শ্বেয়াৰৰ দাম বঢ়াই বিনিয়োগকাৰীক টুপী! হোৱাটছএপ গ্ৰুপৰ পৰাই চলিছিল নেকি কোটিৰ কেলেংকাৰী? ২৯টা স্থানত ইডিৰ অভিযান…
হোৱাটছএপত আহিছিল শ্বেয়াৰ ক্ৰয়ৰ পৰামৰ্শ। বিনিয়োগকাৰীৰ মাজত বাঢ়িছিল উৎসাহ, ঊৰ্ধ্বমুখী হৈছিল শ্বেয়াৰৰ দাম। কিন্তু এই উত্থানৰ আঁৰত আছিল নেকি এক ...











