰ গাঁওবাসী…

নেতান্যেহুৰ পিছত ইজৰাইলৰ ক্ষমতাৰ দৌৰত গাডি আইজেনকোট! ভাৰতৰ সৈতে আছে বিশেষ নৌসেনাৰ সংযোগ…

চাৰিওফালে পানীৰে আগুৰি থকা এক আশ্চৰ্যকৰ ধাম! ১০০৮ কলহেৰে কৰা হয় মহাদেৱৰ অভিষেক, দাম্পত্য জীৱনৰ সুখ বিচাৰি ভিৰ কৰে ভক্তই…

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

November 9, 2026
কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

November 9, 2026
Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In
No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025