“পেৰিছ অতি সোনকালে মুছলমান চহৰ হ’ব”, ফ্ৰান্সক লৈ ট্ৰাম্পৰ বিস্ফোৰক মন্তব্য, বিশ্বজুৰি তীব্ৰ চৰ্চা
এফালে ফ্ৰান্সৰ ৰাজপথত উত্তপ্ত পৰিস্থিতি, আনফালে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ বিস্ফোৰক মন্তব্য। অনুপ্ৰৱেশক কেন্দ্ৰ কৰি ফ্ৰান্সত সৃষ্টি হোৱা অস্থিৰতাৰ মাজতে ...







