হোজাইৰ প্ৰথমগৰাকী মহিলা বিচাৰপতি হিচাপে সফলতা অৰ্জন আজমল আইন মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী মহচিনা ইমতিয়াজ লস্কৰৰ
হোজাই জিলালৈ এক বিশেষ গৌৰৱ কঢ়িয়াই আনিছে নীলবাগানৰ সু-যোগ্য সন্তান মহচিনা ইমতিয়াজ লস্কৰে। অসম জুডিচিয়েল ছাৰ্ভিচেছ (AJS) পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ...







