Monday, November 9, 2026
23 °c
Guwahati
24 ° Tue
22 ° Wed
Language -
অসমীয়া
  • English

Tag: India

অনলাইনত উপলব্ধ হ’ল গংগাজল; ঘৰত বহিয়ে শিৱক অভিষেক কৰিব পাৰিব গংগাজল

অনলাইনত উপলব্ধ হ’ল গংগাজল; ঘৰত বহিয়ে শিৱক অভিষেক কৰিব পাৰিব গংগাজল

অনলাইনত উপলব্ধ হ’ল গংগাজল। এতিয়াৰে পৰা আপুনি অনলাইন বা ডাকঘৰযোগে ক্ৰয় কৰিব পাৰিব গংগাজল। শাওন মাহ পৰাৰ লগে লগে ভক্তসকলে ...

২০২৪-২৫ বৰ্ষৰ সাধাৰণ বাজেটঃ চৰকাৰী কৰ্মচাৰীৰ বাবে আৰ্শীবাদ হ’ব নিৰ্মলা সীতাৰমণৰ বাজেট!

২০২৪-২৫ বৰ্ষৰ সাধাৰণ বাজেটঃ চৰকাৰী কৰ্মচাৰীৰ বাবে আৰ্শীবাদ হ’ব নিৰ্মলা সীতাৰমণৰ বাজেট!

২৩ জুলাইত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সংসদত দাখিল কৰিব ২০২৪-২৫ বৰ্ষৰ সাধাৰণ বাজেট। বাজেটক লৈ প্ৰতিজন লোকৰ মাজত নিজা-নিজা প্ৰত্যাশা ...

কি চলিছে লোকসেৱা আয়োগৰ ভিতৰচ’ৰাত! কাৰ্যকাললৈ ৫ বছৰ থাকোতে পদবীৰ পৰা পদত্যাগ অধ্যক্ষৰ

কি চলিছে লোকসেৱা আয়োগৰ ভিতৰচ’ৰাত! কাৰ্যকাললৈ ৫ বছৰ থাকোতে পদবীৰ পৰা পদত্যাগ অধ্যক্ষৰ

ভাৰতীয় লোকসেৱা আয়োগৰ অধ্যক্ষ মনোজ ছোনীৰ পদত্যাগ। কাৰ্যকাল সমাপ্ত হোৱাৰ পূৰ্বে পদত্যাগ পত্ৰ দাখিল কৰিলে অধ্যক্ষগৰাকীয়ে। ২০২৯ চনলৈ কাৰ্যকাল আছিল ...

‘যদি ভাৰতে চেম্পিয়নছ ট্ৰফী খেলিবলৈ নাহে, তেন্তে…..’, হুংকাৰ পাকিস্তানৰ

‘যদি ভাৰতে চেম্পিয়নছ ট্ৰফী খেলিবলৈ নাহে, তেন্তে…..’, হুংকাৰ পাকিস্তানৰ

২০২৫ বৰ্ষৰ ১৯ ফেব্ৰুৱাৰীৰ পৰা ৯ মাৰ্চলৈ পাকিস্তানত অনুষ্ঠিত হ’ব আই চি চি চেম্পিয়নছ ট্ৰফী। এই আগন্তুক প্ৰতিযোগিতাখনত ভাৰতীয় ক্ৰিকেট ...

ইণ্ডিয়া মিত্ৰজোঁটৰ চমকপ্ৰদ প্ৰদৰ্শন; ১৩ খন আসনৰ ১০ খনতেই অগ্ৰগতি

ইণ্ডিয়া মিত্ৰজোঁটৰ চমকপ্ৰদ প্ৰদৰ্শন; ১৩ খন আসনৰ ১০ খনতেই অগ্ৰগতি

সদ্য সমাপ্ত লোকসভা নিৰ্বাচনত বিজেপি নেতৃত্বাধীন এন ডি এক কঠিন প্ৰত্যাহ্বান জনোৱা ইণ্ডিয়া মিত্ৰজোঁটে শেহতীয়াকৈ দেশৰ সাতখন ৰাজ্যৰ ১৩টা বিধানসভা ...

চেম্পিয়নছ ট্ৰফী খেলিবলৈ পাকিস্তানলৈ নাযায় ভাৰত! নিৰাপত্তাজনিত কাৰণত অস্বীকাৰ BCCI-ৰ

চেম্পিয়নছ ট্ৰফী খেলিবলৈ পাকিস্তানলৈ নাযায় ভাৰত! নিৰাপত্তাজনিত কাৰণত অস্বীকাৰ BCCI-ৰ

২০২৫ বৰ্ষত পাকিস্তানত অনুষ্ঠিত হ’বলগীয়া আইচিচি চেম্পিয়নছ ট্ৰফীত অংশগ্ৰহণ নকৰে ভাৰতে। বিচিচিআইৰ এক সূত্ৰত প্ৰকাশ পাইছে এই তথ্য। নিৰাপত্তাজনিত কাৰণত ...

সাংস্কৃতিক অৰ্থনীতি হ’ব পাৰে দেশৰ মেৰুদণ্ড! জানো আহক সবিশেষ

সাংস্কৃতিক অৰ্থনীতি হ’ব পাৰে দেশৰ মেৰুদণ্ড! জানো আহক সবিশেষ

সাংস্কৃতিক অৰ্থনীতিয়ে এখন দেশৰ বিকাশত যোগাব পাৰে এক গুৰুত্বপূৰ্ণ অৰিহণা। বৰ্তমান দেশৰ সাংস্কৃতিক খণ্ডত প্ৰায় ৪৫ লাখ লোকক পোনপটীয়াকৈ শিল্পী, ...

বিশ্ব চেম্পিয়ন ভাৰতক লৈ কি কয় এইসকল পাকিস্তানী তাৰকাই?

বিশ্ব চেম্পিয়ন ভাৰতক লৈ কি কয় এইসকল পাকিস্তানী তাৰকাই?

ৱেষ্ট ইণ্ডিজৰ মাটিত দক্ষিণ আফ্ৰিকাক ৭ ৰানৰ ব্যৱধানত পৰাস্ত কৰি দ্বিতীয়বাৰৰ বাবে টি-২০ বিশ্ব কাপৰ খিতাপ অৰ্জন কৰিলে ভাৰতে। ইয়াকে ...

Page 43 of 44 1 … 42 43 44