১৯৭০- ভাৰতত নিৰ্মিত প্ৰথম মিগ-২১ বিমান ভাৰতীয় বায়ুসেনাত অন্তৰ্ভুক্ত হয়।
১৯৮৩- ভাৰতীয়-আমেৰিকান ড° এছ চন্দ্ৰশেখৰে আন এজন আমেৰিকান বিজ্ঞানী অধ্যাপক উইলিয়ামছ ফাউলাৰৰ সৈতে ১৯৮৩ চনৰ পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা লাভ কৰে।
১৯৯৪- উত্তৰ কোৰিয়া আৰু আমেৰিকাৰ মাজত জেনেভাত আলোচনা হয়। কোৰিয়া উপদ্বীপক পাৰমাণৱিক অস্ত্ৰ প্ৰসাৰণৰ পৰা মুক্ত কৰি ৰাখিবলৈ আমেৰিকাই এক ঐতিহাসিক চুক্তিত স্বাক্ষৰ কৰে।
২০০৩- পোপ জন পল দ্বিতীয়ই মাদাৰ টেৰেছাক ধন্য বুলি ঘোষণা কৰে। এইটোৱেই হৈছে কেননীকৰণৰ দিশত প্ৰথম পদক্ষেপ।
২০০৪- আমেৰিকাৰ বিদেশ মন্ত্ৰী কলিন পাৱেলে প্ৰকাশ কৰে যে আমেৰিকাৰ প্ৰচেষ্টাই ভাৰত-পাকিস্তানৰ যুদ্ধ ৰোধ কৰে। চীনে প্ৰথমটো বাণিজ্যিক বতৰ উপগ্ৰহ উৎক্ষেপণ কৰিলে। ম্যানমাৰৰ নতুন প্ৰধানমন্ত্ৰী হ’ল ছু উইন।