• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, November 9, 2026
24 °c
Guwahati
22 ° Wed
21 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অসম
    • অৰুণাচল প্ৰদেশ
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কৰ্কট ৰোগীৰ বাবে ডাঙৰ সকাহ! অসমত ১৩৭বিধ কৰ্কট ৰোগৰ ঔষধৰ দাম হ্ৰাস, ৯ নৱেম্বৰৰ পৰা নতুন মূল্য

    অসমৰ ১১৫ জোপা গছত বাদুলিৰ অদ্ভুত সংসাৰ! ২৩ প্ৰজাতিৰ গছ চিনাক্ত কৰি চৰ্চাত গৱেষক…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ভূটানত গ্লেচিয়াৰ বিস্ফোৰণ! যিকোনো মুহূৰ্ততে জলপ্ৰলয়ৰ আশংকা ধুবুৰীত, নিশাটোৰ ভিতৰতে স্থানান্তৰ ১০ হাজাৰ লোকক…

Nation NE by Nation NE
October 30, 2026
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
ভূটানত গ্লেচিয়াৰ বিস্ফোৰণ! যিকোনো মুহূৰ্ততে জলপ্ৰলয়ৰ আশংকা ধুবুৰীত, নিশাটোৰ ভিতৰতে স্থানান্তৰ ১০ হাজাৰ লোকক…
Share on FacebookShare on TwitterWhatsApp
নিশাৰ অন্ধকাৰত হঠাৎ নামি আহিল পানীৰ প্ৰলয়। পাহাৰৰ বুকু ফালি বৈ আহিল বিশাল জলৰাশি। মুহূৰ্ততে ধ্বংসস্তূপত পৰিণত হ’ল পৰ্যটনস্থলী। এইবাৰ প্ৰকৃতিৰ ভয়ংকৰ ৰূপ দেখিলে চুবুৰীয়া ৰাষ্ট্ৰ ভূটানে। ভূটানৰ পৰা নামি অহা বানৰ ঢলে এতিয়া ভাৰতৰ নামনি অসম আৰু পশ্চিম বংগলৈ কঢ়িয়াই আনিছে ভয়ংকৰ বিপদৰ আগজাননী।
২৯ অক্টোবৰৰ নিশা ভূটানৰ গাছা জিলাৰ শিন্তাফু হ্ৰদত সংঘটিত হয় গ্লেচিয়াৰ লেক আউটবাৰ্ষ্ট ফ্লাড (GLOF)। হ্ৰদৰ বান্ধ ভাঙি ওলাই অহা প্ৰায় ৭.৪ নিযুত ঘনমিটাৰ পানীয়ে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰে। পানীৰ প্ৰচণ্ড সোঁতত উটি যায় ভূটানৰ জনপ্ৰিয় গাছা ছাছু হট স্প্ৰিংছৰ আন্তঃগাঁথনি। ক্ষতিগ্ৰস্ত হয় পথ আৰু জলসিঞ্চন ব্যৱস্থাও। অৱশ্যে বৰ্তমানলৈ কোনো লোকৰ মৃত্যু বা আহত হোৱাৰ খবৰ পোৱা হোৱা নাই।
কিন্তু বিপদৰ আশংকা এতিয়াও আঁতৰা নাই। ভূটানৰ পৰা নামি অহা এই জলৰাশি ম’চু হৈ সংকোশ নদীৰ দিশে আগবাঢ়ে। সংকোশ নদীৰ জলপৃষ্ঠ হঠাৎ বৃদ্ধি পালে অসমৰ ধুবুৰী জিলাতো ভয়ংকৰ বান পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে।
ভাৰতৰ কেন্দ্ৰীয় জল আয়োগে জাৰি কৰিছে বিশেষ বান সতৰ্কবাণী। পশ্চিম বংগৰ আলিপুৰদুৱাৰ জিলাত ইতিমধ্যে নিশাটোৰ ভিতৰতে ১০ হাজাৰৰো অধিক লোকক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হৈছে। আনহাতে, নামনি অসমৰ ধুবুৰীতো প্ৰশাসন সতৰ্ক অৱস্থাত আছে।
এতিয়া প্ৰশাসনৰ তীক্ষ্ণ নজৰ সংকোশ নদীৰ জলপৃষ্ঠৰ ওপৰত। প্ৰশ্ন এটাই—ভূটানৰ পাহাৰৰ পৰা নামি অহা এই জলৰাশিয়ে ধুবুৰীত কিমান ভয়ংকৰ ৰূপ ধাৰণ কৰিব? নে সময়মতে অৱলম্বন কৰা সতৰ্কতাই ৰক্ষা কৰিব হাজাৰ হাজাৰ জীৱন?
Tags: #FloodBhutanBURSTglacier

Related Posts

মন্দিৰত সোমাই তাণ্ডৱ! বজৰংবলীৰ ছবিত আ*ক্ৰ*মণৰ লগতে ক’লা ৰঙেৰে বিকৃত ধৰ্মীয় ফলক, চকীদাৰক হ*ত্যাৰ ভাবুকি…
Top News

November 9, 2026
ভাৰতৰ আটাইতকৈ ধনী গাঁওখন ক’ত? ১৭টা বেংকত জমা ৭ হাজাৰ কোটি টকা, বিদেশত থাকে হাজাৰ হাজাৰ গাঁওবাসী…

নেতান্যেহুৰ পিছত ইজৰাইলৰ ক্ষমতাৰ দৌৰত গাডি আইজেনকোট! ভাৰতৰ সৈতে আছে বিশেষ নৌসেনাৰ সংযোগ…

চাৰিওফালে পানীৰে আগুৰি থকা এক আশ্চৰ্যকৰ ধাম! ১০০৮ কলহেৰে কৰা হয় মহাদেৱৰ অভিষেক, দাম্পত্য জীৱনৰ সুখ বিচাৰি ভিৰ কৰে ভক্তই…

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

November 9, 2026
কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

November 9, 2026
Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In
No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025