• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, November 9, 2026
23 °c
Guwahati
22 ° Wed
21 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অসম
    • অৰুণাচল প্ৰদেশ
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কৰ্কট ৰোগীৰ বাবে ডাঙৰ সকাহ! অসমত ১৩৭বিধ কৰ্কট ৰোগৰ ঔষধৰ দাম হ্ৰাস, ৯ নৱেম্বৰৰ পৰা নতুন মূল্য

    অসমৰ ১১৫ জোপা গছত বাদুলিৰ অদ্ভুত সংসাৰ! ২৩ প্ৰজাতিৰ গছ চিনাক্ত কৰি চৰ্চাত গৱেষক…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

দেশ কঁপোৱা ভয়ংকৰ পথ দুৰ্ঘটনা, প্ৰাণ হেৰুৱালে ১৬ জনকৈ লোকে

Nation NE by Nation NE
April 30, 2026
in Top News, ৰাষ্ট্ৰীয়
0 0
দেশ কঁপোৱা ভয়ংকৰ পথ দুৰ্ঘটনা, প্ৰাণ হেৰুৱালে ১৬ জনকৈ লোকে
Share on FacebookShare on TwitterWhatsApp

মধ্যপ্ৰদেশৰ ধৰ জিলাত বুধবাৰে নিশা সংঘটিত হয় এক ভয়ংকৰ ঘটনা। ইন্দোৰ-আহমেদাবাদ ৰাষ্ট্ৰীয় ঘাইপথৰ চিকালিয়া ফাটাৰ সমীপত শ্ৰমিক কঢ়িয়াই অনা এখন পিকআপ ট্ৰাকৰ ভয়ংকৰ দুৰ্ঘটনা।

খবৰ অনুসৰি শ্ৰমিক কঢ়িয়াই অনা পিকআপ ট্ৰাকখনে নিশা প্ৰায় ৮:৩০ বজাত স্ক’ৰপিঅ’ গাড়ীৰ সৈতে সংঘৰ্ষত লিপ্ত হয়, তাৰ পিছত গাড়ীখন নিয়ন্ত্ৰণ হেৰুৱাই ৰাষ্ট্ৰীয় ঘাইপথত বাগৰি পৰে। ইয়াৰ প্ৰভাৱ ইমানেই ভয়াৱহ আছিল যে পিকআপখনত থকা ৩৫ জনতকৈ অধিক শ্ৰমিক গাড়ীৰ তলত থেতেলিয়াই পেলায়।

প্ৰাথমিক খবৰ অনুসৰি, মৃতকৰ সংখ্যা ১২ জন আছিল যদিও এতিয়া ১৬ জনলৈ বৃদ্ধি পাইছে। আনকি নিৰীহ শিশুৱেও এই মৰ্মান্তিক ঘটনাত প্ৰাণ হেৰুৱাইছে। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হোৱা ৩০ জনতকৈ অধিক লোক বৰ্তমান ওচৰৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। স্থানীয় প্ৰশাসন আৰু আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ সাহায্য অভিযান আৰম্ভ কৰিছে।

এই শোকাৱহ দুৰ্ঘটনাৰ পিছতে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পিএমএনআৰএফ (প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজি)ৰ পৰা মৃতকৰ পৰিয়াললৈ ২ লাখ টকা  আৰু আহতসকলক ৫০ হাজাৰ টকাৰ সাহায্য ঘোষণা কৰে। এই শোকাৱহ ঘটনাৰ পিছত সম্প্ৰতি সমগ্ৰ অঞ্চল শোকত নিমগ্ন হৈ পৰিছে।

Tags: #AccidenthorrificMadhya Pradesh

Related Posts

মন্দিৰত সোমাই তাণ্ডৱ! বজৰংবলীৰ ছবিত আ*ক্ৰ*মণৰ লগতে ক’লা ৰঙেৰে বিকৃত ধৰ্মীয় ফলক, চকীদাৰক হ*ত্যাৰ ভাবুকি…
Top News

November 9, 2026
ভাৰতৰ আটাইতকৈ ধনী গাঁওখন ক’ত? ১৭টা বেংকত জমা ৭ হাজাৰ কোটি টকা, বিদেশত থাকে হাজাৰ হাজাৰ গাঁওবাসী…

নেতান্যেহুৰ পিছত ইজৰাইলৰ ক্ষমতাৰ দৌৰত গাডি আইজেনকোট! ভাৰতৰ সৈতে আছে বিশেষ নৌসেনাৰ সংযোগ…

চাৰিওফালে পানীৰে আগুৰি থকা এক আশ্চৰ্যকৰ ধাম! ১০০৮ কলহেৰে কৰা হয় মহাদেৱৰ অভিষেক, দাম্পত্য জীৱনৰ সুখ বিচাৰি ভিৰ কৰে ভক্তই…

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

November 9, 2026
কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

November 9, 2026
Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In
No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025