Wednesday, November 11, 2026
22 °c
Guwahati
22 ° Thu
22 ° Fri
Language -
অসমীয়া
  • English

Tag: Nalbari

নলবাৰীত আনন্দৰ লহৰ; একলগে চাৰি কন্যাই স্থান লাভ কৰিলে অসম ক্ৰিকেট দলত

নলবাৰীত আনন্দৰ লহৰ; একলগে চাৰি কন্যাই স্থান লাভ কৰিলে অসম ক্ৰিকেট দলত

দুচকুত সপোন আৰু গভীৰ আত্মবিশ্বাস থাকিলে সকলো সম্ভৱ। এই বাক্যশাৰীকেই প্ৰমাণ কৰি দেখুৱালে নলবাৰী জিলাৰ চাৰিগৰাকী কিশোৰীয়ে। ১৯ বছৰ অনূৰ্ধ্বৰ ...

শোকাৱহ! টিউচনৰ পৰা আৰু ঘৰলৈ উভতি নাহিল ভাস্বতী

শোকাৱহ! টিউচনৰ পৰা আৰু ঘৰলৈ উভতি নাহিল ভাস্বতী

আজি ৰাতিপুৱা নলবাৰী জিলাৰ পশ্চিম প্ৰান্তৰ টিহুত সংঘটিত হৈছে এক শোকাৱহ পথ দুৰ্ঘটনা। এক অনাকাংক্ষিত পথ দুৰ্ঘটনাত এগৰাকী নৱম শ্ৰেনীৰ ...

উৎকট গৰমৰ বাবে নলবাৰীতো বিদ্যালয়ৰ পাঠদানৰ সময়সূচী সলনি

উৎকট গৰমৰ বাবে নলবাৰীতো বিদ্যালয়ৰ পাঠদানৰ সময়সূচী সলনি

উৎকট গৰমৰ বাবে নলবাৰীতো বিদ্যালয়ৰ পাঠদানৰ সময়-সূচী সলনি কৰা হৈছে। অসহ্যকৰ গৰমৰ পৰা ছাত্ৰ-ছাত্ৰীসকলক সকাহ দিয়াৰ উদ্দেশ্যে নলবাৰী জিলা প্ৰশাসনে লৈছে ...

নলবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা; ডাম্পাৰৰ খুন্দাত প্ৰাণ হেৰুৱালে এগৰাকী ছাত্ৰীয়ে

নলবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা; ডাম্পাৰৰ খুন্দাত প্ৰাণ হেৰুৱালে এগৰাকী ছাত্ৰীয়ে

নলবাৰীত তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত এগৰাকী কলেজীয়া ছাত্ৰীয়ে প্ৰাণ হেৰুওৱাক কেন্দ্ৰ কৰি আজি ৰাতিপুৱাৰে পৰা চহৰখনৰ গণেশ মন্দিৰ চ’কত এক উত্তপ্ত ...

বিজেপি এৰাৰ পিছতেই অশোক শৰ্মাৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ নলবাৰী জিলা নেতৃত্বৰ

বিজেপি এৰাৰ পিছতেই অশোক শৰ্মাৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ নলবাৰী জিলা নেতৃত্বৰ

নলবাৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাই বিজেপি ত্যাগ কৰি কংগ্ৰেছ দলত যোগদান কৰাৰ পিছতেই তেওঁৰ বিৰুদ্ধে উত্থাপিত হৈছে কেইবাটাও গুৰুতৰ ...

৯ ঘণ্টাত ৮৪ পৃষ্ঠাৰ কিতাপ লিখি গিনিজ বুক অৱ ৰেকৰ্ডছত নাম সন্নিবিষ্ট নলবাৰীৰ ৰাজদ্বীপ কাশ্যপৰ

৯ ঘণ্টাত ৮৪ পৃষ্ঠাৰ কিতাপ লিখি গিনিজ বুক অৱ ৰেকৰ্ডছত নাম সন্নিবিষ্ট নলবাৰীৰ ৰাজদ্বীপ কাশ্যপৰ

ৰাজ্যৰ চাৰিওদিশে বান বিভীষিকা। বান বিভীষিকাৰ মাজতে অতি কম সময়ত কিতাপ লিখি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে এগৰাকী ছাত্ৰই। হয় সাধাৰণতে ...

Page 2 of 2 1 2