২০০৮- কৰ্ণাটক বিধানসভাৰ ২২৪খন আসনৰ ভিতৰত ১১০খন আসন লাভ কৰি বিজেপিয়ে প্ৰথমবাৰৰ বাবে উজনিৰ এখন ৰাজ্যত চৰকাৰ গঠন কৰাত সফল হয়।
২০০৮- ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান বান কি মুনে চীনৰ ভূমিকম্প প্ৰভাৱিত অঞ্চল পৰিদৰ্শন কৰে। দক্ষিণ আমেৰিকা মহাদেশৰ বাৰখন দেশে ইউৰোপীয় সংঘৰ আৰ্হিত এটা নতুন সংগঠন গঠন কৰিলে।