• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, November 9, 2026
23 °c
Guwahati
22 ° Wed
21 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অসম
    • অৰুণাচল প্ৰদেশ
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কৰ্কট ৰোগীৰ বাবে ডাঙৰ সকাহ! অসমত ১৩৭বিধ কৰ্কট ৰোগৰ ঔষধৰ দাম হ্ৰাস, ৯ নৱেম্বৰৰ পৰা নতুন মূল্য

    অসমৰ ১১৫ জোপা গছত বাদুলিৰ অদ্ভুত সংসাৰ! ২৩ প্ৰজাতিৰ গছ চিনাক্ত কৰি চৰ্চাত গৱেষক…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

অসমবাসীলৈ সুখবৰ, অসমীয়া গহনাই লাভ কৰিলে GI  টেগ

Nation NE by Nation NE
April 3, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
অসমবাসীলৈ সুখবৰ, অসমীয়া গহনাই লাভ কৰিলে GI  টেগ
Share on FacebookShare on TwitterWhatsApp

অসমলৈ আহিছে এক সুখবৰ। ৰঙালী বিহুৰ পূৰ্বে অসমবাসীলৈ আহিছে এই ভাল খবৰ। এইবাৰ অসমীয়া গহনাই লাভ কৰিলে GI  টেগ। অসমীয়া গহনা উদ্যোগৰ লগতে সমূহ অসমবাসীলৈ এয়া এক গৌৰৱৰ বিষয়।

অসমীয়া ঐতিহ্য-সংস্কৃতিৰ সৈতে জড়িত অসমীয়া গহনাক প্ৰদান কৰা হৈছে ভৌগোলিক সূচকাংক অর্থাৎ জি আই টেগ (GI Tag)। অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে দিয়ে এই সুখৰ বাৰ্তা। অসমীয়া গহনা উদ্যোগৰ সৈতে জড়িত সকলোলৈ তথা অসমবাসীলৈ এই গৌৰৱময় মুহূর্তত আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

২০১৮-১৯ চনৰ বাজেট উত্থাপনৰ সময়ত অসমৰ শিল্পীসকলৰ সুৰক্ষা আৰু স্বীকৃতৰ প্ৰতি লক্ষ্য ৰাখি অসমীয়া গহনাৰ জি আই টেগৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল। অৱশেষত এই প্ৰস্তাৱে ন্যায্যতা লাভ কৰে।

জি আই টেগ লাভ কৰা অসমৰ সম্পদসমূহ-

তেজপুৰৰ লিচু, কাৰ্বি আংলঙৰ আদা, জহা চাউল, বোকা চাউল, চকোৱা চাউল,অৰ্থডক্স টী, কাজি নেমু. অসমীয়া জাপি, আশাৰীকান্দিৰ পুতলা শিল্প, অসমৰ কাঁহ শিল্প, মাজুলীৰ মুখা শিল্প, জুডিমা, গামোচা, আৰনাই, জৌ গৈৰান. মাইব্ৰা, জৌ বিদৈ, জৌ গিচি, নামফা আদি।

Tags: #AssamAssam GovernmentGI TAG

Related Posts

মন্দিৰত সোমাই তাণ্ডৱ! বজৰংবলীৰ ছবিত আ*ক্ৰ*মণৰ লগতে ক’লা ৰঙেৰে বিকৃত ধৰ্মীয় ফলক, চকীদাৰক হ*ত্যাৰ ভাবুকি…
Top News

November 9, 2026
ভাৰতৰ আটাইতকৈ ধনী গাঁওখন ক’ত? ১৭টা বেংকত জমা ৭ হাজাৰ কোটি টকা, বিদেশত থাকে হাজাৰ হাজাৰ গাঁওবাসী…

নেতান্যেহুৰ পিছত ইজৰাইলৰ ক্ষমতাৰ দৌৰত গাডি আইজেনকোট! ভাৰতৰ সৈতে আছে বিশেষ নৌসেনাৰ সংযোগ…

চাৰিওফালে পানীৰে আগুৰি থকা এক আশ্চৰ্যকৰ ধাম! ১০০৮ কলহেৰে কৰা হয় মহাদেৱৰ অভিষেক, দাম্পত্য জীৱনৰ সুখ বিচাৰি ভিৰ কৰে ভক্তই…

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

November 9, 2026
কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

November 9, 2026
Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In
No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025