Tuesday, November 10, 2026
22 °c
Guwahati
22 ° Thu
22 ° Fri
Language -
অসমীয়া
  • English

Tag: Molestation

দিল্লী উচ্চ ন্যায়ালয়ৰ ডাঙৰ সিদ্ধান্ত, নিজ কন্যাৰ সৈতে অপকৰ্ম সংঘটিত কৰা অভিযুক্তক  ১০ বছৰৰ কাৰাদণ্ড

দিল্লী উচ্চ ন্যায়ালয়ৰ ডাঙৰ সিদ্ধান্ত, নিজ কন্যাৰ সৈতে অপকৰ্ম সংঘটিত কৰা অভিযুক্তক ১০ বছৰৰ কাৰাদণ্ড

দিল্লী উচ্চ ন্যায়ালয়ে গুৰুত্বপূৰ্ণ নিৰ্দেশ দিয়াৰ সময়তে এগৰাকী পিতৃক ১০ বছৰৰ কাৰাদণ্ডৰ শাস্তি বাহাল ৰাখিছে। এই ব্যক্তিজনে নিজৰ ৯ বছৰীয়া ...

এগৰাকী নেতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ অভিনেত্ৰীৰ, ক’লে- ‘তেওঁ নাকচ কৰাৰ পিছতো মোক আপত্তিজনক বাৰ্তা প্ৰেৰণ কৰিছিল…’

এগৰাকী নেতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ অভিনেত্ৰীৰ, ক’লে- ‘তেওঁ নাকচ কৰাৰ পিছতো মোক আপত্তিজনক বাৰ্তা প্ৰেৰণ কৰিছিল…’

কেৰালাৰ এগৰাকী অভিনেত্ৰী ৰিনি জৰ্জে এগৰাকী যুৱ নেতাৰ বিৰুদ্ধে গুৰুতৰ ব্যক্তিগত অভিযোগ দাখিল কৰিছে। নেতাগৰাকীয়ে প্ৰায় ৪ বছৰ ধৰি আপত্তিজনক ...

মহিলাৰ সৈতে অপকৰ্মৰ অপচেষ্টা এগৰাকী অনা অসমীয়াৰ

মহিলাৰ সৈতে অপকৰ্মৰ অপচেষ্টা এগৰাকী অনা অসমীয়াৰ

ডিব্ৰুগড়ত মহিলাৰ সৈতে অপকৰ্মৰ অপচেষ্টা এগৰাকী অনা অসমীয়াৰ। গোপন ফটো তুলি ব্লেকমেইলিং কৰাৰ অভিযোগ এইগৰাকী লম্পটৰ বিৰুদ্ধে। ডিব্ৰুগড়ৰ লাহোৱালত মহিলাৰ ...

নাবালিকাৰ সৈতে কুকাণ্ড আৰক্ষী জোৱানৰ! কোনো নথকাৰ সুযোগ লৈ এই অপকৰ্ম কৰাৰ অভিযোগ…

নাবালিকাৰ সৈতে কুকাণ্ড আৰক্ষী জোৱানৰ! কোনো নথকাৰ সুযোগ লৈ এই অপকৰ্ম কৰাৰ অভিযোগ…

অসম আৰক্ষী জোৱানৰ কু-কাণ্ডই লজ্জানত কৰিছে সকলোকে। এগৰাকী নাবালিকাৰ সৈতে অপকৰ্ম সংঘটিত কৰে এই আৰক্ষী জোৱানজনে। হাজোৰ বাগটাত সংঘটিত হৈছে ...

দেশ কঁপোৱা কলিকতা কাণ্ডৰ নতুন তথ্য, ভুক্তভোগীক ইনহেলাৰ যোগান…

দেশ কঁপোৱা কলিকতা কাণ্ডৰ নতুন তথ্য, ভুক্তভোগীক ইনহেলাৰ যোগান…

পশ্চিমবংগৰ ৰাজধানী কলকাতাৰ কাছবাত অৱস্থিত দক্ষিণ কলিকতা আইন মহাবিদ্যালয়ত সংঘটিত হোৱা কাণ্ডই সমগ্ৰ দেশক কঁপাই তুলিলে। ২৪ বছৰীয়া আইনৰ ছাত্ৰী ...

এগৰাকী সহজ-সৰল মহিলাৰ সৈতে চাঞ্চল্যকৰ ঘটনা, একেখন গাঁওৰে এখন ব্যক্তিৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ

এগৰাকী সহজ-সৰল মহিলাৰ সৈতে চাঞ্চল্যকৰ ঘটনা, একেখন গাঁওৰে এখন ব্যক্তিৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ

এগৰাকী সহজ-সৰল মহিলাৰ সৈতে সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। একেখন গাঁওৰে নুৰুল হকৰ বিৰুদ্ধে উত্থাপন হৈছে ভয়ংকৰ অভিযোগ। ...

যুৱতীৰে অপকৰ্ম বিএনপি নেতাৰ! ভিডিঅ’ও ভাইৰেল হোৱাৰ পিছতে…

যুৱতীৰে অপকৰ্ম বিএনপি নেতাৰ! ভিডিঅ’ও ভাইৰেল হোৱাৰ পিছতে…

পুনৰ সঁচা তথ্য উদঙাই দিলে বাংলাদেশৰ ইউনুছ চৰকাৰ। বাংলাদেশৰ কুমিলা জিলাৰ পৰা পোহৰলৈ অহা এক ভয়ানক অপৰাধে সমগ্ৰ দেশক কঁপাই ...

জংঘলত খৰি আনিবলৈ যোৱা নাবালিকাৰ সৈতে ভয়ংকৰ কাণ্ডৰ অপচেষ্টা যুৱকৰ

জংঘলত খৰি আনিবলৈ যোৱা নাবালিকাৰ সৈতে ভয়ংকৰ কাণ্ডৰ অপচেষ্টা যুৱকৰ

জংঘলত খৰি আনিবলৈ যোৱা নাবালিকাৰ সৈতে ভয়ংকৰ কাণ্ডৰ অপচেষ্টা। কাছাৰৰ কাঞ্চনপুৰত গ্ৰেপ্তাৰ কৰা হৈছে ৪ যুৱকক। স্থানীয় ৰাইজে হাতত আটক ...

শ শ ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদত উত্তাল শিলচৰ NIT, ছাত্ৰীৰ সৈতে ভয়ংকৰ কাণ্ড অধ্যাপকৰ…

শ শ ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদত উত্তাল শিলচৰ NIT, ছাত্ৰীৰ সৈতে ভয়ংকৰ কাণ্ড অধ্যাপকৰ…

শিলচৰ NIT ত সংঘটিত হৈছে এক নিৰ্লজ্জ ঘটনা। ছাত্ৰীৰ সৈতে ভয়ংকৰ কাণ্ড সংঘটিত কৰে সহকাৰী অধ্যাপকে৷ ইলেকট্ৰিকেল ইঞ্জিনিয়াৰিং বিভাগৰ BTech ...

Page 1 of 2 1 2