Monday, November 9, 2026
23 °c
Guwahati
24 ° Tue
22 ° Wed
Language -
অসমীয়া
  • English

Tag: ICC

প্ৰথম ভাৰতীয়; বছৰৰ পহিলা দিনটোতে এক বিশেষ অভিলেখৰ গৰাকী হ’ল বুমৰাহ

প্ৰথম ভাৰতীয়; বছৰৰ পহিলা দিনটোতে এক বিশেষ অভিলেখৰ গৰাকী হ’ল বুমৰাহ

আন এক বিৰল কৃতিত্বৰ অধিকাৰী হ’ল যশপ্ৰীত বুমৰাহ। টেষ্ট ৰেংকিঙত তেওঁ ভংগ কৰিছে এক বিশেষ অভিলেখ। টেষ্ট ৰেংকিঙৰ এক বিশেষ ...

আহি গ’ল ICC চেম্পিয়নছ ট্ৰফীৰ সম্পূৰ্ণ সূচী; জানো আহক ভাৰতৰ মেচসমূহৰ সবিশেষ…

আহি গ’ল ICC চেম্পিয়নছ ট্ৰফীৰ সম্পূৰ্ণ সূচী; জানো আহক ভাৰতৰ মেচসমূহৰ সবিশেষ…

প্ৰকাশ পালে আইচিচি চেম্পিয়নছ ট্ৰফী ২০২৫ৰ সম্পূৰ্ণ সূচী। অহা ২৩ ফেব্ৰুৱাৰীত ডুবাইত অনুষ্ঠিত হ’ব ভাৰত আৰু পাকিস্তানৰ মাজৰ মেচ। প্ৰতিযোগিতাখনৰ ...

কোন হ’ব জয় শ্বাহৰ উত্তৰাধিকাৰী? বিচিচিআইয়ে চূড়ান্ত কৰিলে তাৰিখ…

কোন হ’ব জয় শ্বাহৰ উত্তৰাধিকাৰী? বিচিচিআইয়ে চূড়ান্ত কৰিলে তাৰিখ…

চলিত বৰ্ষৰ ১ ডিচেম্বৰত জয় শ্বাহে আইচিচিৰ নতুন অধ্যক্ষ হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পিছৰে পৰা বিশ্বৰ শক্তিশালী ক্ৰিকেট ব’ৰ্ড বিচিচিআইৰ ...

অপেক্ষাৰ অন্ত! ICC ৰ ২০২৫ ৰ চেম্পিয়নছ ট্ৰফীৰ সূচী ঘোষণা; ৯ মাৰ্চত ফাইনেল

অপেক্ষাৰ অন্ত! ICC ৰ ২০২৫ ৰ চেম্পিয়নছ ট্ৰফীৰ সূচী ঘোষণা; ৯ মাৰ্চত ফাইনেল

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে আজি ঘোষণা কৰিব পাৰে ২০২৫ চনৰ চেম্পিয়নছ ট্ৰফীৰ সূচী। বিগত বহু দিন ধৰি প্ৰতিযোগিতাৰ সূচীৰ বাবে অপেক্ষাৰত ...

শিৰণত হ’ল পাকিস্তান; ভাৰতৰ মতেই অনুষ্ঠিত হ’ব চেম্পিয়নছ ট্ৰফী

শিৰণত হ’ল পাকিস্তান; ভাৰতৰ মতেই অনুষ্ঠিত হ’ব চেম্পিয়নছ ট্ৰফী

অৱশেষত অন্ত পৰিল জল্পনা-কল্পনাৰ। ২০২৫ বৰ্ষৰ চেম্পিয়নছ ট্ৰফী হাইব্ৰিড মডেলত অনুষ্ঠিত কৰাৰ অনুমোদন জনালে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে। পাকিস্তান ক্ৰিকেট ব’ৰ্ড ...

পাকিস্তানত হ’বলগীয়া চেম্পিয়নছ ট্ৰফী সন্দৰ্ভত ডাঙৰ সিদ্ধান্ত ল’ব পাৰে আই চি চিয়ে…

পাকিস্তানত হ’বলগীয়া চেম্পিয়নছ ট্ৰফী সন্দৰ্ভত ডাঙৰ সিদ্ধান্ত ল’ব পাৰে আই চি চিয়ে…

চেম্পিয়নছ ট্ৰফীক লৈ চলি থকা বিতৰ্কই এইবাৰ লৈছে আন এক নতুন মোৰ। অহা বছৰ ১৯ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া এই ...

IPL ২০২৫ৰ মেগা নিলামত আলোড়নৰ সৃষ্টি কৰিব এই ৫ খেলুৱৈয়ে

চেম্পিয়নছ ট্ৰফীৰ সিদ্ধান্তৰ পূৰ্বে আইচিচিৰ অধ্যক্ষৰ দ্বায়িত্বগ্ৰহণ

ভাৰতীয় ক্ৰিকেটক বহু উচ্চ পৰ্যায়লৈ লৈ যোৱাৰ পিছত নতুন ইনিংছ আৰম্ভ কৰিছে জয় শ্বাহে। আইচিচিৰ সভাপতি হিচাপে কাৰ্যকাল আৰম্ভ কৰিছে ...

হাইব্ৰিড মডেলৰ বাবে মান্তি পাকিস্তান; বান্ধি দিলে বিশেষ চৰ্ত…

হাইব্ৰিড মডেলৰ বাবে মান্তি পাকিস্তান; বান্ধি দিলে বিশেষ চৰ্ত…

চেম্পিয়নছ ট্ৰফী আয়োজনক লৈ আহিছে নতুন খবৰ। লাভ কৰা খবৰ অনুসৰি, হাইব্ৰিড মডেলৰ বাবে মান্তি হৈছে পাকিস্তান। কিন্তু ইয়াৰ বাবে ...

সমাধান উলিয়াব পৰা নাই চেম্পিয়নছ ট্ৰফীৰ; কাইলৈ পুনৰ বৈঠক

সমাধান উলিয়াব পৰা নাই চেম্পিয়নছ ট্ৰফীৰ; কাইলৈ পুনৰ বৈঠক

চেম্পিয়নছ ট্ৰফী ২০২৫ সন্দৰ্ভত এতিয়াও সমাধান উলিয়াব পৰা নাই আই চি চিয়ে। ইয়াৰ বাবে শুকুৰবাৰে আইচিচিয়ে এখন গুৰুত্বপূৰ্ণ বৈঠকৰ আয়োজন ...

Page 3 of 4 1 2 3 4