• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, November 10, 2026
23 °c
Guwahati
22 ° Wed
21 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অসম
    • অৰুণাচল প্ৰদেশ
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কৰ্কট ৰোগীৰ বাবে ডাঙৰ সকাহ! অসমত ১৩৭বিধ কৰ্কট ৰোগৰ ঔষধৰ দাম হ্ৰাস, ৯ নৱেম্বৰৰ পৰা নতুন মূল্য

    অসমৰ ১১৫ জোপা গছত বাদুলিৰ অদ্ভুত সংসাৰ! ২৩ প্ৰজাতিৰ গছ চিনাক্ত কৰি চৰ্চাত গৱেষক…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home আন্তঃ ৰাষ্ট্ৰীয়

নিজৰ তোলনীয়া জীক বিয়া পাতিবলৈ ৭১ বছৰীয়া স্বামীয়ে পত্নীক দিলে ‘শ্লো পইজন’

Nation NE by Nation NE
August 30, 2024
in আন্তঃ ৰাষ্ট্ৰীয়
0 0
নিজৰ তোলনীয়া জীক বিয়া পাতিবলৈ ৭১ বছৰীয়া স্বামীয়ে পত্নীক দিলে ‘শ্লো পইজন’
Share on FacebookShare on TwitterWhatsApp

এগৰাকী ৭১ বছৰীয়া ব্যক্তিৰ কৰ্মকাণ্ডই আচৰিত কৰিছে সকলোকে। তোলনীয়া জীক বিয়া পাতিবলৈ ৭১ বছৰীয়া এজন ব্যক্তিয়ে নিজৰ পত্নীৰ পৰা পাব বিচাৰিছিল মুক্তি। যাৰ বাবে তেওঁ নিজৰ পত্নীক লাহে লাহে বিষ খুৱাবলৈ আৰম্ভ কৰিছিল।

পত্নীৰ খাদ্যত তেওঁ বিভিন্ন ধৰণৰ ড্ৰাগছ মিহলাই দিছিল। আশ্চৰ্যজনক কথা এইটোৱে যে, এই সকলোবোৰৰ লগত মহিলাগৰাকীৰ কন্যাও জড়িত হৈ আছিল। এই সময়ছোৱাত মহিলাগৰাকীয়ে এই সকলোবোৰৰ বিষয়ে অজ্ঞাত হৈ থাকে। অবিৰতভাৱে ড্ৰাগছ সেৱনৰ বাবে তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটিবলৈ ধৰিলে। কিন্তু এদিন ৰুফে নিজৰ কামৰ বাবে অনুশোচনা কৰে আৰু পত্নীক ওচৰত নিজৰ ভুল স্বীকাৰ কৰে।

প্ৰতিবেদন অনুসৰি, এই বিষয়টো আমেৰিকাৰ ইণ্ডিয়ানা ৰাজ্যৰ। ৱেইন কাউন্টি আদালতে, আলফ্ৰেড ডব্লিউ ৰুফ নামৰ এজন লোকক পত্নীক হত্যাৰ ষড়যন্ত্ৰ কৰাৰ অভিযোগত দোষী সাব্যস্ত কৰে। আদালতে কয় যে, ৰুফে পত্নীৰ পানীয়ত ঔষধৰ ৰূপত বিভিন্নধৰণৰ ‘স্লো পইজন’ মিহলাই দিয়ে।

প্ৰতিবেদন অনুসৰি, ২০২১ চনৰ পৰাই ৰুফে পত্নীক পানীয় মিহলাই ড্ৰাগছ দি আছিল। এই সময়ছোৱাত তেওঁৰ পত্নীক অসুস্থতাৰ বাবে কেইবাবাৰো চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল। য’ত অবৈধ ড্ৰাগছ সেৱনৰ সৈতে জড়িত পৰীক্ষাত তেওঁক পজিটিভ পোৱা গৈছিল। মহিলাগৰাকীয়ে এই কথা স্পষ্টভাৱে অস্বীকাৰ কৰিছিল, কাৰণ তেওঁ এই বিষয়ে অৱগত নাছিল।

মহিলাগৰাকীৰ মতে, মূৰৰ বিষ, অত্যধিক টোপনি, ডায়েৰিয়া আদি লক্ষণৰ বাবে তেওঁক ৬বাৰকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। পৰীক্ষাত তেওঁৰ শৰীৰত এমডিএমএ, কোকেইন, বেনজ’ডাইজেপিন আদি ড্ৰাগছ পোৱা গৈছিল।

এই বিষয়ে জানিব পাৰি ২০২২ চনত মহিলাগৰাকীয়ে আৰক্ষীৰ সৈতে যোগাযোগ কৰিছিল। তদন্তৰ সময়ত ৰুফে স্বীকাৰ কৰে যে, নিজৰ কন্যাক বিয়া কৰাবলৈহে তেওঁ পত্নীক হত্যাৰ চেষ্টা চলাইছিল। এই সকলোবোৰৰ লগত মহিলাগৰাকীৰ কন্যাও জড়িত আছিল, সেয়েহে আদালতে তেওঁকো দোষী বুলি ঘোষণা কৰিছে।

চলিত বৰ্ষত আদালতে ৰুফক পত্নীক হত্যাৰ ষড়যন্ত্ৰৰ গোচৰত দোষী সাব্যস্ত কৰে। আদালতে তেওঁক চাৰি বছৰৰ কাৰাদণ্ডৰ পিছত পাঁচ বছৰৰ পৰীক্ষামূলক শাস্তি প্ৰদান কৰে।

Tags: AmericaConspiracySlow Poison

Related Posts

নেতান্যেহুৰ পিছত ইজৰাইলৰ ক্ষমতাৰ দৌৰত গাডি আইজেনকোট! ভাৰতৰ সৈতে আছে বিশেষ নৌসেনাৰ সংযোগ…
Top News

November 9, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

ৰহস্যৰে ভৰা এখন পাহাৰ! কেতিয়াবা ৰঙা, কেতিয়াবা সোণালী, আকৌ কেতিয়াবা ধূসৰ, চুম্বকৰ দৰে আকৰ্ষণ কৰে প্ৰকৃতিৰ এই আচৰিত তিলিস্মই…

November 8, 2026
ট্ৰাম্প দলৰ নিৰ্বাচনী পৰাজয়তেই তেলৰ বজাৰত ভূমিকম্প! এদিনতে ১০% পৰ্যন্ত হ্ৰাস খাৰুৱা তেলৰ মূল্য…
Top News

সাগৰত অৱৰোধৰ পিছত এইবাৰ স্থলপথত আমেৰিকাৰ ‘আইৰন গেট’! চাৰিওফালৰ পৰা ইৰাণক ঘেৰিবলৈ ট্ৰাম্পৰ নতুন ৰণকৌশল, বন্ধ হ’বনে ইৰাণৰ অস্ত্ৰ আৰু ধনৰ সৰবৰাহ?

November 8, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

November 8, 2026
ঋণৰ বোজাত কোঙা পাকিস্তানৰ অৰ্থনীতি! ১০ বছৰত প্ৰায় দুগুণ হ’ল বিদেশী ঋণ, চীনৰ ওচৰতেই বাকী ২২.৪ বিলিয়ন ডলাৰ…

November 7, 2026
Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In
No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025