Monday, November 9, 2026
23 °c
Guwahati
24 ° Tue
22 ° Wed
Language -
অসমীয়া
  • English

Tag: India

টীম ইণ্ডিয়াৰ বিৰুদ্ধে Knockout মেচ নেখেলে পাকিস্তানে! কিন্তু কিয়? কোন দল হ’ব আটাইতকৈ বেছি লাভবান?

ভাৰত-পাকিস্তান T20 Worldcup: ২৩০০ কোটিৰ লোকচান; ক্ষুব্ধ পাকিস্তানীয়ে ক’লে- ‘পাকিস্তান অবিহনে ক্ৰিকেট অসম্পূৰ্ণ’

টি-২০ বিশ্বকাপ প্ৰতিযোগিতাত ভাৰতৰ বিৰুদ্ধে খেলিবলৈ অস্বীকাৰ কৰিছে পাকিস্তানে। ইয়াৰ ফলত  ক্ৰিকেটপ্ৰেমীৰ মাজত এক বিতৰ্কিত পৰিবেশৰো সৃষ্টি হৈছে। পাকিস্তানৰ এজন ...

ভাৰতৰ সন্মুখত হাৰ মানিলে আমেৰিকাই! শুল্কহ্ৰাসৰ বাবে  কি কি সামগ্ৰীৰ মূল্য হ্ৰাস হ’ব ?

ভাৰতৰ সন্মুখত হাৰ মানিলে আমেৰিকাই! শুল্কহ্ৰাসৰ বাবে কি কি সামগ্ৰীৰ মূল্য হ্ৰাস হ’ব ?

অৱশেষত ভাৰতৰ সমুখত সেওঁ মানিলে আমেৰিকাই। শুল্ক হ্ৰাস কৰিবলৈ বাধ্য হ’ল ট্ৰাম্প। ভাৰতীয় সামগ্ৰীৰ ওপৰত শুল্ক হ্ৰাস কৰিলে আমেৰিকাই। প্ৰধানমন্ত্ৰী ...

সংগীহীন ট্ৰাম্প! ভাৰত হ’ব নেকি নতুন KING? কানাডা-ব্ৰাজিলৰ সৈতে নতুন চুক্তি…

সংগীহীন ট্ৰাম্প! ভাৰত হ’ব নেকি নতুন KING? কানাডা-ব্ৰাজিলৰ সৈতে নতুন চুক্তি…

বৰ্তমান সময়ত দ্ৰুতগতিত সলনি হৈছে বিশ্বৰ অৰ্থনৈতিক আৰু বাণিজ্যিক ৰাজনীতি। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ শুল্ক বৃদ্ধি, অনিশ্চিত বাণিজ্যিক স্থিতিৰ বাবে ...

গণৰাজ্য দিৱসত অপাৰেচন সিন্দুৰক বিশ্ববাসীৰ সন্মুখত অৱগত কৰা ভাৰতীয় সেনা বিষয়া কৰ্ণেল ছফিয়া কুৰেশ্বীলৈ সন্মান, জানক সবিশেষ

গণৰাজ্য দিৱসত অপাৰেচন সিন্দুৰক বিশ্ববাসীৰ সন্মুখত অৱগত কৰা ভাৰতীয় সেনা বিষয়া কৰ্ণেল ছফিয়া কুৰেশ্বীলৈ সন্মান, জানক সবিশেষ

পাকিস্তানৰ বিৰুদ্ধে ভাৰতীয় নিৰাপত্তা বাহিনীয়ে আৰম্ভ কৰা অপাৰেচন সিন্দুৰক বিশ্ববাসীৰ সন্মুখত প্ৰকাশ কৰা ভাৰতীয় সেনা বিষয়া কৰ্ণেল ছফিয়া কুৰেশ্বীকো গণৰাজ্য ...

বাংলাদেশত নিৰ্বাচনী বিশৃংখলতাঃ আৱামী লীগৰ বিৰুদ্ধে কৰা ষড়যন্ত্ৰৰ বাবে সমালোচনাৰ সন্মুখীন ইউনুছ চৰকাৰ

নিৰ্বাচনৰ পূৰ্বে ভাৰতীয়ৰ ওপৰত আক্ৰমণৰ ভাবুকি বাংলাদেশৰ! কূটনীতিবিদসকলৰ সন্দৰ্ভত ডাঙৰ পদক্ষেপ

বাংলাদেশত শ্বেখ হাছিনাৰ চৰকাৰ পতনৰ পিছৰে পৰা ইউনুছ চৰকাৰৰ দিনত হিন্দুসকলৰ বিৰুদ্ধে হিংসা অব্যাহত আছে। বাংলাদেশত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদৰ সময়তো লক্ষ্য ...

ভাৰত-চীন যুদ্ধত চৰকাৰক প্ৰায় ৬০০ কিলোগ্ৰাম সোণ দান কৰা ৰাণী কামচুন্দৰী দেৱীৰ দেহাৱসান…

ভাৰত-চীন যুদ্ধত চৰকাৰক প্ৰায় ৬০০ কিলোগ্ৰাম সোণ দান কৰা ৰাণী কামচুন্দৰী দেৱীৰ দেহাৱসান…

ভাৰত-চীন যুদ্ধৰ সময়ত ভাৰত চৰকাৰৰ অনুৰোধত নিজৰ ভঁৰালৰ দুৱাৰ খুলি দিয়া ৰাণী কামচুন্দৰী দেৱীৰ দেহাৱসান। দৰভংগা বংশৰ শেষ ৰাণী কামচুন্দৰী ...

জাৰ্মান চ্যান্সেলৰৰ ভাৰতীয় ভ্ৰমণকাৰীৰ বাবে গুৰুত্বপূৰ্ণ ঘোষণা, জানক সবিশেষ…

জাৰ্মান চ্যান্সেলৰৰ ভাৰতীয় ভ্ৰমণকাৰীৰ বাবে গুৰুত্বপূৰ্ণ ঘোষণা, জানক সবিশেষ…

ভাৰত ভ্ৰমণলৈ অহা জাৰ্মান চ্যান্সেলৰ ফ্ৰেড্ৰিখ মেৰ্জে ভাৰতীয় ভ্ৰমণকাৰীৰ বাবে এক গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে। তেওঁ উল্লেখ কৰে যে, ভাৰতীয় নাগৰিকে ...

আমেৰিকাত ২৭ বছৰীয়া ভাৰতীয় মহিলাৰ সৈতে ভয়ংকৰ তথ্য, প্ৰাক্তন প্ৰেমিক সন্দৰ্ভত আৰক্ষীৰ ভয়ংকৰ তথ্য

আমেৰিকাত ২৭ বছৰীয়া ভাৰতীয় মহিলাৰ সৈতে ভয়ংকৰ তথ্য, প্ৰাক্তন প্ৰেমিক সন্দৰ্ভত আৰক্ষীৰ ভয়ংকৰ তথ্য

নৱবৰ্ষৰ ঠিক পূৰ্বে আমেৰিকাত নিৰুদ্দেশ হৈছিল এগৰাকী ২৭ বছৰীয়া ভাৰতীয় মহিলা। তাৰ পিছতে পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ হত্যাকাণ্ডৰ তথ্য। মেৰিলেণ্ডৰ ...

ভেনিজুৱেলাৰ শেহতীয়া পৰিস্থিতিক লৈ ভাৰতৰ প্ৰতিক্ৰিয়া, জানক ট্ৰাম্প আৰু মাদুৰোক লৈ কি ক’লে…

ভেনিজুৱেলাৰ শেহতীয়া পৰিস্থিতিক লৈ ভাৰতৰ প্ৰতিক্ৰিয়া, জানক ট্ৰাম্প আৰু মাদুৰোক লৈ কি ক’লে…

ভেনিজুৱেলাৰ শেহতীয়া পৰিস্থিতিক লৈ ভাৰতেও উদ্বেগ প্ৰকাশ কৰিছে। ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰোক গ্ৰেপ্তাৰ কৰে আমেৰিকাই। ইয়াৰ পিছতে ভাৰত চৰকাৰে কয় ...

Page 3 of 44 1 2 3 4 … 44