৫ হত্যাকাণ্ডৰ পিছত হোটেল বিলাস ইনত পুনৰ ঘাতক ঘনকান্ত গগৈ, চলিছে ক্ৰাইম ছীন ৰিক্ৰিয়েচন! SIT তদন্তত পোহৰলৈ আহিছে এটাৰ পিছত এটাকৈ তথ্য!
এখন হোটেল, এটা ব্যৱসায়িক চুক্তি আৰু এটা বিবাদ। কিন্তু এই বিবাদৰ পৰিণতি যে ইমান ভয়ংকৰ হ'ব পাৰে, সেয়া হয়তো কোনেও ...











