Tuesday, November 10, 2026
23 °c
Guwahati
22 ° Wed
22 ° Thu
Language -
অসমীয়া
  • English

Tag: #cricket

বিশ্ব অভিলেখ গঢ়িলে অশ্বিনে; ১৪৭ বছৰীয়া ইতিহাসত এই বিশেষ কৃতিত্ব গঢ়া প্ৰথমগৰাকী ক্ৰিকেটাৰ

গম্ভীৰৰ প্ৰশংসা কৰি দ্ৰাবিড়ৰ ওপৰত ডাঙৰ তথ্য প্ৰকাশ কৰে অশ্বিনে

টীম ইণ্ডিয়াৰ অফ স্পিনাৰ আৰ অশ্বিনে আকৌ এবাৰ নতুন মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰক প্ৰশংসা কৰে। তেওঁ কয় যে, এই প্ৰবীণ ...

বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ ২০২৩-২৫, পইণ্ট তালিকাৰ শীৰ্ষত টীম ইণ্ডিয়া

বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ ২০২৩-২৫, পইণ্ট তালিকাৰ শীৰ্ষত টীম ইণ্ডিয়া

বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ ২০২৩-২৫ ৰ অন্তিম খন খেল অহা বছৰৰ জুনমাহত অনুষ্ঠিত হ'ব। এই খিতাপৰ বাবে ৯ টা দলৰ মাজত ...

খেলপথাৰত হঠাতেই বুমৰাহৰ জোতাত চুমা! বাংলাদেশী বলাৰে এইয়া কি কৰিলে; জানক ভাইৰেল ছবি এখনৰ সম্পূৰ্ণ সত্য

খেলপথাৰত হঠাতেই বুমৰাহৰ জোতাত চুমা! বাংলাদেশী বলাৰে এইয়া কি কৰিলে; জানক ভাইৰেল ছবি এখনৰ সম্পূৰ্ণ সত্য

ভাৰতীয় দ্ৰুত বলাৰ যশপ্ৰীত বুমৰাহৰ এখন ছবি অতি ভাইৰেল হৈ পৰিছে। য'ত বাংলাদেশৰ এজন বলাৰে  বুমৰাহৰ জোতাত চুমা খোৱা দেখা ...

চেন্নাই টেষ্টত অভিলেখ! বিশ্ব ক্ৰিকেটত চাঞ্চল্যৰ সৃষ্টি কৰি ইতিহাস ৰচিলে মুছফিকুৰ ৰহিমে

চেন্নাই টেষ্টত অভিলেখ! বিশ্ব ক্ৰিকেটত চাঞ্চল্যৰ সৃষ্টি কৰি ইতিহাস ৰচিলে মুছফিকুৰ ৰহিমে

ভাৰত আৰু বাংলাদেশৰ মাজত অনুষ্ঠিত দুখন খেলৰ টেষ্ট শৃংখলাৰ প্ৰথমখন খেল চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত হৈছে। চেন্নাই টেষ্টত ...

এদিনীয়াত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে জয়ী হৈ আফগানিস্তান ক্ৰিকেট দলে ৰচিলে ইতিহাস

এদিনীয়াত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে জয়ী হৈ আফগানিস্তান ক্ৰিকেট দলে ৰচিলে ইতিহাস

ফজল হক ফাৰুকী আৰু আল্লাহ গাজানফৰৰ মাৰাত্মক বলিঙৰ সহায়ত আফগানিস্তান ক্ৰিকেট দলে এদিনীয়া শৃংখলাৰ প্ৰথমখন মেচত দক্ষিণ আফ্ৰিকাক ৬ উইকেটত ...

কিংবদন্তি ক্ৰিকেটাৰ যুৱৰাজক লৈ বলিউড ছবি; জানিব পাৰিব ক্ৰিকেটাৰ গৰাকীৰ সফল যাত্ৰাৰ আঁৰৰ কাহিনী

কিংবদন্তি ক্ৰিকেটাৰ যুৱৰাজক লৈ বলিউড ছবি; জানিব পাৰিব ক্ৰিকেটাৰ গৰাকীৰ সফল যাত্ৰাৰ আঁৰৰ কাহিনী

বিশ্বৰ ক্ৰিকেট ইতিহাসত নিজৰ নাম সন্নিবিষ্ট কৰিবলৈ সক্ষম হোৱা যুৱৰাজ সিঙক বাৰু কোনে চিনি নাপায়? নিজৰ দুৰ্দান্ত প্ৰদৰ্শনেৰে ভাৰতীয় দলটোৰ ...

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ভংগ কৰিব নোৱাৰা অভিলেখ ৰোহিত শৰ্মাৰ নামত!

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ভংগ কৰিব নোৱাৰা অভিলেখ ৰোহিত শৰ্মাৰ নামত!

ভাৰতৰ মহান বেটছমেন তথা অধিনায়ক ৰোহিত শৰ্মাৰ প্ৰশংসাত পঞ্চমুখ সকলো। টি-২০ বিশ্বকাপ খিতাপ অৰ্জন কৰাৰ পিছতে তেওঁৰ নামত লিপিবদ্ধ হোৱা ...

কলম্বোত ধৰাশায়ী টীম ইণ্ডিয়া, শৃংখলাত অগ্ৰগতি শ্ৰীলংকাৰ

কলম্বোত ধৰাশায়ী টীম ইণ্ডিয়া, শৃংখলাত অগ্ৰগতি শ্ৰীলংকাৰ

সিংহলী বাহিনীৰ দুৰন্ত স্পিন ঘূৰ্ণীত বিধ্বস্ত হৈ ৰোহিত বাহিনীয়ে স্বীকাৰ কৰে অনাকাংক্ষিত পৰাজয়। ভাৰত বনাম শ্ৰীলংকাৰ মাজত চলি থকা দ্বিপাক্ষিক ...

গৌতম গম্ভীৰৰ পিছত ভাৰতীয় দলত প্ৰৱেশ ঘটিব জাহিৰ খানৰ!

গৌতম গম্ভীৰৰ পিছত ভাৰতীয় দলত প্ৰৱেশ ঘটিব জাহিৰ খানৰ!

ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক পদত অধিষ্ঠিত হ’ল গৌতম গম্ভীৰ। মঙলবাৰে বিচিচিআইৰ সচিব জয় শ্বাহে এই কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰে। ...

হৰমনপ্ৰীত কৌৰৰ চমক; ক্ৰিকেট ইতিহাসত এই কৃতিত্ব গঢ়া প্ৰথমগৰাকী মহিলা অধিনায়ক

হৰমনপ্ৰীত কৌৰৰ চমক; ক্ৰিকেট ইতিহাসত এই কৃতিত্ব গঢ়া প্ৰথমগৰাকী মহিলা অধিনায়ক

চেন্নাইৰ এম চিদাম্বৰম ষ্টেডিয়ামত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা একমাত্ৰ টেষ্ট মেচখনত ভাৰতীয় মহিলা দলটোৱে দক্ষিণ আফ্ৰিকাৰ মহিলা দলটোক ১০ ...

Page 19 of 19 1 … 18 19