Monday, November 9, 2026
23 °c
Guwahati
24 ° Tue
22 ° Wed
Language -
অসমীয়া
  • English

Tag: India

হাফিজ ছাইদৰ সহযোগীয়ে ডাঙৰ স্বীকাৰ, অপাৰেচন সিন্দুৰেৰে ভাৰতেলৈ গভীৰ আঘাত

হাফিজ ছাইদৰ সহযোগীয়ে ডাঙৰ স্বীকাৰ, অপাৰেচন সিন্দুৰেৰে ভাৰতেলৈ গভীৰ আঘাত

জম্মু-কাশ্মীৰৰ পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতে বিগত মে’ মাহত অপাৰেচন সিন্দুৰৰ জৰিয়তে সন্ত্ৰাসবাদীক এক নিৰ্ণায়ক শিক্ষা প্ৰদান কৰিছিল। পাকিস্তানৰ ...

নতুন দিল্লীত প্ৰতিবাদ সন্দৰ্ভত বাংলাদেশৰ সংবাদ মাধ্যমৰ অপপ্ৰচাৰ, ভাৰতে দিলে প্ৰতিক্ৰিয়া

নতুন দিল্লীত প্ৰতিবাদ সন্দৰ্ভত বাংলাদেশৰ সংবাদ মাধ্যমৰ অপপ্ৰচাৰ, ভাৰতে দিলে প্ৰতিক্ৰিয়া

নতুন দিল্লীত বাংলাদেশ উচ্চায়ুক্তৰ সন্মুখত প্ৰতিবাদ সন্দৰ্ভত বাংলাদেশৰ সংবাদ মাধ্যমে প্ৰচাৰ কৰি থকা ভুল তথ্য নাকচ কৰি ভাৰতে বিক্ষোভৰ সময়ত ...

প্ৰথমে ভাবুকি, তাৰপিছত চমন! ইউনুছ চৰকাৰ এই কাৰ্যৰ বাবে ভাৰতৰ ডাঙৰ এক্সন

প্ৰথমে ভাবুকি, তাৰপিছত চমন! ইউনুছ চৰকাৰ এই কাৰ্যৰ বাবে ভাৰতৰ ডাঙৰ এক্সন

১৭ ডিচেম্বৰত ভাৰত চৰকাৰে বাংলাদেশৰ ৰাজধানী ঢাকাত থকা ভাৰতীয় ভিছা আবেদন কেন্দ্ৰ (আইভিএচি) বন্ধ কৰাৰ জাননী জাৰি কৰিছিল। উগ্ৰপন্থী উপাদানৰ ...

ট্ৰাম্পৰ শুল্কৰ মাজতে চীন সন্দৰ্ভত এটা ডাঙৰ সিদ্ধান্ত ভাৰতৰ, উত্তেজনা বৃদ্ধি আমেৰিকাৰ!

ট্ৰাম্পৰ শুল্কৰ মাজতে চীন সন্দৰ্ভত এটা ডাঙৰ সিদ্ধান্ত ভাৰতৰ, উত্তেজনা বৃদ্ধি আমেৰিকাৰ!

ভাৰতে কম সময়ৰ বাবে দেশ ভ্ৰমণ কৰা চীনা পেছাদাৰীসকলৰ ব্যৱসায়িক ভিছাৰ ক্ষিপ্ৰ অনুমোদন নিশ্চিত কৰিবলৈ নিয়ম সংশোধন কৰিছে। পূৱ লাডাখ ...

পুটিনৰ ভাৰত ভ্ৰমণৰ সময়তে পাকিস্তানৰ ঘৃণনীয় কাণ্ড! চীনৰ এই কাৰ্যক মুকলিকৈ সমৰ্থন…

পুটিনৰ ভাৰত ভ্ৰমণৰ সময়তে পাকিস্তানৰ ঘৃণনীয় কাণ্ড! চীনৰ এই কাৰ্যক মুকলিকৈ সমৰ্থন…

সন্ত্ৰাসবাদীক আশ্ৰয় দিয়াৰ বাবে বিশ্বজুৰি কুখ্যাত পাকিস্তানে পুনৰবাৰ সংঘটিত কৰিলে এক ঘৃণনীয় কাণ্ড। অৰুণাচল প্ৰদেশ সন্দৰ্ভত চীনৰ উচটনিমূলক বক্তব্যক সমৰ্থন ...

ট্ৰাম্পৰ শুল্কবাণৰ মাজতেই ভাৰত ভ্ৰমণলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন

পুটিনৰ বিৰুদ্ধে বৃহৎ ব্যৱস্থা ট্ৰাম্পৰ! ৰাছিয়াৰ দুটা প্ৰধান তেল কোম্পানীত নিষেধাজ্ঞা

আমেৰিকা আৰু ৰাছিয়াৰ মাজত উত্তেজনা হ্ৰাস পোৱাৰ কোনো লক্ষণ দেখা পোৱা হোৱা নাই। ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এতিয়া ৰাছিয়াৰ বিৰুদ্ধে উল্লেখযোগ্য ...

ভাৰত-চীনৰ মাজত আকৌ আৰম্ভ হ’ব বিমান সেৱা! বিমান সংস্থাৰ এই ঘোষণা

ভাৰত-চীনৰ মাজত আকৌ আৰম্ভ হ’ব বিমান সেৱা! বিমান সংস্থাৰ এই ঘোষণা

ভাৰত-চীনৰ সম্পৰ্ক স্বাভাৱিক হোৱাৰ পিছতে চীন ইষ্টাৰ্ণ এয়াৰলাইন্সে ২০২৫ চনৰ ৯ নৱেম্বৰৰ পৰা চাংহাই আৰু নতুন দিল্লীৰ মাজত যাত্ৰা-ভ্ৰমণ পুনৰ ...

অহা চাৰি-পাঁচ দশকত বিশ্বক নেতৃত্ব দিব ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে : অষ্ট্ৰেলিয়াৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী এবট

অহা চাৰি-পাঁচ দশকত বিশ্বক নেতৃত্ব দিব ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে : অষ্ট্ৰেলিয়াৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী এবট

ভাৰতৰ প্ৰশংসাত গদগদ অষ্ট্ৰেলিয়াৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী টনি এবটৰ। তেওঁ কয় যে একবিংশ শতিকা ভাৰতৰ শতিকা, আৰু অহা চাৰি-পাঁচ দশকত ভাৰতৰ ...

ট্ৰাম্পৰ বিৰুদ্ধে উত্থাপিত কণ্ঠ  আমেৰিকাতেই, ভাৰতৰ ওপৰত শুল্ক হ্ৰাস কৰাৰ দাবীৰ লগতে ক্ষমা বিচৰাৰ দাবী তীব্ৰতৰ

ড’নাল্ড ট্ৰাম্পে ডাঙৰ দাবী, ক’লে- ‘ভাৰতে ৰাছিয়াৰ পৰা তেল কিনিব নোৱাৰে’

ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাটো বিচৰা নাছিল আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। অৱশ্যে এতিয়া তেওঁ এক চাঞ্চল্যকৰ দাবী উত্থাপন কৰিছে। ...

ভাৰত হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ হাব : ১৫ বিলিয়ন ডলাৰ বিনিয়োগৰ ঘোষণা সুন্দৰ পিচাইৰ

ভাৰত হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ হাব : ১৫ বিলিয়ন ডলাৰ বিনিয়োগৰ ঘোষণা সুন্দৰ পিচাইৰ

মঙলবাৰে গুগলৰ চিইঅ’ সুন্দৰ পিচাইয়ে এক বৃহৎ ঘোষণা কৰি ভাৰতত কৃত্ৰিম বুদ্ধিমত্তা (AI) হাব স্থাপনৰ কথা ঘোষণা কৰে। এই পদক্ষেপৰ ...

Page 4 of 44 1 … 3 4 5 … 44